ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr22 জুলাই পৃষ্ঠা ১-১১
  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২২
  • উপশীৰ্ষক
  • জুলাই ৪-১০
  • জুলাই ১১-১৭
  • জুলাই ১৮-২৪
  • জুলাই ২৫-৩১
  • আগষ্ট ১-৭
  • আগষ্ট ৮-১৪
  • আগষ্ট ১৫-২১
  • আগষ্ট ২২-২৮
  • আগষ্ট ২৯–চেপ্টেম্বৰ ৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা—২০২২
mwbr22 জুলাই পৃষ্ঠা ১-১১

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

জুলাই ৪-১০

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ চমূৱেল ১৮-১৯

“বৰ্জিল্লৰ নিচিনা মৰ্য্যাদাত থাকক”

w১৮.০৯ ৯ ¶৭

बुज़ुर्ग मसीहियो—यहोवा आपकी वफादारी की बहुत कदर करता है

दाविद ने बरजिल्लै से गुज़ारिश की कि वह उसके साथ यरूशलेम चले। बरजिल्लै “एक अमीर आदमी था” और उसे खाने-पीने की कोई कमी नहीं थी, फिर भी दाविद ने उससे कहा कि वह उसके खाने-पीने का खयाल रखेगा। (2 शमू. 19:31-33) उसने सोचा होगा कि बरजिल्लै उसे बढ़िया सलाह दे सकता है, क्योंकि उसे सालों का तजुरबा है। शायद इसी वजह से वह उसे अपने साथ ले जाना चाहता था। बरजिल्लै के पास भी यह एक बढ़िया मौका था कि वह महल में रहे और राज-दरबार में काम करे।

w১৮.০৯ ৯ ¶৮

बुज़ुर्ग मसीहियो—यहोवा आपकी वफादारी की बहुत कदर करता है

लेकिन बरजिल्लै अपनी हदें जानता था। उसने दाविद से कहा, “तेरा यह दास 80 साल का हो गया है। क्या अब मैं अच्छे-बुरे में फर्क कर सकता हूँ?” उसने ऐसा क्यों कहा? इतनी उम्र में तो उसमें काफी बुद्धि रही होगी, जिससे वह अच्छी सलाह दे सकता था, जैसे सालों बाद कुछ “बुज़ुर्गों” ने राजा रहूबियाम को अच्छी सलाह दी थी। (1 राजा 12:6, 7; भज. 92:12-14; नीति. 16:31) दरअसल बरजिल्लै के कहने का मतलब था कि उम्र ढलने की वजह से अब वह काफी कमज़ोर हो गया है और ज़्यादा कुछ नहीं कर पाता। उसके मुँह का स्वाद चला गया है और उसे कम सुनायी पड़ता है। (सभो. 12:4, 5)

w০৭ ৭/১৫ ১৫ ¶১-২

बरजिल्लै अपनी हद जानता था

बरजिल्लै से हम सीखते हैं कि हमें ध्यान रखना चाहिए कि हम क्या कर सकते हैं और क्या नहीं। जब हमें कोई ज़िम्मेदारी दी जाती है, तो हमें इस वजह से ना नहीं कहना चाहिए कि उसे करना मुश्‍किल है या हमें लगता है कि हमसे नहीं होगा। अगर हम यहोवा पर भरोसा रखकर वह ज़िम्मेदारी लें, तो उसे पूरा करने के लिए यहोवा हमें बुद्धि और ताकत देगा।—फिलिप्पियों 4:13; याकूब 4:17; 1 पतरस 4:11.

लेकिन इसका यह मतलब भी नहीं है कि हम सभी ज़िम्मेदारियों के लिए हाँ कह दें। उदाहरण के लिए, हो सकता है कि एक भाई के पास पहले ही बहुत-सी ज़िम्मेदारियाँ हों। और उसे एहसास हो कि अगर वह और ज़िम्मेदारियाँ लेगा, तो वह दूसरे ज़रूरी काम अच्छी तरह नहीं कर पाएगा, जैसे अपने परिवार की देखभाल करना। ऐसे में अच्छा रहेगा कि वह मर्यादा में रहकर कुछ ज़िम्मेदारियाँ लेने से मना कर दे।—फिलिप्पियों 4:5; 1 तीमुथियुस 5:8.

আধ্যাত্মিক ৰত্ন বিচাৰক

w২০.০৪ ৩০ ¶১৯

‘শেষলৈকে দৌৰি থাকক’

১৯ যদি আপুনিও কিবা সমস্যাত ভুগি আছে আৰু আপোনাকো লাগে যে আপোনাৰ কষ্ট কোনেও বুজি নাপায়, তেনেহʼলে মফীবোচতৰ উদাহৰণলৈ ধ্যান দিলে আপুনি সাহস লাভ কৰিব পাৰে। (২ চমূ. ৪:৪) তেওঁ শাৰীৰিকভাৱে দুৰ্বল হোৱাৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। ইয়াৰ উপৰিও, ৰজা দায়ূদে তেওঁৰ বিষয়ে ভুল ধাৰণা হৈছিল আৰু তেওঁৰ লগত অন্যায় কৰিছিল। মফীবোচতে কোনো ভুল কৰা নাছিল, তথাপিও তেওঁ এই সমস্যাবোৰ ভুগিবলগীয়া হৈছিল। কিন্তু তেওঁ মনত খং পুহি ৰখা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁৰ লগত হোৱা ভাল পৰিণামৰ ওপৰত ধ্যান দিছিল। বহুবছৰ আগতে দায়ূদে যি দয়া দেখুৱাইছিল, তাৰ প্ৰতি তেওঁ কৃতজ্ঞ আছিল। (২ চমূ. ৯:৬-১০) সেইবাবে, দায়ূদে যেতিয়া তেওঁৰ লগত অন্যায় কৰিছিল, তেতিয়া তেওঁ পৰিস্থিতিক ভালদৰে বুজিবলৈ চেষ্টা কৰিছিল। দায়ূদৰ ভুলৰ বাবে তেওঁ নিজৰ মনত খং পুহি ৰখা নাছিল বা যিহোৱাক দোষ দিয়া নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ কেৱল ধ্যান দিছিল যে যিহোৱাই দায়ূদক ৰজা হিচাপে নিযুক্ত কৰিছে আৰু তেওঁ দায়ূদক কেনেকৈ সহায় কৰিব পাৰে। (২ চমূ. ১৬:১-৪; ১৯:২৪-৩০) মফীবোচতে উত্তম উদাহৰণ ৰাখিলে। সেইবাবে, তেওঁৰ বিষয়ে যিহোৱাই বাইবেলত উল্লেখ কৰিলে, যাতে তেওঁৰপৰা আমি শিকিব পাৰোঁ।—ৰোম. ১৫:৪.

জুলাই ১১-১৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ চমূৱেল ২০-২১

“যিহোৱা এজন ন্যায়ী ঈশ্বৰ”

w২২.০৩ ১৩ ¶৪, ৭

পাঠকসকলৰ প্ৰশ্ন

সেই নিয়মটো চৌলৰ দিনতো প্ৰযোজ্য আছিল। কিন্তু চৌলে সেই নিয়মৰ বিৰুদ্ধে গৈ বহুতো গিবিয়োনীয়াক হত্যা কৰিলে। সেইবাবে, ‘চৌল আৰু তেওঁৰ বংশ ৰক্তপাতী’ হʼল। (২ চমূ. ২১:১) পাছত যেতিয়া দায়ূদে ৰজা হʼল, তেতিয়া বাচি থকা গিবিয়োনীয়াসকলে তেওঁক কৈছিল যে পৌলে কিমান ডাঙৰ পাপ কৰিলে। দায়ূদে তেওঁলোকক সুধিছিল এই পাপৰ প্ৰায়শ্চিত কৰিবলৈ তেওঁ কি কৰিব পাৰে, যাতে ইস্ৰায়েলত যিহোৱাৰ আশীৰ্বাদ সদায় থাকে। গিবিয়োনীয়াসকলে তেওঁক সোন-ৰূপ বিচৰাৰ পৰিৱৰ্তে চৌলৰ সাতজন পুত্ৰক তেওঁলোকৰ হাতত গতাই দিবলৈ কৈছিল, কিয়নো চৌলে তেওঁলোকক ‘বিনষ্ট’ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। দায়ূদে তেওঁলোকৰ কথা মানিলে।—২ চমূ. ২১:২-৬; গণ. ৩৫:৩০, ৩১.

এই ঘটনাৰপৰা আমি বহুতো কথা শিকোঁ। ঈশ্বৰৰ নিয়মত লিখা আছে যে “পিতৃৰ দোষত সন্তানৰ প্ৰাণদণ্ড কৰা নহব।” (দ্বিতী. ২৪:১৬) চৌলৰ পাপৰ বাবে তেওঁৰ পুত্ৰ আৰু নাতিয়েকসকলক হত্যা কৰা নাছিল। জানিব পৰা গৈছে যে চৌলে গিবিয়োনীয়াসকলক ধ্বংস কৰাৰ সময়ত সেই সাতজন ব্যক্তিয়ে চৌলক সহযোগ কৰিছিল। সেইবাবে, দায়ূদে তেওঁলোকক শাস্তি দিলে। নিয়মত এয়াও লিখা আছে যে “প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব।” সেই সাতজন ব্যক্তি নিৰ্দোষী হোৱা হʼলে তেওঁলোকৰ লগত অন্যায় হৈছে বুলি যিহোৱাই কিবা নহয় কিবা উপায়েৰে প্ৰকাশ কৰিলেহেঁতেন।

আধ্যাত্মিক ৰত্ন বিচাৰক

w১৩ ১/১৫ ৩১ ¶১৪

খ্ৰীষ্টান প্ৰাচীন—‘আমাৰ আনন্দৰ সহকাৰী’

১৪ চয়তান আৰু দুষ্ট স্বৰ্গদূতসকলৰ বিৰোধৰ সত্ত্বেও আজি গোটেই পৃথিৱীত যিহোৱাৰ লোকসকলে তেওঁৰ উপাসনা কৰি আছে। আমাৰ মাজৰ কিছুমান লোকৰ জীৱনতো ডাঙৰ ডাঙৰ সমস্যা আহিছিল। কিন্তু দায়ূদৰ দৰে যিহোৱাৰ ওপৰত ভৰসা কৰি আমি “গলিয়াথৰ” দৰে ডাঙৰ ডাঙৰ সমস্যাবোৰৰ সন্মুখীন হʼলোঁ আৰু তাৰ ওপৰত জয়লাভ কৰিলোঁ। তথাপিও বহুবাৰ আমি এই জগতৰপৰা অহা হেঁচাবোৰ সন্মুখীন হোৱাৰ বাবে ভাগৰি পৰোঁ আৰু নিৰাশ হৈ পৰোঁ। এনে পৰিস্থিতিত আমি সেই সমস্যাবোৰ সন্মুখীন হʼব নোৱাৰোঁ, যিবোৰ আগতে আমি সন্মুখীন হʼব পাৰিছিলোঁ। এনে প্ৰয়োজনীয়ৰ সময়ত যেতিয়া প্ৰাচীনে আমাক সহায় কৰে, তেতিয়া আমি আকৌ এবাৰ যিহোৱাৰ সেৱা কৰিবলৈ সাহস লাভ কৰোঁ। বহুতোলোকে এইদৰেই অনুভৱ কৰে। প্ৰায় ৬৫ বছৰৰ এগৰাকী অগ্ৰগামী সেৱা কৰা ভনীয়ে এইদৰে কৈছে, “কিছু সময়ৰ আগতে মোৰ স্বাস্থ্য ভাল নাথাকিছিল আৰু মই প্ৰচাৰলৈ গৈ ভাগৰি পৰিছিলোঁ। যেতিয়া এজন প্ৰাচীনে মোৰ পৰিস্থিতিলৈ ধ্যান দিলে, তেতিয়া তেওঁ মোক লগ কৰিবলৈ আহিলে আৰু বাইবেলৰ কিছুমান পদৰ বিষয়ে আলোচনা কৰিলে। ইয়াৰপৰা মই বহুত সাহস লাভ কৰিলোঁ। তেওঁ দিয়া নিৰ্দেশনাবোৰ পালন কৰাৰ বাবে মই লাভৱান হʼলোঁ।” ভনীজনীয়ে আৰু এইদৰে কৈছে, “সঁচাকৈ সেই ভাইজনে মোৰ বহুত যত্ন লʼলে! তেওঁ মোৰ পৰিস্থিতিলৈ ধ্যান দিলে আৰু মোৰ সহায় কৰিলে!” আমাৰ মাজত এনে প্ৰাচীন আছে, যিসকলে আমাৰ ওপৰত ধ্যান দিয়ে আৰু আমাক সহায় কৰিবলৈ অবীচয়ৰ দৰে সকলো সময়ত সাজু থাকে, এয়া জানি আমি বহুত আনন্দিত।

জুলাই ১৮-২৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ চমূৱেল ২২

“যিহোৱাৰপৰা সহায় লাভ কৰক”

cl ১৯ ¶১১

क्या आप सचमुच “परमेश्‍वर के करीब” आ सकते हैं?

11 यह पढ़ना एक अलग बात है कि परमेश्‍वर “अत्यन्त बली है।” (यशायाह 40:26) लेकिन, जब हम यह पढ़ते हैं कि परमेश्‍वर ने इस्राएल को लाल सागर से कैसे बचाया और 40 साल तक वीराने में उस जाति की कैसे देखभाल की, तो हमें इस वचन के असली मायने समझ में आते हैं। आप मन की आँखों से देख सकते हैं कि हिलोरें मारता सागर कैसे दो भागों में बँटता जा रहा है। आप कल्पना कर सकते हैं कि इस्राएल जाति जो कुल मिलाकर शायद 30,00,000 लोग थे, सागर की सूखी ज़मीन पर चल रहे हैं और उनके दोनों तरफ पानी जमा होकर, बड़ी-बड़ी विशाल दीवारों की तरह खड़ा हुआ है। (निर्गमन 14:21; 15:8) वीराने में परमेश्‍वर ने कैसे उनकी हिफाज़त और देखभाल की, आप इसका भी सबूत देख सकते हैं। चट्टान से पानी बह निकला। सफेद दानों के रूप में भोजन ज़मीन पर गिरा। (निर्गमन 16:31; गिनती 20:11) यहोवा ने, सिर्फ यह नहीं दिखाया कि उसके पास शक्‍ति है बल्कि यह कि वह अपने लोगों की खातिर इसका इस्तेमाल भी करता है। क्या यह जानकर हमें तसल्ली नहीं होती कि हमारी प्रार्थनाएँ एक ऐसा शक्‍तिशाली परमेश्‍वर सुनता है जो “हमारा शरणस्थान और बल है, संकट में अति सहज से मिलनेवाला सहायक” है?—भजन 46:1.

w১৩ ৬/১৫ ১৭-১৮ ¶৪-৫

यहोवा की वफादारी और उसके माफ करने के गुण की कदर कीजिए

4 यहोवा किस तरह वफादारी दिखाता है? वह अपने सेवकों का साथ कभी नहीं छोड़ता। उनमें से एक था, राजा दाविद, जिसने यहोवा के बारे में कहा: “किसी वफादार के साथ तू वफादारी से पेश आएगा।” (2 शमू. 22:26, एन.डब्ल्यू.) जब दाविद परीक्षाओं के दौर से गुज़र रहा था, तब यहोवा ने उसे सही राह दिखाकर, उसकी हिफाज़त करके और उसे बचाकर अपनी वफादारी का सबूत दिया। (2 शमू. 22:1) दाविद जानता था कि यहोवा सिर्फ शब्दों से ही नहीं, बल्कि अपने कामों से भी वफादारी दिखाता है। यहोवा दाविद के साथ वफादारी से क्यों पेश आया? क्योंकि खुद दाविद भी “वफादार” था। यहोवा अपने सेवकों की वफादारी देखकर बहुत खुश होता है, और बदले में उनके साथ भी वफादारी से पेश आता है।—नीति. 2:6-8.

5 जब हम यहोवा की वफादारी पर मनन करते हैं, तो हमारा हौसला बढ़ता है। रीड नाम का एक मसीही भाई कहता है, “जब भी मैं पढ़ता हूँ कि यहोवा दाविद के साथ मुश्‍किल घड़ी में कैसे पेश आया, तो मुझे बहुत मदद मिलती है। यहाँ तक कि जब दाविद भगोड़े की ज़िंदगी जी रहा था, और उसे कभी एक गुफा में ठहरना पड़ता, तो कभी दूसरी में, तब भी यहोवा ने हर वक्‍त उसे सँभाले रखा। इससे मुझे बहुत हिम्मत मिलती है! यह बात मुझे याद दिलाती है कि चाहे मेरे हालात कैसे भी हों, मुझे कोई उम्मीद नज़र न आए, लेकिन यहोवा मेरा साथ कभी नहीं छोड़ेगा, बशर्ते मैं उसका वफादार बना रहूँ।” बेशक, आपने भी ऐसा ही महसूस किया होगा।—रोमि. 8:38, 39.

আধ্যাত্মিক ৰত্ন বিচাৰক

w১২ ১১/১৫ ১৭ ¶৭

আনতকৈ নিজকে সৰু ভবাৰ গুণ বঢ়াওক

৭ যিহোৱাৰ নম্ৰতাৰ উদাহৰণে গীতৰচক দায়ূদৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলালে। তেওঁ যিহোৱাৰ বাবে এইদৰে গীত গাইছিল, “তুমি নিজ পৰিত্ৰাণৰূপ ঢাল মোক দিলা; তোমাৰ মৃদুতাই মোক মহান কৰিলে।” (২চমূ ২২:৩৬) দায়ূদে ইস্ৰায়েল দেশত যি মহানতা লাভ কৰিছিল, তাৰ সকলো প্ৰশংসা তেওঁ যিহোৱাৰ নম্ৰতাক দিলে। আন কথাত কʼবলৈ গʼলে যিহোৱাই নিজকে নম্ৰ কৰিলে, যাতে তেওঁ দায়ূদৰ ওপৰত ধ্যান দিব পাৰে আৰু তেওঁক সহায় কৰিব পাৰে। (গীত ১১৩:৫-৭) আমাৰ বিষয়নো কি? আমাৰ ওচৰত যি গুণ আৰু দক্ষতা আছে আৰু ঈশ্বৰৰ সেৱাত যি দায়িত্ব লাভ কৰিছোঁ, সেই সকলো আমি যিহোৱাৰপৰা “পোৱা নাই” নে? (১কৰি ৪:৭) আনতকৈ নিজকে সৰু বুলি ভবা মানুহ এই অৰ্থত “মহান” হয় যে তেওঁ যিহোৱাৰ বাবে অতি মূল্যৱান হৈ পৰে। (লূক ৯:৪৮) কেনেকৈ বাৰু? আহক চাওঁ।

ভাষণ

w০৬ ৯/১ ৯ ¶৭-৮

৭ যদিও আজি বেছিভাগ খ্ৰীষ্টানে ইয়োবৰ দৰে সমস্যাৰ সন্মুখীন হʼব লগা নহয়, কিন্তু তেওঁলোকে বেলেগ বেলেগ ধৰণৰ সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। যেনে, বহুতো খ্ৰীষ্টানে তাড়না সহন কৰিবলগীয়া হয় বা তেওঁলোকে পাৰিবাৰিক সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। টকা-পইচাৰ অভাৱ বা অসুস্থ শৰীৰ নিচিনা সমস্যাবোৰে এজন খ্ৰীষ্টানৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও কিছুমান খ্ৰীষ্টানে বিশ্বাসৰ বাবে নিজৰ জীৱনো হেৰুৱালে। এনে পৰিস্থিতিত আমি এয়া ভবা উচিত নহয় যে আমাৰ ওপৰত অহা সকলো সমস্যা চয়তানে আনিছে। আচলতে, আমি কেতিয়াবা কেতিয়াবা নিজে ভুল কৰাৰ বাবে সমস্যাত পৰোঁ বা আমাৰ বংশগত বেমাৰ থকাৰ বাবে আমি দুখ বা বেদনা সহন কৰিবলগীয়া হয়। (গালা ৬:৭) ইয়াৰ উপৰিও বৃদ্ধাৱস্থাত হোৱা সমস্যাবোৰ আমাৰ সকলোৰে ওপৰত আহে আৰু আমি প্ৰাকৃতিক দুৰ্যোগৰো সন্মুখীন হওঁ। বাইবেলে স্পষ্টকৈ কৈছে যে বৰ্তমান সময়ত যিহোৱাই কোনো আচৰিত কৰ্ম কৰি নিজৰ লোকসকলক এনেধৰণৰ সমস্যাৰপৰা নবচায়।—উপ ৯:১১.

৮ যদিও আমাৰ ওপৰত অহা প্ৰতিটো সমস্যাৰ বাবে চয়তান দায়ী নহয়, কিন্তু সি ইয়াৰ সুযোগ লৈ আমাৰ বিশ্বাস দুৰ্বল কৰিব পাৰে। পাঁচনি পৌলে নিজৰ এটা সমস্যাৰ বিষয়ে কৈছিল যে তেওঁৰ ‘শৰীৰত এটা কাঁইট, অৰ্থাৎ চয়তানৰ এক দূতে’ তেওঁক ঘোচা মাৰি থাকিছিল। (২কৰি ১২:৭) পৌলৰ শৰীৰৰ কাঁইট হয়তো তেওঁ চকুৰে স্পষ্টকৈ নেদেখা সমস্যা হʼব পাৰে বা আন কিবা সমস্যা। কিন্তু তেওঁ জানিছিল যে চয়তানে সেই সমস্যা আৰু তাৰপৰা হোৱা নিৰাশাৰ সুযোগ লৈ তেওঁৰ আনন্দ নাইকিয়া কৰিব পাৰে আৰু বিশ্বাস দুৰ্বল কৰিব পাৰে। (হিতো ২৪:১০) চয়তানে বৰ্তমান সময়ত ঈশ্বৰৰ সেৱকসকলৰ বিৰোধ কৰিবলৈ বা তেওঁলোকক অত্যাচাৰ কৰিবলৈ পৰিয়ালৰ লোক, স্কুলৰ বন্ধুসকল, আনকি চৰকাৰক উচটাব পাৰে।

জুলাই ২৫-৩১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ চমূৱেল ২৩-২৪

“আপুনি যিহোৱাক যি দিয়ে, সেয়া সঁচাকৈ বলিদান হয়নে?”

it–১ ১৪৬

अरौना

अरौना दाविद को खलिहान, बैल और लकड़ियाँ मुफ्त में देना चाहता था। पर दाविद यह सब मुफ्त में नहीं लेना चाहता था। दूसरा शमूएल 24:24 में बताया गया है कि दाविद ने 50 शेकेल चाँदी देकर यह सब खरीदा। लेकिन 1 इतिहास 21:25 में लिखा है कि दाविद ने 600 शेकेल सोना देकर वह जगह खरीदी। इन दोनों आयतों में अलग-अलग रकम क्यों बतायी गयी है? 2 शमूएल में पहले की बात की गयी है, जब दाविद ने एक छोटी-सी जगह पर वेदी खड़ी की थी। इसलिए उसने जो रकम दी थी, वह सिर्फ उस छोटी-सी जगह, बैलों और लकड़ियों के लिए थी। लेकिन 1 इतिहास में बाद के समय की बात की गयी है, जब उसी इलाके में मंदिर बनाने के लिए और भी बड़ी जगह चाहिए थी। (1इत 22:1–6; 2इत 3:1) इसलिए जो रकम दी गयी थी वह और भी बड़ी थी।

w১২ ১/১৫ ১৮ ¶৮

“सच्चाई के बुनियादी ढाँचे” से सीखिए

8 अगर एक इसराएली यहोवा का एहसान मानने के लिए अपनी मरज़ी से कोई बलि चढ़ाना चाहता या फिर एक होम-बलि के ज़रिए उसकी मंज़ूरी पाने की दरखास्त करता, तो वह खुशी-खुशी यहोवा को सबसे बेहतर जानवर चढ़ाता। हालाँकि आज के ज़माने में मसीही, जानवरों की बलि नहीं चढ़ाते मगर हम अपना समय, अपनी ताकत और अपने साधन यहोवा की सेवा में लगाकर एक तरह से यहोवा को बलि चढ़ा रहे होते हैं। प्रेषित पौलुस ने कहा कि मसीही आशा का “सरेआम ऐलान” करना और “भलाई करना और अपनी चीज़ों से दूसरों की मदद करना,” एक तरह से बलिदान हैं जिनसे परमेश्‍वर खुश होता है। (इब्रा. 13:15, 16) यहोवा के लोग जिस रवैए से ये काम करते हैं उससे वे दिखाते हैं कि वे परमेश्‍वर के कितने एहसानमंद हैं। तो फिर जिस रवैए और इरादे से पुराने ज़माने के इसराएली अपनी मरज़ी से बलिदान चढ़ाते थे, क्या हम भी अपनी सेवा उसी रवैए और इरादे से करते हैं?

আধ্যাত্মিক ৰত্ন বিচাৰক

w০৫ ৬/১ ১১ ¶৬

দ্বিতীয় চমূৱেল কিতাপৰ আলোকপাত

২৩:১৫-১৭. প্ৰাণ আৰু তেজৰ সম্পৰ্কে দিয়া ঈশ্বৰৰ ব্যৱস্থাৰ প্ৰতি দায়ূদৰ গভীৰ শ্ৰদ্ধা আছিল আৰু সেয়েহে তেনে সময়বোৰত ঈশ্বৰৰ ব্যৱস্থা ভঙ্গ কৰা কাৰ্য্য কৰাৰ পৰা তেওঁ আঁতৰি আছিল। ঈশ্বৰৰ আজ্ঞাবোৰৰ প্ৰতি আমিও দায়ূদৰ নিচিনাকৈ একে মনোবৃত্তি ৰাখা উচিত।

আগষ্ট ১-৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ ৰাজাৱলি ১-২

“আপুনি নিজৰ ভুলৰপৰা শিকেনে?”

it–২ ৯৮৭ ¶৪

सुलैमान

जब अदोनियाह और उसके साथियों ने लोगों को यह ऐलान करते हुए सुना, “राजा सुलैमान की जय हो!” तो वे डर के मारे भाग गए। अदोनियाह मंदिर में जाकर छिप गया। जब इस बारे में सुलैमान को बताया गया तो वह चाहता तो उसे मार डालता। लेकिन उसने ऐसा नहीं किया बल्कि इस शर्त पर उसे छोड़ दिया कि “वह भला आदमी बनकर रहेगा।” सुलैमान ने ऐसा इसलिए किया क्योंकि यहोवा ने कहा था कि उसकी हुकूमत के दौरान चारों तरफ शांति होगी। इसी बात को ध्यान में रखते हुए सुलैमान ने एक अच्छी शुरूआत की। उसने अदोनियाह से बदला नहीं लिया।—1रा 1:41–53.

w০৫ ৭/১ ২৯ ¶১

প্ৰথম ৰাজাৱলি কিতাপৰ আলোকপাত

১:৪৯-৫৩; ২:১৩-১৫—এবাৰ ক্ষমা কৰাৰ পিছত চলোমনে অদোনিয়াক কিয় মৃত্যুদণ্ড দিলে? বৎ-চেবাই সেই নিৱেদনক যদিও বুজিব নোৱাৰিলে, কিন্তু অদোনিয়াই অবীচগক নিজৰ পত্নী কৰিবলৈ ৰজাক নিৱেদনৰ কৰাৰ পিছত থকা তেওঁৰ উদ্দেশ্যক চলোমনে ভালদৰে বুজিব পাৰিছিল। যদিও দায়ূদৰ সেই সুন্দৰী অবীচগৰ সৈতে কোনো সম্পৰ্ক নাছিল, তথাপিও তাইক দায়ূদৰ উপপত্নী হিচাপে দৃষ্টি কৰা হৈছিল। সেই সময়ৰ ৰীতি-নীতি অনুসাৰে তাই কেৱল আইনগতভাৱে দায়ূদৰ সা-সম্পত্তিৰ অধিকাৰী হʼবলগীয়া আছিল। গতিকে অদোনিয়াই ভাবিছিল যে অবীচগৰ সৈতে বিবাহ কৰি তেওঁ পুনৰ ৰাজসিংহাখন লাভ কৰিবলৈ চেষ্টা কৰিব পাৰিব। এতেকে অদোনিয়াৰ তেনে নিৱেদনে ৰজা হʼবলৈ থকা তেওঁৰ উচ্চাকাংক্ষা প্ৰকাশ কৰিলে আৰু সেয়েহে চলোমনে তেওঁক কৰা ক্ষমা বাতিল কৰিলে।

আধ্যাত্মিক ৰত্ন বিচাৰক

w০৫ ৭/১ ৩০ ¶১

প্ৰথম ৰাজাৱলি কিতাপৰ আলোকপাত

২:৩৭, ৪১-৪৬. এজন ব্যক্তিয়ে ঈশ্বৰৰ আজ্ঞা ভঙ্গ কৰি শাস্তিৰ পৰা ৰেহাই পোৱাৰ বিষয়ে ভবাটো কিমান যে বিপদজনক! যিসকলে ইচ্ছাকৃতভাৱে ‘জীৱনলৈ নিয়া ঠেক বাটত’ চলিবলৈ ত্যাগ কৰে তেওঁলোকে লোৱা বিবেচনাহীন নিৰ্ণয়ৰ বাবে অৱশ্যেই পৰিণাম ভুগীব।—মথি ৭:১৪.

ভাষণ

km ১/১৫ ২ ¶১-৩

১ সত্য খ্ৰীষ্টানসকলে প্ৰচাৰক হিচাপে উন্নতি কৰি থকা উচিত। সেইবাবে, প্ৰচাৰ কাৰ্য্যত দক্ষতা বঢ়াবলৈ যীচুৱে নিজৰ শিষ্যসকলক প্ৰশিক্ষণ দিছিল। (লূক ৯:১-৫; ১০:১-১১) ইয়াৰ বাবে আক্কিলা আৰু প্ৰিষ্কিল্লাই আপল্লোক নিজৰ লগত নিলে আৰু তেওঁক “ঈশ্বৰৰ পথ আৰু ঠিককৈ বুজাই দিলে।” (পাঁচ ১৮:২৪-২৬) পৌলে নিপুণ প্ৰচাৰক তীমথিয়ক শিকোৱাত পৰিশ্ৰম কৰি থাকিবলৈ উৎসাহিত কৰিছিল, যাতে ‘সকলোৰে আগত তেওঁৰ বৃদ্ধি যেন প্ৰকাশিত হয়।’ (১তীম ৪:১৩-১৫) আমি প্ৰচাৰক হিচাপে প্ৰভুৰ দাস হৈ যিমানেই বছৰ ধৰি সেৱা নকৰোঁ কিয়, আমি প্ৰচাৰত নিজৰ দক্ষতা বঢ়াই থকাৰ প্ৰয়োজন।

২ আনৰপৰা শিকক: নিজৰ দক্ষতা বঢ়োৱাৰ এটা উপায় হৈছে আনৰপৰা শিকা। (হিতো ২৭:১৭) সেইবাবে, প্ৰচাৰত আমাৰ লগত যি ভাই বা ভনী থাকে, তেওঁ যেতিয়া প্ৰচাৰ কৰে, তেতিয়া তেওঁ কেনেকৈ কথা পাতিছে, সেয়া মনোযোগেৰে শুনক। যিজন প্ৰচাৰকে প্ৰচাৰ কৰাত পাৰ্গত, তেওঁৰপৰা পৰামৰ্শ লওক আৰু তেওঁ দিয়া পৰামৰ্শ মন দি শুনক। (হিতো ১:৫) আপোনাক পুনৰ সাক্ষাৎ কৰিবলৈ, বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বা প্ৰচাৰৰ আন ক্ষেত্ৰত ভাগ লʼবলৈ কঠিন লাগেনে? যদি লাগে, তেনেহʼলে আপুনি এই ক্ষেত্ৰত কেনেকৈ উন্নতি কৰিব পাৰে, তাক শিকাবলৈ নিজে আগবাঢ়ি আপোনাৰ সমূহৰ অধ্যক্ষ বা কোনো অভিজ্ঞ প্ৰচাৰকজনক কওক। যিহোৱাৰ পবিত্ৰ আত্মাই আমাৰ দক্ষতা বঢ়াব পাৰে বুলিও মনত ৰাখক। সেইবাবে, পবিত্ৰ আত্মা বিচাৰি বাৰে বাৰে প্ৰাৰ্থনা কৰি থাকক।—লূক ১১:১৩.

৩ আপুনি ভাই-ভনীসকলক পৰামৰ্শ নিবিচৰাৰ সত্ত্বেও যদি তেওঁলোকে আপোনাৰ উন্নতিৰ বাবে পৰামৰ্শ দিয়ে, তেনেহʼলে বেয়া নাপাব। (উপ ৭:৯) আপুনি যি পৰামৰ্শ পায়, সেয়া আপল্লোৰ দৰে নম্ৰতাৰে স্বীকাৰ কৰক। এইদৰে কৰাৰ যোগেদি আপুনি বুদ্ধিমত্তাৰে কাম কৰা যেন হʼব।—হিতো ১২:১৫.

আগষ্ট ৮-১৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ ৰাজাৱলি ৩-৪

“ঈশ্বৰীয় বুদ্ধি মূল্যৱান হয়”

w১১ ১২/১৫ ৮ ¶৪-৬

उसके अच्छे और बुरे उदाहरण से सीखिए

4 जब सुलैमान राजा बना तो यहोवा सपने में उसे दिखायी दिया और उससे कहा कि वह जो चाहे माँग सकता है। अपने तजुरबे की कमी को समझते हुए सुलैमान ने परमेश्‍वर से बुद्धि माँगी। (1 राजा 3:5-9 पढ़िए।) यहोवा इस बात से खुश हुआ कि सुलैमान ने दौलत और शोहरत की बजाय बुद्धि माँगी इसलिए उसने सुलैमान को ‘बुद्धि और विवेक से भरे मन’ के साथ-साथ धन-दौलत से भी नवाज़ा। (1 राजा 3:10-14) जैसे यीशु ने बताया, सुलैमान की बुद्धि इतनी लाजवाब थी कि शीबा की रानी उसके बारे में सुनकर बड़ी दूर से उससे मिलने आयी ताकि वह खुद उसकी बुद्धि देख सके।—1 राजा 10:1, 4-9.

5 हम यह उम्मीद नहीं करते कि परमेश्‍वर कोई चमत्कार करके हमें बुद्धि देगा। सुलैमान ने कहा कि “बुद्धि यहोवा ही देता है।” लेकिन उसने यह भी बताया कि हमें इस गुण को पाने के लिए मेहनत करनी होगी। उसने कहा: ‘बुद्धि की बात ध्यान से सुन, और समझ की बात मन लगाकर सोच।’ उसने यह भी कहा: ‘यत्न से पुकार,’ ‘ढ़ूंढ़’ और ‘खोज में लगा रह।’ (नीति. 2:1-6) जी हाँ, बुद्धि पाना हमारे लिए भी मुमकिन है।

6 हमें खुद से पूछना चाहिए ‘क्या मैं भी उसी तरह बुद्धि की कदर करता हूँ जैसे सुलैमान ने की थी?’ आर्थिक उथल-पुथल के चलते कई लोग अच्छी नौकरी या ऊँची शिक्षा हासिल करने में लग गए हैं। आपके और आपके परिवार के बारे में क्या कहा जा सकता है? आप जो चुनाव करते हैं क्या उससे यह ज़ाहिर होता है कि आप बुद्धि की कदर करते हैं और उसे पाने के लिए मेहनत करते हैं? क्या आप अपने लक्ष्यों में थोड़ा फेरबदल करके ज़्यादा बुद्धि पा सकते हैं? इसमें दो राय नहीं कि अगर आप बुद्धि पाने और उसका इस्तेमाल करने की कोशिश करें, तो आपको ज़रूर फायदा होगा, जैसा कि सुलैमान ने लिखा: “तब तू धर्म और न्याय, और सीधाई को, निदान सब भली-भली चाल समझ सकेगा।”—नीति. 2:9.

আধ্যাত্মিক ৰত্ন বিচাৰক

w৯৮ ২/১ ১১ ¶১৫

যিহোৱা চুক্তিৰ ঈশ্বৰ

১৫ যেতিয়া অব্ৰাহামৰ বংশই নিয়মৰ অধীনত এটা জাতি হিচাপে সংগঠিত হʼল, তেতিয়া যিহোৱাই কুলপিতৃৰ লগত কৰা নিজৰ প্ৰতিজ্ঞাৰ অনুসৰি তেওঁলোকক আশীৰ্বাদ কৰিলে। খ্ৰীষ্টপূৰ্ব ১৪৭৩-ত মোচিৰ উত্তৰাধিকাৰী যিহোচূৱাই ইস্ৰায়েলক কনানলৈ লৈ গৈছিল। ইয়াৰ পাছত সেই ফৈদৰ মাজত যেতিয়া মাটি ভাগ কৰা হʼল, তেতিয়া যিহোৱাই অব্ৰাহামৰ বংশক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেয়া পূৰ কৰিলে। যিহোৱাই ইস্ৰায়েলীসকলক শত্ৰুসকলৰ ওপৰত জয়লাভ কৰাম বুলি প্ৰতিজ্ঞা কৰিছিল আৰু যেতিয়ালৈকে ইস্ৰায়েলীসকল যিহোৱাৰ বিশ্বাসী হৈ থাকিল, তেতিয়ালৈকে তেওঁ এই প্ৰতিজ্ঞা কৰি কৰিলে। ৰজা দায়ূদৰ শাসনকালত এইটো সঁচা আছিল। দায়ূদৰ পুত্ৰ চলোমনৰ সময়লৈকে অব্ৰাহামৰ লগত কৰা প্ৰতিজ্ঞাটো তৃতীয়বাৰ পূৰ হʼল। “যিহূদা আৰু ইস্ৰায়েল সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য আছিল, আৰু তেওঁবিলাকে ভোজন-পান ও ৰং ধেমালি কৰিছিল।”—১ৰাজা ৪:২০.

আগষ্ট ১৫-২১

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান| ১ ৰাজাৱলি ৫-৬

“তেওঁলোকে মনে-প্ৰাণে কাম কৰিলে”

w৯৯ ১/১ ৩২

“लबानोन के विशाल देवदार वृक्ष की तरह”

देवदार के आकार और उसकी लकड़ी के टिकाऊ होने की वज़ह से यह एक लंबे अरसे से घर और जहाज़ बनाने साथ ही फर्नीचर बनाने के काम आता रहा है। देवदार की लकड़ी की खुशबू और आग जैसा उसका लाल रंग बहुत ही आकर्षक होता है। इस लकड़ी में राल की मात्रा अधिक होने की वज़ह से यह जल्दी नहीं सड़ती न ही इसमें आसानी से कीड़े लगते हैं।

it–১ ৪২৪

देवदार

मंदिर बनाने के लिए बहुत-से देवदार की लकड़ी लगी होगी। और इन लकड़ियों को यरूशलेम तक लाने में बहुत सारा काम शामिल था। सबसे पहले पेड़ों को काटा जाता था। फिर इन्हें ढोकर भूमध्य सागर के तट पर बसे सोर या सीदोन शहर तक लाया जाता था। वहाँ उनके बेड़े बनाकर समुंदर के रास्ते से शायद याफा तक लाया जाता था। फिर याफा से उन्हें ढोकर यरूशलेम लाया जाता था। यह सारा काम करने के लिए हज़ारों मज़दूर लगे होंगे।—1रा 5:6–18; 2इत 2:3–10.

it–২ ১০৭৭ ¶১

मंदिर

सुलैमान ने पूरे इसराएल से 30,000 आदमियों को काम पर लगाया। वह उनमें से दस-दस हज़ार को हर महीने बारी-बारी से लबानोन भेजता था। वे एक महीने काम करते थे और दो महीने अपने घर पर रहते थे। (1रा 5:13, 14) सुलैमान ने देश के परदेसियों में से 70,000 आदमियों को आम मज़दूरी के लिए और 80,000 आदमियों को पत्थर काटने के लिए लगाया। (1रा 5:15; 9:20, 21; 2इत 2:2) इसके अलावा, उसने काम की निगरानी करने के लिए 550 आदमियों को ठहराया और शायद उनकी मदद करने के लिए 3,300 आदमियों को रखा। (1रा 5:16; 9:22, 23) ऐसा मालूम पड़ता है कि निगरानी करनेवालों और उनकी मदद करनेवालों में से 250 आदमी इसराएली थे और 3,600 परदेसी थे।—2इत 2:17, 18.

আধ্যাত্মিক ৰত্ন বিচাৰক

g ৫/১২ ১৭, বক্স

বাইবেল—এখন ভৱিষ্যতবাণীৰ কিতাপ, ভাগ ১

কিছুমান ঘটনা কেতিয়া ঘটিছিল, তাৰ বিষয়ে বাইবেলত সঠিকৰূপে কোৱা হৈছে। ইয়াত দিয়া তথ্য কিমান লাগতিয়াল, তাৰে এটা উদাহৰণ আমি ১ৰাজা ৬:১ পদত পাওঁ। ইয়াত কোৱা হৈছে যে ৰজা চলোমনে যিৰূচালেম মন্দিৰ বনাবলৈ কেতিয়া আৰম্ভ কৰিছিল। এই পদত এইদৰে লিখা আছে, “ইস্ৰায়েলৰ সন্তানবিলাক মিচৰ দেশৰ পৰা ওলাই অহাৰ চাৰিশ আশী বছৰৰ বছৰি, চলোমনে ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰাৰ চতুৰ্থ বছৰৰ জীব নামেৰে দ্বিতীয় মাহত, চলোমনে যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে।” অৰ্থাৎ ইস্ৰায়েলীসকলে মিচৰ দেশ এৰি দিয়া ৪৭৯ বছৰ সম্পূৰ্ণ হৈছিল।

বাইবেলৰ অনুসৰি ৰজা চলোমনৰ ৰাজত্বৰ চতুৰ্থ বছৰটো খ্ৰীষ্টপূৰ্ব ১০৩৪-ত হৈছিল। যদি আমি এই বছৰৰপৰা ৪৭৯ বছৰ পিছলৈ গণনা কৰোঁ, তেনেহʼলে আমি খ্ৰীষ্টপূৰ্ব ১৫১৩ পাওঁ। এই বছৰতেই ইস্ৰায়েলীসকলে মিচৰ দেশ এৰিছিল।

আগষ্ট ২২-২৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ ৰাজাৱলি ৭

“দুটা স্তম্ভৰপৰা আমি কি শিকিব পাৰোঁ?”

w১৩ ১২/১ ১৩ ¶৩

“पहाड़ों से तुम ताँबा खोद निकालोगे”

राजा सुलैमान ने यरूशलेम का मंदिर बनाने में बहुत सारा ताँबा इस्तेमाल किया था। इसमें से ज़्यादातर ताँबा उसके पिता दाविद ने इकट्ठा किया था। जब दाविद ने सीरियाई लोगों को हराया था, तो वह उनके इलाके से यह सारा ताँबा लाया था। (1इत 18:6–8) इसी ताँबे से पानी का एक बड़ा हौद बनाया गया था, जिसे मंदिर के अंदर रखा गया था। इस हौद को “सागर” कहा जाता था। यह हौद करीब 30 टन का था और इसमें 66,000 लीटर पानी भरा जा सकता था। इस हौद के पानी से याजक हाथ-पैर धोते थे। (1रा 7:23–26, 44–46) इसी ताँबे से मंदिर के बरामदे के बाहर दो ऊँचे-ऊँचे खंभे भी बनाए गए। हर खंभे की ऊँचाई 26 फुट थी, उसका व्यास 5.6 फुट था, उसकी दीवार की मोटाई 3 इंच थी और यह अंदर से खोखला था। दोनों खंभों के ऊपर ताँबे का एक-एक कंगूरा लगा था, जिसकी ऊँचाई 7.3 फुट थी। (1रा 7:15, 16; 2इत 4:17) इन सारी चीज़ों को बनाने के लिए वाकई बहुत सारा ताँबा लगा होगा!

it–১ ৩৪৮

बोअज़

2. ताँबे का ऊँचा खंभा जो उत्तर की तरफ था, उसका नाम बोअज़ था, जिसका शायद मतलब है “ताकत के साथ।” और जो खंभा दक्षिण की तरफ था, उसका नाम था याकीन, जिसका मतलब है “वह [यानी यहोवा] मज़बूती से कायम करे।“ इसलिए अगर एक व्यक्‌ति मंदिर के सामने खड़ा होता और दोनों खंभों के नाम दाएँ से बाएँ पढ़ता तो वह समझ जाता कि इनका मतलब है, ‘यहोवा मंदिर को मज़बूती से और ताकत के साथ कायम करे।’—1रा 7:15–21.

আধ্যাত্মিক ৰত্ন বিচাৰক

it–১ ২৬৩

গা আৰু হাত-ভৰি ধোৱা

যিহোৱাৰ লোকসকলে শুদ্ধ আৰু চাফ-চিকুণকৈ থকাটো তেওঁ বিচাৰে। মন্দিৰত চাফ-চিকুণৰ বাবে যি ব্যৱস্থা কৰা হৈছিল আৰু তাত সেৱা কৰা লোকসকলক যি নিৰ্দেশনা দিয়া হৈছিল, তাৰপৰা এই কথা স্পষ্টকৈ জানিব পাৰি। মন্দিৰত সাঁচত ঢলা এটা ঘুৰণীয়া সমুদ্ৰ-পাত্ৰ আছিল আৰু ইয়াৰ পানীৰে পুৰোহিতসকলে হাত-ভৰি ধুইছিল। (২বং ৪:২-৬) মহাপুৰোহিতক প্ৰায়শ্চিত্তৰ দিনাখন দুবাৰ গা ধুবলৈ কোৱা হৈছিল। (লেবী ১৬:৪, ২৩, ২৪) যিজন পুৰোহিতে অজাজেলৰ কাৰণে ছাগলী এৰি আহিছিল, তেওঁ ছাউনিলৈ উভতি অহাৰ আগতে গা আৰু কাপোৰ ধুব লাগিছিল। এই পৰামৰ্শ সেই লোকসকলেও পালন কৰিব লাগিছিল, যিসকলে বলিদান কৰা জন্তুৰ ছাল আদি আৰু ৰঙা গাই ছাউনিৰপৰা বাহিৰলৈ নিছিল।—লেবী ১৬:২৬-২৮; গণ ১৯:২-১০.

আগষ্ট ২৯–চেপ্টেম্বৰ ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ ৰাজাৱলি ৮

“চলোমনে নম্ৰতাৰে আৰু হৃদয়েৰে কৰা প্ৰাৰ্থনা”

w০৯ ১১/১৫ ৯ ¶৯-১০

बाइबल के अध्ययन से अपनी प्रार्थनाएँ निखारिए

9 अगर हम चाहते हैं कि परमेश्‍वर हमारी प्रार्थनाओं का जवाब दे, तो हमें दिल से दुआ करनी होगी। यह बात हम सुलैमान से सीख सकते हैं। ईसा पूर्व 1026 में, जब यरूशलेम में यहोवा के मंदिर का उद्‌घाटन हुआ तब वहाँ जमी भीड़ के सामने सुलैमान ने दिल की गहराइयों से प्रार्थना की। यह प्रार्थना 1 राजा, अध्याय 8 में दर्ज़ है। जब वाचा का संदूक परम-पवित्र स्थान में रखा गया और मंदिर यहोवा के बादल से भर गया, तो सुलैमान ने यहोवा का गुणगान किया।

10 सुलैमान की प्रार्थना का अध्ययन कर गौर कीजिए कि उसमें मन या दिल के बारे में क्या बताया गया है। सुलैमान ने कबूल किया कि सिर्फ यहोवा ही इंसानों का दिल पढ़ सकता है। (1 राजा 8:38, 39) सुलैमान की प्रार्थना यह भी दिखाती है कि ऐसे पापियों के लिए भी आशा है, जो ‘सम्पूर्ण मन से परमेश्‌वर की ओर फिरते हैं।’ अगर किसी दुश्‌मन ने यहोवा के लोगों को हिरासत में ले लिया है, तो यहोवा उनकी मदद की दुहाई ज़रूर सुनेगा, बशर्ते उनका दिल यहोवा की ओर पूरी तरह से लगा रहे। (1 राजा 8:48, 58, 61) इसलिए यह निहायत ज़रूरी है कि हम दिल से प्रार्थना करें।

w৯৯ ১/১৫ ১৭ ¶৭-৮

वफादार हाथों को उठाकर प्रार्थना करें

7 चाहे हम सभा में प्रार्थना कर रहे हों या अकेले में, बाइबल के इस महत्त्वपूर्ण सिद्धांत को याद रखना अच्छा होगा कि हमें हमेशा दीन होकर प्रार्थना करनी चाहिए। (2 इतिहास 7:13, 14) यरूशलेम में यहोवा के मंदिर के समर्पण पर राजा सुलैमान ने भी सब के लिए प्रार्थना करते वक्‍त दीनता दिखायी। सुलैमान ने एक ऐसा आलीशान और शानदार भवन बनाया था जो शायद ही कभी इस दुनिया में बना हो। फिर भी, उसने दीन होकर प्रार्थना की: “क्या परमेश्‍वर सचमुच पृथ्वी पर वास करेगा, स्वर्ग में वरन सब से ऊंचे स्वर्ग में भी तू नहीं समाता, फिर मेरे बनाए हुए इस भवन में क्योंकर समाएगा।”—1 राजा 8:27.

8 सभाओं में दूसरों की ओर से प्रार्थना करते वक्‌त हमें भी सुलैमान की तरह दीन होना चाहिए। हमें ढोंग भरी आवाज़ में प्रार्थना नहीं करनी चाहिए मगर हमारे बोलने के अंदाज़ से दीनता ज़रूर दिखाई देनी चाहिए। दीन प्रार्थनाएँ भारी-भरकम शब्दों से भरा एक तमाशा नहीं होतीं। नम्र प्रार्थनाओं से प्रार्थना करनेवाले व्यक्‌ति की तरफ नहीं बल्कि जिससे प्रार्थना की जा रही है उसकी तरफ ध्यान जाता है। (मत्ती 6:5) प्रार्थना में जो कहा जाता है उससे भी दीनता दिखाई देती है। अगर हम दीनता से प्रार्थना करते हैं तो हमारी प्रार्थना ऐसी नहीं होगी मानो हम परमेश्‌वर से कह रहे हों कि हम यह-यह चाहते हैं और ऐसा ही होना चाहिए। इसके बजाय, हम यहोवा से बिनती करेंगे कि वह वही करे जो उसकी पवित्र इच्छा के अनुसार हो। भजनहार ने ऐसा ही सही नज़रिया दिखाते हुए गिड़गिड़ाकर मिन्‌नत की: “हे यहोवा, हमारी बिनती सुन, बचा ले! हे यहोवा, हमारी बिनती सुन, सुख-समृद्धि दे!”—भजन 118:25, NHT; लूका 18:9–14.

আধ্যাত্মিক ৰত্ন বিচাৰক

it–১ ১০৬০ ¶৪

আকাশ, স্বৰ্গ

চলোমনে কোৱাৰ অৰ্থ এয়া নহয় যে ঈশ্বৰ বিশ্বব্যাপী হয় অৰ্থাৎ তেওঁ সকলো ঠাই আৰু সকলো বস্তুতে আছে। তেওঁ কোৱাৰ অৰ্থ এয়াও নাছিল যে ঈশ্বৰৰ থকাৰ কোনো স্থান নাই। চলোমনে পাছলৈ যি কʼলে, তাৰপৰা এই কথা স্পষ্টকৈ জানিব পাৰি। তেওঁ প্ৰাৰ্থনাত যিহোৱাক এইদৰে কৈছিল, ‘তুমি তোমাৰ বাসস্থান স্বৰ্গত থাকি শুনিবা।’ ইয়াৰপৰা বুজিব পাৰি যে আকাশতকৈও ওপৰত স্বৰ্গ আছে, যʼত যিহোৱা আৰু স্বৰ্গদূতসকল থাকে।—১ৰাজা ৮:৩০, ৩৯.

ভাষণ

km ৫/১০ ৪

১ আমি নিজৰ শক্তিৰে প্ৰচাৰ সেৱা কৰিব নোৱাৰোঁ। যিহোৱাই আমাক এই কাম কৰিবলৈ শক্তি দিয়ে। (ফিলি ৪:১৩) তেওঁ নিজৰ স্বৰ্গদূতৰ যোগেদি সহায় কৰে, যাতে আমি মেৰৰ সমান লোকসকলক বিচাৰিব পাৰোঁ। (প্ৰকা ১৪:৬, ৭) আমি সত্যৰ যি বীজ ৰোপণ কৰোঁ আৰু তাত পানী দিওঁ, সেয়া যিহোৱাইহে বঢ়ায়। (১কৰি ৩:৬, ৭) সেইবাবে, সত্য খ্ৰীষ্টানসকলে প্ৰাৰ্থনাৰ যোগেদি যিহোৱাৰ ওপৰত ভৰসা ৰখাটো অতি গুৰুত্বপূৰ্ণ!

২ নিজৰ বাবে: আমি প্ৰতিবাৰে প্ৰচাৰ কৰাৰ সময়ত যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত। (ইফি ৬:১৮) আমি কি কি বিষয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ? আমি নিজৰ প্ৰচাৰ এলেকাৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিবলৈ আৰু ভয় নকৰাকৈ প্ৰচাৰ কৰি থাকিবলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। (পাঁচ ৪:২৯) আমি যিহোৱাক প্ৰাৰ্থনাত কʼব পাৰোঁ যে তেওঁ আমাক নম্ৰ ব্যক্তিক লগ কৰাই দিয়ে, যাৰ লগত আমি বাইবেল অধ্যয়ন কৰিব পাৰোঁ।

যদি গৃহস্থই আমাক কিবা প্ৰশ্ন সোধে, তেনেহʼলে আমি সঠিক উত্তৰ দিবলৈ সহায় বিচাৰি মনে মনে যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। (নহি ২:৪) আমি যি পৰিস্থিতিত প্ৰচাৰ কৰি আছোঁ, সেয়া ভাল নহয়। সেইবাবে, আমি বুদ্ধিমত্তাৰে আৰু সাহসেৰে কাম কৰিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। (মথি ১০:১৬; পাঁচ ৪:২৯) আমি প্ৰচাৰ কামক যাতে প্ৰথম স্থান দিওঁ, তাৰ বাবেও বুদ্ধি বিচাৰিব পাৰোঁ। (যাকো ১:৫) ইয়াৰ উপৰিও যেতিয়া যিহোৱাই আমাক তেওঁৰ সেৱক হোৱাৰ সন্মান দিয়াৰ বাবে প্ৰাৰ্থনাত আমি ধন্যবাদ দিওঁ, তেতিয়া যিহোৱা খুব আনন্দিত হয়।—কল ৩:১৫.

৩ আনৰ বাবে: আমি “ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা” কৰা উচিত। সম্ভৱ হʼলে আমি ভাই-ভনীসকলৰ নাম লৈ তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰা উচিত। (যাকো ৫:১৬; পাঁচ ১২:৫) স্বাস্থ্য ভাল নথকাৰ বাবে আপুনি বেছিকৈ প্ৰচাৰ কৰিব পৰা নাই নে? যদি নাই পৰা, তেনেহʼলে স্বাস্থ্য ভাল থকা ভাই-ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰক। নিজৰ প্ৰাৰ্থনাৰ একো মূল্য নাই বুলি নাভাবিব। চৰকাৰী অধিকাৰীসকলে প্ৰচাৰ কামৰ বিষয়ে যাতে সঠিক দৃষ্টিভংগী ৰাখে, তাৰ বাবেও আপুনি প্ৰাৰ্থনা কৰিব পাৰে, যাতে আমাৰ ভাই-ভনীসকলে “শান্ত জীৱন যাপন” কৰিব পাৰে।—১তীম ২:১, ২.

৪ গোটেই পৃথিৱীত শুভবাৰ্তাৰ ঘোষণা কৰাটো বৰ ডাঙৰ কাম হয় আৰু এয়া আমি নিজৰ শক্তিৰে কৰিব নোৱাৰোঁ। যদি আমি “প্ৰাৰ্থনাত লাগি” থাকোঁ, তেনেহʼলে যিহোৱাৰ সহায়ত আমি এই কাম নিশ্চয় পূৰ কৰিব পাৰিম।—ৰোম ১২:১২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক