ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr23 নৱেম্বৰ পৃষ্ঠা ১-১১
  • “জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ” বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ” বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৩
  • উপশীৰ্ষক
  • নবেম্বৰ ৬-১২
  • নবেম্বৰ ১৩-১৯
  • নবেম্বৰ ২০-২৬
  • নবেম্বৰ ২৭–ডিচেম্বৰ ৩
  • ডিচেম্বৰ ৪-১০
  • ডিচেম্বৰ ১১-১৭
  • ডিচেম্বৰ ১৮-২৪
  • ডিচেম্বৰ ২৫-৩১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৩
mwbr23 নৱেম্বৰ পৃষ্ঠা ১-১১

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

© 2023 Watch Tower Bible and Tract Society of Pennsylvania

নবেম্বৰ ৬-১২

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ১৩-১৪

“মানুহ মৰিলে পুনৰায় জীব নে?”

w৯৯ ১০/১৫ ৩ ¶১-৩

लंबी ज़िंदगी की तलाश

आज से 3,500 साल पहले यह बात कही गई थी और आज भी बहुत-से लोग मानते हैं कि इंसान की ज़िंदगी बस पल-दो-पल की है। इंसान को यह दुःख हमेशा कचोटता रहता है कि उसने जवानी के चंद लम्हे बिताए ही थे कि बुढ़ापे ने उसे आ घेरा और अब वह मौत के मुँह में जा रहा है। इसलिए पुराने ज़माने से ही इंसान ने ज़िंदगी को बढ़ाने की लाखों कोशिशें की हैं।

अय्यूब के ज़माने में मिस्र देश के लोग दोबारा जवान होने के लिए जानवरों के लैंगिक अंग खाया करते थे मगर उनकी उम्मीद पूरी नहीं हुई। मध्य युगों के दौरान विज्ञान का एक खास लक्ष्य था, एक ऐसा अमृत तैयार करना जिसे पीने पर इंसान की उम्र लंबी हो जाए। कई वैज्ञानिक मानते थे कि नकली सोने से अमर ज़िंदगी हासिल हो सकती है और सोने की थालियों में भोजन करनेवाले ज़्यादा साल जी सकते हैं। पुराने ज़माने में चीन के दाओ धर्म के गुरू मानते थे कि मनन-ध्यान के ज़रिए, सांस-साधने के ज़रिए और कुछ तरह के खान-पान के ज़रिए वे इंसान के शरीर की अंदरूनी रचना में फेर-बदल करके उन्हें अमर बना सकते हैं।

स्पेन के एक खोजकर्ता, योआन पॉन्ट्‌स दे लीऑन ने ऐसा अमृत खोज निकालने की कोशिश की जिसे पीने से लोग दोबारा जवान हो जाएँ लेकिन वह नाकाम रहा। अठारहवीं सदी के एक डॉक्टर ने अपनी किताब, हरमिप्पस रेडिविवस में कहा कि वंसत ऋतु के समय अगर जवान कुँवारियों को एक छोटे-से कमरे में बंद करके उनके मुँह से निकलनेवाली साँस को बोतलों में भर दिया जाए और फिर उसे पिया जाए तो उम्र लंबी हो सकती है। कहने की ज़रूरत नहीं कि उम्र बढ़ाने की ये सारी तरकीबें नाकाम रहीं।

w১৫ ৪/১৫ ৩২ ¶১-২

क्या एक कटा हुआ पेड़ फिर से बढ़ सकता है?

इसमें कोई दो राय नहीं कि लेबनान का देवदार पेड़ देखने में बहुत सुंदर लगता है। इसकी तुलना में जैतून का पेड़ उतना सुंदर नहीं लगता। क्योंकि यह झुका हुआ और टेढ़ा-मेढ़ा-सा होता है। मगर इस पेड़ की एक खासियत है, वह यह कि मुश्‍किल-से-मुश्‍किल हालात में भी यह पेड़ ज़िंदा रह सकता है। कुछ जैतून के पेड़ तो 1,000 साल पुराने हैं। इस पेड़ की जड़ें ज़मीन के नीचे गहराई तक जाती हैं। इसलिए अगर पेड़ का तना ऊपर से काट भी दिया जाए तो वह पेड़ फिर से बढ़ सकता है। जब तक उसकी जड़े हैं वह दोबारा बढ़ेगा।

वफादार सेवक अय्यूब को इस बात का पक्का यकीन था कि अगर उसकी मौत हो जाए तो वह फिर से ज़िंदा किया जाएगा। (अय्यू. 14:13-15) उसने अपना यकीन ज़ाहिर करने के लिए एक पेड़ की मिसाल दी। हो सकता है यह जैतून का पेड़ हो। अय्यूब ने कहा, “वृक्ष की तो आशा रहती है कि चाहे वह काट डाला भी जाए, तौभी फिर पनपेगा और उस से नर्म नर्म डालियां निकलती ही रहेंगी। चाहे उसकी जड़ भूमि में पुरानी भी हो जाए, और उसका ठूंठ मिट्टी में सूख भी जाए, तौभी वर्षा की गन्ध पाकर वह फिर पनपेगा, और पौधे की नाईं उस से शाखाएं फूटेंगी।”—अय्यू. 14:7-9.

w২৩.০৪ ৯ ¶৬

যিহোৱাই নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব বুলি আমি কিয় বিশ্বাস কৰিব পাৰোঁ?

ইয়োৱে কি কৈছিল তালৈ মন কৰক। তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যদি তেওঁৰ মৃত্যু হৈ যায়, তেনেহ’লে যিহোৱাই তেওঁক আকৌ চাবলৈ আগ্ৰহেৰে বাট চাই থাকিব। যিহোৱাই সেই সেৱকসকলকো আকৌ চাবলৈ আগ্ৰহী হৈ আছে, যিসকলৰ মৃত্যু হ’ল। (ইয়ো. ১৪:১৪, ১৫) যিহোৱাই সেই সময়ৰ বাবে বাট চাই আছে, যেতিয়া তেওঁ সেই লোকসকলক আকৌ জীয়াই তুলিব। সেই সময়ত তেওঁলোকৰ স্বাস্থ্য ভাল হৈ যাব আৰু তেওঁলোকে আনন্দেৰে জীয়াই থাকিব। কিন্তু যিহোৱাই সেই লাখ লাখ লোককো জীয়াই তুলিবনে, যিসকলে জীয়াই থকাৰ সময়ত তেওঁৰ বিষয়ে শিকিবলৈ সুযোগে পোৱা নাছিল? নিশ্চয়, যিহোৱাই তেওঁলোককো প্ৰেম কৰে আৰু তেওঁলোককো জীয়াই তুলিব বিচাৰে। (পাঁচ. ২৪:১৫) তেওঁলোকেও যিহোৱাৰ বন্ধু হোৱা আৰু এই পৃথিৱীত অনন্ত জীৱন জীয়াই থকাটো যিহোৱাই বিচাৰে। (যোহ. ৩:১৬) ইয়াৰ পৰা জানিব পাৰি যে সঁচাকৈ যিহোৱাই মৃত্যু হোৱা লোকসকলক জীয়াই তুলিব বিচাৰে।

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ১৯১

ধূলি বা ছাই

কোনো এটা বস্তু বা ব্যক্তিৰ বেছি মূল্য নাই বা কোনো কামৰ নহয় বুলি বুজাবলৈ “ছাই” শব্দটো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, অব্ৰাহামে নম্ৰ হৈ যিহোৱাক কʼলে, “চাওক, ধূলি আৰু ছাই মাথোন যি মই।” (আদি ১৮:২৭; যিচ ৪৪:২০; ইয়ো ৩০:১৯ পদো চাওক।) ইয়োবে নিজৰ মিছলীয়া বন্ধুসকলৰ কথাক ‘ধূলি’ বা ছাইৰ নিচিনা হয় বুলি কৈছিল।—ইয়ো ১৩:১২.

নবেম্বৰ ১৩-১৯

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ১৫-১৭

“ইলীফজৰ দৰে আনক নিৰাশ নকৰিব”

w২২.১০ ২৬ ¶১০

নিজৰ আশা দৃঢ় কৰি থাকক

যিহোৱা আমাৰ পৰা আনন্দিত নহয়, এনে ধৰণৰ ভুল চিন্তাধাৰাৰ পৰা আশাই আমাক ৰক্ষা কৰে। যেনে, কিছুমান লোকে হয়তো ভাবে যে ‘মই যিহোৱাৰ মানদণ্ডবোৰ পালন কৰিবলৈ বহু বাৰ বিফল হওঁ, মই বহুত ভুল কৰোঁ, মই কʼতনো অনন্ত জীৱন পাম!’ ইয়োবৰ বন্ধু এলিফজেও ইয়োবক এইদৰেই কৈছিল। তেওঁ কৈছিল, “মৰ্ত্ত্য [সাধাৰণ লোক] নো কি, যে, তেওঁ শুচি হব পাৰে?” তাৰ পাছত তেওঁ যিহোৱাৰ বিষয়ে এইদৰে কৈছিল, “চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, এনে কি, আকশ-মণ্ডলো তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়।” (ইয়ো. ১৫:১৪, ১৫) এলিফজে কোৱা কথাটো একেবাৰে মিছা আছিল। আচলতে আমি এইদৰে ভবাটো চয়তানে বিচাৰে। সি জানে যে যদি আমি এইদৰে চিন্তা কৰোঁ, তেনেহʼলে আমি নিজৰ আশা হেৰুৱাম। সেইবাবে, যদি আমাৰ মনলৈ এনেধৰণৰ প্ৰশ্ন আহে, তেনেহʼলে আমি লগে লগে সেইবোৰ উলিয়াই পেলোৱা উচিত আৰু যিহোৱাৰ প্ৰতিজ্ঞাৰ বিষয়ে চিন্তা কৰা উচিত। বিশ্বাস ৰাখক আপুনি সদায় কাললৈকে জীয়াই থকাটো যিহোৱাই বিচাৰে আৰু তেওঁ আপোনাক সহায় কৰিব যাতে আপোনাৰ এই আশা পূৰ হয়।—১ তীম. ২:৩, ৪.

w১৫ ২/১৫ ৯ ¶১৬

यीशु की तरह नम्रता और कोमलता दिखाइए

16 हमारे कोमल शब्द। हमारी कोमल भावनाएँ हमें उभारती हैं कि “जो मायूस हैं, उन्हें [हम] अपनी बातों से तसल्ली” दें। (1 थिस्स. 5:14) हम उनका हौसला बढ़ाने के लिए क्या कह सकते हैं? हम उन्हें बता सकते हैं कि हमें उनकी कितनी परवाह है। हम उनकी सच्चे दिल से तारीफ कर सकते हैं और इस तरह उन्हें यह देखने में मदद दे सकते हैं कि उनमें क्या-क्या गुण और खूबियाँ हैं। हम उन्हें याद दिला सकते हैं कि अगर यहोवा ने उन्हें सच्चाई ढूँढ़ने में मदद दी है, तो बेशक वे उसकी नज़र में बहुत अनमोल होंगे। (यूह. 6:44) हम उन्हें इस बात का यकीन दिला सकते हैं कि यहोवा अपने उन सेवकों की बहुत परवाह करता है, जो ‘टूटे मनवाले’ या ‘पिसे हुए’ हैं। (भज. 34:18) हमारे कोमल शब्द उन लोगों को ताज़गी पहुँचा सकते हैं, जिन्हें दिलासे की ज़रूरत है।—नीति. 16:24.

আধ্যাত্মিক ৰত্ন বিচাৰক

w০৬ ৩/১৫ ১৪ ¶১০

ইয়োব কিতাপৰ আলোকপাত

৭:৯, ১০; ১০:২১; ১৬:২২ এই পদবোৰত ইয়োবে যি কৈছিল তাৰ পৰা এয়া জানিব পাৰিনে যে তেওঁ মৃত লোকসকলক আকৌ জীয়াই তোলা হ’ব বুলি বিশ্বাস কৰা নাছিল? এনে নাছিল। এই পদবোৰত ইয়োবে তেওঁৰ জীৱনত আগলৈ কি কি হʼব তাৰ বিষয়ে কৈছিল। তেনেহʼলে তেওঁ কোৱা কথাৰ কি অৰ্থ আছিল? ইয়াৰ অৰ্থ হয়তো এয়াও হʼব পাৰে যে ইয়োবৰ মৃত্যুৰ পাছত তেওঁৰ সময়ৰ কোনো লোকে তেওঁক দেখা নাপাব। তেওঁৰ দৃষ্টিত যেতিয়ালৈকে ঈশ্বৰে নিৰ্ধাৰিত কৰা সময় নাহে, তেতিয়ালৈকে ইয়োবে নিজৰ ঘৰলৈ উভতি নাহিব আৰু তেওঁৰ অস্থিত্বও নাথাকিব। ইয়োবে কোৱাৰ অৰ্থ এয়াও হʼব পাৰে যে কোনো মানুহে মৃত্যুৰ পাছত চিয়োলৰ পৰা নিজে উভতি আহিব নোৱাৰে। ভৱিষ্যতে হʼবলগীয়া পুনৰুত্থানৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল আৰু এয়া ইয়োব ১৪:১৩-১৫ পদৰ পৰা স্পষ্টকৈ জানিব পাৰি।

নবেম্বৰ ২০-২৬

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ১৮-১৯

“নিজৰ ভাই-ভনীসকলক কেতিয়াও নেৰিব”

w২২.০১ ১৬ ¶৯

যীচুৱে টুকা চকুপানীৰপৰা শিক্ষা

৯ বেদনাত থকা লোকসকলক সহায় কৰক। যীচুৱে কেৱল মাৰ্থা আৰু মৰিয়মৰ লগত কন্দায়ে নাছিল, ইয়াৰ পৰিৰ্ৱতে যীচুৱে তেওঁলোকৰ কথা মনোযোগেৰে শুনিছিল, তেওঁলোকৰ লগত প্ৰেমেৰ কথা পাতিছিল আৰু তেওঁলোকক উৎসাহিত কৰিছিল। আমিও বেদনাত থকা লোকসকলক সহায় কৰিব পাৰোঁ। অষ্ট্ৰেলিয়াৰ ডেন নামৰ প্ৰাচীনজনে এইদৰে কৈছে, “যেতিয়া মোৰ পত্নীৰ মৃত্যু হৈছিল, তেতিয়া মোক সহায়ৰ অতি প্ৰয়োজন আছিল। বহুতো ভাই আৰু তেওঁলোকৰ পত্নীসকলে ৰাতিপুৱা-গধূলি মোক লগ কৰিবলৈ আহিছিল আৰু মোৰ কথা মনোযোগেৰে শুনিছিল। মই যেতিয়া কান্দিছিলোঁ, তেতিয়া মোক বাধাও দিয়া নাছিল আৰু আচৰিতো হোৱা নাছিল। বহুবাৰ মই ঘৰৰ কাম কৰিব নোৱাৰিছিলোঁ। সেইসময়ত তেওঁলোকে মোক সহায় কৰিছিল। যেনে, তেওঁলোকে মোৰ গাড়ী ধুই দিছিল, বজাৰ কৰি দিছিল আৰু মোৰ বাবে আহাৰো ৰান্ধিছিল। তেওঁলোকে মোৰ লগত বাৰে বাৰে প্ৰাৰ্থনা কৰিছিল। সঁচাকৈ, তেওঁলোক মোৰ প্ৰকৃত বন্ধু আছিল আৰু ‘দুৰ্দ্দশাৰ’ সময়ত ভাইৰ নিচিনা হৈছিল।”—হিতো. ১৭:১৭.

w২১.০৯ ৩০ ¶১৬

আপোনজনাই যিহোৱাক এৰি গʼলে

১৬ বহিষ্কাৰ হোৱা ব্যক্তিৰ পৰিয়ালক সহায় কৰি থাকক। বহুবাৰ দেখিবলৈ পোৱা যায় যে মণ্ডলীৰ ভাই-ভনীসকলে বহিষ্কাৰ হোৱা ব্যক্তিৰ লগতে তেওঁৰ পৰিয়ালৰ লগতো কথা পাতিবলৈ বন্ধ কৰি দিয়ে। কিন্তু আমি এনে কৰা উচিত নহয়। বিশেষকৈ এই সময়ত তেওঁলোকক আমাৰ উৎসাহৰ অতি প্ৰয়োজন হয়। (ইব্ৰী ১০: ২৪, ২৫) যিসকলৰ পিতৃ বা মাতৃয়ে যিহোৱাক এৰি দিছে, তেওঁলোকৰ সন্তানক উৎসাহিত কৰাটো অতি প্ৰয়োজন। আমি তেওঁলোকক সাহস দিব পাৰোঁ আৰু প্ৰসংশা কৰিব পাৰোঁ। যেতিয়া মাৰিয়া নামৰ ভনীৰ স্বামী বহিষ্কাৰ হৈছিল আৰু তেওঁ পত্নী আৰু লʼৰা-ছোৱালীক এৰি থৈ গৈছিল, তেতিয়া মাৰিয়াই ভাই-ভনীসকলৰপৰা বহুত সহায় লাভ কৰিলে। তাই এইদৰে কৈছে, “কিছুমান ভাই-ভনীয়ে ঘৰত আহি আহাৰ ৰান্ধিছিল আৰু লৰা-ছোৱালীক অধ্যয়ন কৰিবলৈ মোক সহায় কৰিছিল। তেওঁলোকে মোৰ দুখ বুজি পাইছিল আৰু মোৰ লগত কান্দিছিল। লোকসকলে মোৰ বিষয়ে মিছা কথা কোৱাৰ সময়তো তেওঁলোকে মোৰ ফলীয়া হৈ কৈছিল। সঁচাকৈ ভাই-ভনীসকলৰপৰা মই বহুত উৎসাহ লাভ কৰিলোঁ।”—ৰোম. ১২:১৩, ১৫.

w৯১ ৫/১ ১৪-১৫ ¶২০

क्या आप प्रयत्न कर रहें हैं?

20 प्राचीनों के समूह को यह समझना चाहिए कि पद से हटाया जाना एक भूतपूर्व अध्यक्ष या सेवकाई सेवक में दबाव उत्पन्‍न कर सकता है, तब भी जब वह अपना विशेषाधिकार स्वेच्छा से त्याग देता है। अगर उसे बहिष्कार नहीं किया गया और प्राचीन यह देख रहे हैं कि वह भाई दुःखी है, उन्हें प्रेममय आध्यात्मिक सहायता प्रदान करनी चाहिए। (1 थिस्सलुनीकियों 5:14) उसे यह समझने में उन्हें मदद देनी चाहिए कि मण्डली में उसकी ज़रूरत है। तब भी जब सलाह की ज़रूरत हुई है, अधिक समय बीतने से पहले ही एक नम्र और कृतज्ञपूर्ण पुरुष दोबारा मण्डली में सेवकाई के विशेषाधिकार प्राप्त करेगा।

আধ্যাত্মিক ৰত্ন বিচাৰক

w৯৪ ১০/১ ৩২

ভাল কথা কৈ আনক উৎসাহিত কৰক

ইয়োব কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল আৰু তেওঁক শান্ত্বনাৰ প্ৰয়োজন আছিল। কিন্তু তেওঁৰ বন্ধুসকলে তেওঁক শান্ত্বনা দিয়াৰ পৰিৱৰ্তে অভিযোগহে লগালে। তেওঁলোকে কʼলে যে তেওঁ নিশ্চয় কিবা ভুল কৰিছে, সেইবাবে তেওঁৰ ওপৰত সমস্যা আহিছে। (ইয়ো ৪:৮) ইন্টাৰপিটাৰ্ছ বাইবেলত লিখা আছে, “কোনোবাই ইয়োবৰ বিষয়ে চিন্তা কৰা আৰু তেওঁক বুজি পোৱাটো ইয়োবে বিচাৰিছিল। কিন্তু সেইদৰে নহʼল। ইয়াৰ পৰিৱৰ্তে তেওঁক ধৰ্ম আৰু নৈতিকতাৰ বিষয়ে কোৱা হৈছিল। এইবোৰ ঠিকেই আছিল কিন্তু সেই সময়ত ইয়াৰ পৰা ইয়োবৰ কোনো লাভ হোৱা নাছিল।” ইয়োবে নিজৰ বন্ধুসকলৰ কথা শুনি দুখ কৰি এইদৰে কʼলে, “তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা, আৰু বাক্যেৰে মোক গুড়ি কৰিবা?”—ইয়ো ১৯:২.

আমি ভাই-ভনীসকলক কেতিয়াও নভবা-নিচিন্তাকৈ একো কথা কোৱা উচিত নহয় বা টানকৈও কোৱা উচিত নহয়, যাৰ বাবে তেওঁলোকে দুখী হৈ ঈশ্বৰলৈ মিনতি কৰিব। (দ্বিতীয় বিবৰণ ২৪:১৫ পদৰ লগত তুলনা কৰক।) বাইবেলত এটা সাৱধান বানী দিয়া হৈছে, “মৰণ আৰু জীৱন জিবাৰ অধীন; আৰু যিবিলাকে তাক ভাল পায়, তেওঁবিলাকে তাৰ ফল ভোগ কৰিব।”—হিতো ১৮:২১.

নবেম্বৰ ২৭–ডিচেম্বৰ ৩

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ২০-২১

“ধন-সম্পত্তিৰে এজন ব্যক্তি ভাল হয় নে নহয় বুলি কʼব নোৱাৰি”

w০৭ ৮/১ ৩০ ¶১২

क्या आप “परमेश्‍वर की दृष्टि में धनी” हैं?

12 लूका 12:21 में दर्ज़ यीशु की बात दिखाती है कि परमेश्‍वर की दृष्टि में धनी होना, अपने लिए धन बटोरने या अमीर बनने के उलट है। इस तरह, उसने ज़ाहिर किया कि हमें अपनी ज़िंदगी में धन-दौलत कमाने या ऐशो-आराम की चीज़ों का मज़ा लूटने को ज़्यादा अहमियत नहीं देनी चाहिए। इसके बजाय, हमें अपने साधनों का इस्तेमाल इस तरह से करना चाहिए जिससे कि यहोवा के साथ हमारा रिश्‍ता मज़बूत हो। नतीजा, हम परमेश्‍वर की दृष्टि में धनी होंगे। यह हम इतने पक्के यकीन के साथ कैसे कह सकते हैं? अगर हम परमेश्‍वर के साथ एक मज़बूत रिश्‍ता बनाए रखेंगे, तो वह हम पर आशीषों की बौछार करेगा। और बाइबल कहती है: “प्रभु [यहोवा] की आशीष से मनुष्य धनवान बनता है, प्रभु धन के साथ उसको दुःख नहीं देता।”—नीतिवचन 10:22, नयी हिन्दी बाइबिल।

আধ্যাত্মিক ৰত্ন বিচাৰক

w৯৫ ১/১ ৯ ¶১৯

চয়তান আৰু তাৰ কামৰ ওপৰত জয়

১৯ এয়া মন কৰিবলগীয়া কথা যে ঈশ্বৰৰ সেৱক ইয়োবে সেই ‘অধৈৰ্য্য’ চিন্তাৰ সন্মুখীন হʼবলগীয়া হৈছিল, যি চয়তানে ইলীফজ আৰু চোফৰৰ যোগেদি কৈছিল। (ইয়ো ৪:১৩-১৮; ২০:২, ৩) ইয়োবে বহুতো দুখ ভুগি আছিল, সেইবাবে তেওঁ ‘অবিবেচনাৰে কথা কʼলে।’ (ইয়ো ৬:২-৪; ৩০:১৫, ১৬) ইলীহূয়ে ধৈৰ্য্যেৰে ইয়োবৰ কথা শুনিলে আৰু কথাবোৰ যিহোৱাৰ দৃষ্টিৰে চাবলৈ সহায় কৰিলে। ঠিক সেইদৰে, আজি প্ৰাচীনসকলে দুখত থকা লোকসকলক আৰু ‘ভাৰ’ নিদিয়াৰ যোগেদি তেওঁলোকৰ বিষয়ে চিন্তা কৰে বুলি দেখুৱাই। ইয়াৰ পৰিৱৰ্তে ইলীহূৰ দৰে ধৈৰ্য্যেৰে তেওঁলোকৰ কথা শুনে আৰু ঈশ্বৰৰ বাক্যৰ পৰা তেওঁলোকক শান্ত্বনা দিয়ে। (ইয়ো ৩৩:১-৩, ৭; যাকো ৫:১৩-১৫) যিসকলে নিজৰ ভাবনা বা কল্পনা কৰা কথাৰ বাবে চিন্তিত হৈ পৰিছে, তেওঁলোকে মণ্ডলীত শান্ত্বনা পাব পাৰে।—ইয়ো ৭:১৪; যাকো ৪:৭.

ডিচেম্বৰ ৪-১০

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ২২-২৪

“মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে?”

w০৫ ৯/১৫ ২৭ ¶১-৩

गलत सोच का विरोध कीजिए!

परमेश्‍वर बहुत कठोर है, इस विचार से मिलता-जुलता एक और विचार यह है कि वह हम इंसानों को बिलकुल बेकार समझता है। एलीपज अपने तीसरे भाषण में यह सवाल करता है: “क्या पुरुष से ईश्‍वर को लाभ पहुंच सकता है? जो बुद्धिमान है, वह अपने ही लाभ का कारण होता है।” (अय्यूब 22:2) एलीपज के कहने का मतलब था कि परमेश्‍वर की नज़र में इंसान किसी लायक नहीं है। उसी तरह बिलदद ने यह दलील पेश की: “मनुष्य ईश्‍वर की दृष्टि में धर्मी क्योंकर ठहर सकता है? और जो स्त्री से उत्पन्‍न हुआ है वह क्योंकर निर्मल हो सकता है?” (अय्यूब 25:4) उनके कहने का यह मतलब था कि एक मामूली-सा इंसान अय्यूब, परमेश्‍वर की नज़रों में धर्मी ठहरने की सोच भी कैसे सकता था?

निराश करनेवाली भावनाएँ आज कुछ लोगों को आ घेरती हैं। इसके लिए कई बातें ज़िम्मेदार हो सकती हैं जैसे, उनकी परवरिश, ज़िंदगी के तनाव, या जाति-भेद का शिकार होना। इसके अलावा, शैतान और उसकी दुष्टात्माएँ भी इंसान के आत्म-सम्मान को कुचलने की कोशिश करती हैं, क्योंकि ऐसा करने में उन्हें मज़ा आता है। अगर वे किसी इंसान को यकीन दिला दें कि सर्वशक्‍तिमान परमेश्‍वर को खुश करना नामुमकिन है, तो वह निराश होकर बड़ी आसानी से हार मान सकता है। देखते-ही-देखते ऐसा इंसान सच्चाई से बहक सकता है, और यह भी हो सकता है कि वह अपने आपको जीवित परमेश्‍वर से दूर कर ले।—इब्रानियों 2:1; 3:12.

ढलती उम्र और खराब सेहत की वजह से हम राज्य की सेवा में शायद उतना न कर पाएँ जितना हम अपनी जवानी में करते थे। यह समझना हमारे लिए बेहद ज़रूरी है कि शैतान और उसकी दुष्टात्माएँ हमें यह महसूस कराना चाहती हैं कि हम यहोवा की सेवा में जो भी करते हैं, उससे वह खुश नहीं होता। हमें इस तरह की सोच का विरोध करना चाहिए।

w৯৫ ২/১৫ ২৭-২৮ ¶৬

समस्याओं के निपटारे के लिए एक सबक़

अय्यूब के तीन साथियों ने ईश्‍वरीय बुद्धि के बजाय व्यक्‍तिगत विचार व्यक्‍त करने के द्वारा अय्यूब को और हताश कर दिया। एलीपज इतना कहने की हद तक गया कि ‘परमेश्‍वर अपने सेवकों पर भरोसा नहीं रखता’ और कि यहोवा को इसकी परवाह नहीं थी कि अय्यूब धर्मी है या नहीं। (अय्यूब 4:18; 22:2, 3) इससे और ज़्यादा निरुत्साहित करनेवाली—या ज़्यादा झूठी—टिप्पणी की कल्पना करना मुश्‍किल है! इसमें आश्‍चर्य नहीं कि यहोवा ने बाद में एलीपज और उसके साथियों को इस ईशनिन्दा के लिए फटकारा। ‘तुम लोगों ने मेरे विषय में ठीक बात नहीं कही,’ उसने कहा। (अय्यूब 42:7) लेकिन सबसे ज़्यादा चोट पहुँचानेवाला दावा अब भी आना बाक़ी था।

w০৩ ৪/১ ২৪-২৫ ¶১০-১২

যুৱক-যুৱতীসকলে যিহোৱাৰ মন আনন্দিত কৰে

১০ চয়তানে কেৱল ইয়োবকেই নহয় কিন্তু আপোনাৰ সৈতে যিহোৱাৰ সেৱা কৰা আনবিলাকৰ আনুগত্যৰ ওপৰতো মিছা অভিযোগ দিয়ে। দৰাচলতে সি গোটেই মানৱজাতিক উদ্দেশ্য কৰি যিহোৱাক এনেদৰে সুধিছিল: “এনে কি প্ৰাণৰ অৰ্থে মানুহে [কেৱল ইয়োৱে নহয়] সৰ্ব্বস্ব দিব।” (ইয়োব ২:৪) এই প্ৰমুখ বাদ-বিষয়টোত আপোনাৰ কি ভূমিকা আছে, তাক বিচাৰি পাইছেনে? হিতোপদেশ ২৭:১১ পদত কৈছে যে আপুনি যিহোৱাক এনে কিবা এটা দিব পাৰে, যাৰ আধাৰত যিহোৱাই চয়তানৰ ধিক্কাৰ দিয়াটোক উত্তৰ দিব পাৰে। কল্পনা কৰক যে সৰ্ব্বশক্তিমান ঈশ্বৰে বহু সময়ৰ পৰা চলি অহা সেই মহান বাদ-বিষয়টোক ব্যক্তিগতভাৱে প্ৰত্যুত্তৰ দিবলৈ আপোনাক আমন্ত্ৰিত কৰিছে। আপোনাৰ ওচৰত কিযে এক অসাধাৰণ আৰু অতুলনীয় বিশেষাধিকাৰ আছে! যিহোৱাই আপোনাৰ পৰা যি বিচাৰিছে সেই আৱশ্যকতাক আপুনি ইয়োবৰ দৰে পূৰ্ণ কৰিব পাৰিবনে? (ইয়োব ২:৯, ১০) যীচুৱেও যিহোৱাই বিচৰা আৱশ্যকতা পূৰ্ণ কৰিছিল, আনকি ইতিহাসজুৰি বহুতো ব্যক্তি, যʼত যুৱক লোকসকলো সন্মিলিত আছে, তেওঁলোকে ঈশ্বৰৰ আৱশ্যকতাক পূৰণ কৰিলে। (ফিলিপীয়া ২:৮; প্ৰকাশিত বাক্য ৬:৯) আপুনিও সেই একেইদৰে কৰিব পাৰে। এইটো নিশ্চিত যে আপুনি উভয় পক্ষ বা মধ্যপন্থা লʼব নোৱাৰে। গতিকে আপুনি নিজৰ কাৰ্য্যৰ দ্বাৰা দেখুৱাওক যে আপুনি চয়তানৰ নতুবা যিহোৱাৰ পক্ষ। আপুনি কাৰ ইচ্ছা পালন কৰিব?

যিহোৱাই আপোনাৰ বাবে চিন্তা কৰে

১১ আপুনি যি বাছনি কৰে বাস্তৱতে সেইটো যিহোৱাৰ বাবে চিন্তা কৰিবলগীয়া বিষয়নে? চয়তানক প্ৰত্যুত্তৰ দিবলৈ সেই বিশ্বাসী ব্যক্তিসকলে বজাই ৰখা বিশ্বস্ততাই যথেষ্ট নহয়নে? এইটো সচাঁ যে কোনো এজন ব্যক্তিয়ে বিনাস্বাৰ্থই প্ৰেমেৰে যিহোৱাৰ উপাসনা নকৰে বুলি দিয়া অভিযোগটো মিছা বুলি প্ৰমাণিত হৈছে। তথাপিও যিহোৱাই বিচাৰে যে আপুনি যেন সাৰ্ব্বভৌমত্বৰ ওপৰত উঠোৱা প্ৰত্যাহ্বানটোত তেওঁৰ পক্ষ লয়। কিয়নো তেওঁ আপোনাক ব্যক্তিগত হিচাবে চোৱাচিতা কৰে। এই সন্দৰ্ভে যীচুৱে এইদৰে কৈছিল: “এই সৰুবিলাকৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃৰ ইচ্ছা নাই।”—মথি ১৮:১৪.

১২ সঁচাকৈ আপুনি কৰা বাছনিত স্পষ্টকৈ যিহোৱাই ইচ্ছুক। ইয়াতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে ই তেওঁক প্ৰভাৱিত কৰে। বাইবেলে স্পষ্টকৈ কৈছে যে মানুহে কৰা ভাল বা বেয়া কাৰ্য্যৰ প্ৰতি যিহোৱাৰ গভীৰ অনুভূতি আছে। উদাহৰণস্বৰূপে, ইস্ৰায়েল জাতিক বাৰে বাৰে কৰা বিদ্ৰোহী কাৰ্য্যই যিহোৱাক “অসন্তুষ্ট” কৰিছিল। (গীতমালা ৭৮:৪০, ৪১) নুহৰ সময়ত জলপ্ৰলয়লৰ পূৰ্বেই “মানুহৰ দুষ্টতা অধিক” হোৱাত যিহোৱাৰ “বেজাৰ” লাগিছিল। (আদিপুস্তক ৬:৫, ৬) এইবোৰৰ অৰ্থ কি তাক দকৈ চিন্তা কৰক। কিয়নো আপুনি বাছি লোৱা অনুচিত কাৰ্য্যই যিহোৱাক অসন্তুষ্ট কৰিব। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ দুৰ্ব্বল বা আৱেগীক হৈ শাসন কৰে। বৰঞ্চ, তেওঁ আপোনাক প্ৰেম আৰু আপোনাৰ কল্যাণৰ বিষয়ে চিন্তা কৰে। আনহাতে যেতিয়া আপুনি উচিত কাৰ্য্য কৰে তেতিয়া তেওঁৰ মন আনন্দিত হয়। তেওঁ কেৱল চয়তানক উত্তৰ দিব পৰাৰ বাবেই নহয় কিন্তু আপোনাক পুৰস্কাৰ দিওঁতা হোৱাৰ বাবেও আনন্দিত হয়। কিয়নো এইয়ে হৈছে তেওঁৰ ইচ্ছা। (ইব্ৰী ১১:৬) আপোনাৰ বাবে তেওঁ কিমান যে প্ৰেমময় পিতৃ!

আধ্যাত্মিক ৰত্ন বিচাৰক

w০৪ ৭/১৫ ২১-২২

আধ্যাত্মিক লক্ষ্য ৰাখি নিজৰ সৃষ্টিকৰ্তাৰ মহিমা কৰক

মন কৰক যে যিহোৱাই বিশ্বৰ সৃষ্টি কেনেকৈ সম্পূৰ্ণ কৰিলে। ‘গধূলি আৰু পুৱা হল’ এই শব্দৰ যোগেদি যিহোৱাই সময়মতে এটাৰ পাছত এটা সৃষ্টি কৰিলে। (আদি ১:৫, ৮, ১৩, ১৯, ২৩, ৩১) সৃষ্টিৰ প্ৰতিটো সময়ৰ আৰম্ভণিত যিহোৱাই ভালদৰে জানিছিল যে সেই দিনৰ বাবে তেওঁৰ লক্ষ্য বা উদ্দেশ্য কি। এইদৰে ঈশ্বৰে বস্তুবোৰক সৃষ্টি কৰাৰ নিজৰ উদ্দেশ্য পূৰ কৰিলে। (প্ৰকা ৪:১১) ইয়োবে কʼলে, “তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে।” (ইয়ো ২৩:১৩) যেতিয়া যিহোৱাই “নিজে নিৰ্ম্মাণ কৰা সকলোকে চাই অতি উত্তম দেখিলে,” তেতিয়া তেওঁ মনতে সন্তুষ্টি পালে।—আদি ১:৩১.

যদি আমি নিজৰ লক্ষ্য পাব বিচাৰোঁ, তেনেহʼলে আমাৰ দৃঢ় ইচ্ছা থকাটো অতি প্ৰয়োজন। এনে ইচ্ছা বঢ়াবলৈ কিহে আমাক সহায় কৰিব? যেতিয়া এই পৃথিৱীত একোৱেই নাছিল, যিহোৱা তেতিয়াও চাব পাৰিছিল যে ইয়াৰ সৃষ্টি হোৱাৰ পাছত ই আকাশত হীৰাৰ দৰে চিকমিকাই থাকিব যাৰ যোগেদি যিহোৱাৰ মহিমা হʼব। ঠিক সেইদৰে আমি যি কৰিবলৈ থিৰাং কৰিছোঁ, তাৰ পৰিণাম আৰু লাভৰ বিষয়ে মনন কৰিলে আমি দৃঢ় ইচ্ছা বঢ়াব পাৰোঁ। এইদৰে ১৯ বছৰীয়া টনীয়েও অনুভৱ কৰিছিল। পশ্চিম ইউৰোপত থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ত ফুৰিবলৈ যোৱাৰ কথা তেওঁ কেতিয়াও পাহৰিব পৰা নাছিল। তাৰ পৰা উভতি অহাৰ পাছত টনীৰ মনত এটাই প্ৰশ্ন বাৰে বাৰে আহিছিল যে ‘এনে ঠাইত কাম কৰি আৰু থাকি হয়তো কেনে লাগে?’ শাখা কাৰ্য্যালয়ত সেৱা কৰাটো তেওঁৰ জীৱনৰ লক্ষ্য হৈ পৰিল তাক পাবলৈ তেওঁ পৰিশ্ৰম কৰি থাকিল। কেইবা বছৰৰ পাছত যেতিয়া তেওঁক শাখা কাৰ্য্যালয়ত সেৱা কৰিবলৈ মাতা হʼল, তেতিয়া তেওঁ হয়তো কিমান আনন্দিত হৈছিল।

ডিচেম্বৰ ১১-১৭

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ২৫-২৭

“নিৰ্দোষী হৈ থাকিবলৈ সিদ্ধ হোৱাৰ প্ৰয়োজন নাই”

it-১ ১২১০ ¶৪

निर्दोष

अय्यूब: अय्यूब के बारे में लिखा है, “वह एक सीधा-सच्चा इंसान था जिसमें कोई दोष नहीं था। वह परमेश्‍वर का डर मानता और बुराई से दूर रहता था।” (अय 1:1) पर शैतान ने अय्यूब पर इलज़ाम लगाया कि वह अपने मतलब के लिए परमेश्‍वर की सेवा करता है, उसकी भक्‍ति एक ढोंग है। परमेश्‍वर ने शैतान को अय्यूब की परीक्षा लेने की इजाज़त दी। शैतान ने अय्यूब की सारी संपत्ति छीन ली और उसके बच्चों को मरवा डाला। फिर भी अय्यूब निर्दोष बना रहा। (अय 1:6–2:3) इसके बाद शैतान ने अय्यूब पर यह इलज़ाम लगाया कि वह खुद को बचाने के लिए कुछ भी कर सकता है। (अय 2:4, 5) अय्यूब को सिर से पाँव तक एक दर्दनाक बीमारी हो गयी। उसकी पत्नी ने उसे चुभनेवाली बात कही। और उसके दोस्तों ने उसे ताने मारे और परमेश्‍वर के स्तरों के बारे में गलत बातें कहीं। इतना सब सहने के बाद भी अय्यूब निर्दोष बना रहा। उसने कहा, “मैंने ठान लिया है, मैं मरते दम तक निर्दोष बना रहूँगा। मैं अपनी नेकी को थामे रहूँगा, उसे कभी नहीं छोड़ूँगा, जब तक मैं ज़िंदा हूँ मेरा मन मुझे नहीं धिक्कारेगा।” (अय 27:5, 6) अय्यूब आखिर तक निर्दोष रहा और इससे साफ हो गया कि शैतान झूठा है।

w১৯.০২ ৩ ¶৩-৫

निर्दोष बने रहिए!

3 परमेश्‍वर के सेवक किस तरह निर्दोष रह सकते हैं? पूरे दिल से यहोवा से प्यार करके और हर हाल में उसके वफादार रहकर। इससे हम हमेशा वही काम करेंगे, जिससे यहोवा को खुशी हो। आइए देखें कि बाइबल में शब्द “निर्दोष” किस तरह इस्तेमाल हुआ है। जिस इब्रानी शब्द का अनुवाद “निर्दोष” किया गया है, उसका बुनियादी मतलब है, “पूरा, जिसमें कोई खोट या दोष न हो।” उदाहरण के लिए, इसराएली यहोवा को जानवरों का बलिदान चढ़ाते थे। कानून में बताया गया था कि बलिदान के जानवरों में कोई दोष नहीं होना चाहिए। (लैव्य. 22:21, 22) परमेश्‍वर के लोगों को ऐसा जानवर नहीं चढ़ाना था, जो लँगड़ा या बीमार हो या फिर जिसकी एक आँख या एक कान न हो। यहोवा के लिए यह बात बहुत मायने रखती थी कि जानवर स्वस्थ हो, उसमें कोई दोष न हो। (मला. 1:6-9) हम यहोवा की भावनाएँ समझ सकते हैं, क्योंकि जब हम कोई चीज़ खरीदते हैं, तो सबसे पहले देखते हैं कि कहीं उसमें कोई दोष तो नहीं या उसके कुछ हिस्से गायब तो नहीं, फिर चाहे वह किताब हो या औज़ार या कोई फल। हम ऐसी चीज़ चाहते हैं, जो पूरी हो और जिसमें कोई दोष न हो। यहोवा भी चाहता है कि उसके लिए हमारा प्यार और वफादारी पूर्ण हो, उनमें कोई कमी या दोष न हो।

4 निर्दोष रहने के लिए क्या हमें परिपूर्ण होना चाहिए? शायद हम सोचें कि हममें कई दोष हैं और हम तो बहुत-सी गलतियाँ करते हैं, फिर हम निर्दोष कैसे रह सकते हैं। लेकिन ध्यान दीजिए कि निर्दोष रहने का यह मतलब नहीं है कि हम परिपूर्ण हों। इसके दो कारण हैं। पहला, यहोवा का पूरा ध्यान हमारी खामियों पर नहीं रहता। उसका वचन बताता है, “हे याह, अगर तू हमारे गुनाहों पर ही नज़र रखता, तो हे यहोवा, तेरे सामने कौन खड़ा रह सकता?” (भज. 130:3) यहोवा जानता है कि हम अपरिपूर्ण और पापी हैं। वह दिल खोलकर हमें माफ करता है। (भज. 86:5) दूसरा कारण है, यहोवा हमारी सीमाएँ जानता है और हम जितना कर सकते हैं, उससे ज़्यादा की उम्मीद नहीं करता। (भजन 103:12-14 पढ़िए।) फिर सवाल है कि हम यहोवा की नज़र में निर्दोष कैसे रह सकते हैं?

5 निर्दोष बने रहने के लिए प्यार होना ज़रूरी है। हमें यहोवा से प्यार करना चाहिए और उसके वफादार रहना चाहिए। इस प्यार में कोई कमी या दोष नहीं होना चाहिए। अगर परीक्षाएँ आने पर भी हमारा प्यार ऐसा ही रहे, तो हम यहोवा की नज़र में निर्दोष बने रहेंगे। (1 इति. 28:9; मत्ती 22:37) ज़रा लेख की शुरूआत में बताए उन तीन साक्षियों के बारे में एक बार फिर सोचिए। क्या उस बहन को लोगों के साथ मिलकर खुशियाँ मनाना पसंद नहीं था? या क्या वह जवान भाई चाहता था कि प्रचार में उसका मज़ाक उड़ाया जाए? या फिर क्या वह मुखिया अपनी नौकरी गँवाना चाहता था? बिलकुल नहीं! तो फिर उन्होंने जो किया, उसके पीछे क्या वजह थी? उन्हें यहोवा से प्यार है और यह प्यार उन्हें उभारता है कि वे हमेशा उसके नेक स्तरों पर चलें और ऐसे फैसले करें, जिनसे यहोवा खुश हो। इस तरह वे दिखाते हैं कि वे निर्दोष हैं और यहोवा के वफादार हैं।

আধ্যাত্মিক ৰত্ন বিচাৰক

w১৬.১১ ৯-১০ ¶৩

ঈশ্বৰৰ কিতাপত দিয়া নিৰ্দেশনাৰ অনুসৰি সংগঠিত

৩ সৃষ্টিৰ পৰা স্পষ্টকৈ জানিব পাৰি যে সকলো বস্তু সংগঠিতৰূপে আৰু শৃখংলাবদ্ধভাৱে কাম কৰাৰ ক্ষেত্ৰত ঈশ্বৰৰ দৰে কোনো নাই। বাইবেলত কোৱা হৈছে, “যিহোৱাই প্ৰজ্ঞাৰ দ্বাৰাই পৃথিবীৰ মূল স্থাপন কৰিলে, আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল সুস্থিৰ কৰিলে।” (হিতো ৩:১৯) সৃষ্টিৰ পৰা আমি ঈশ্বৰৰ কামবোৰৰ বিষয়ে যি জানিব পাৰোঁ, সেয়া তেওঁৰ কামৰ কণিকা মাথোন আৰু তেওঁ ফুচফুচনি শুনাৰ দৰে হয়। (ইয়ো ২৬:১৪) আমি গ্ৰহ, তৰা আৰু তাৰকাৰাজ্যৰ বিষয়ে বহুত কম কথা জানোঁ, কিন্তু আমি যিমান জানোঁ তাৰ বিষয়ে ভাবি আচৰতি হওঁ যে এই সকলোবোৰ কিমান ভালদৰে সংগঠিত কৰা হৈছে। (গীত ৮:৩, ৪) তাৰকাৰাজ্যত কোটি কোটি তৰা আছে আৰু এইবোৰে আকাশত শৃংখলাবদ্ধভাৱে ঘূৰি থাকে। আমাৰ সৌৰজগতত সকলো গ্ৰহ সূৰ্য্যৰ চাৰিওফালে এনেদৰে ঘূৰি থাকে, যেন সিহঁতে ট্ৰেফিকৰ নিয়ম মানি চলে। সঁচাকৈ আমি এয়া দেখি আচৰিত হওঁ যে গোটেই বিশ্বত সকলোবোৰ কিমান শৃংখলাবদ্ধভাৱে চলি আছে। এই কথাবোৰৰ পৰা আমাৰ বিশ্বাস হয় যে যিহোৱাই নিজৰ “সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল” আৰু পৃথিৱী সৃষ্টি কৰিলে, তেওঁ আমাৰ প্ৰশংসা, বিশ্বাস আৰু উপাসনা পোৱাৰ যোগ্য।—গীত ১৩৬:১, ৫-৯.

ডিচেম্বৰ ১৮-২৪

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ২৮-২৯

“ইয়োবৰ দৰে আপুনি ভাল নাম অৰ্জন কৰিছেনে?”

w০২ ৫/১ ৩২ ¶১৯

আৱশ্যক থকাসকলৰ প্ৰতি দেখুৱা প্ৰেমপূৰ্বক দয়া

১৯ ওপৰত আলোচনা কৰা বাইবেল বৃতান্তসমূহৰ দ্বাৰা আমি জানিব পাৰিলোঁ যে এনে ব্যক্তিসকলকো প্ৰেমপূৰ্বক দয়া দেখুৱা আৱশ্যক যিসকলে নিজৰ আৱশ্যকতাক নিজেই পূৰণ কৰিব নোৱাৰে। অব্ৰাহামক নিজৰ বংশক বজাই ৰাখিবলৈ বথুৱেলৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰিছিল। যাকোবক তেওঁৰ মৃত শৰীৰক কানান দেশত কবৰ দিবলৈ যোচেফৰ সহায়ৰ আৱশ্যক আছিল। নয়মীক উত্তৰাধিকাৰী লাভ কৰিবলৈ ৰূথৰ সহায়ৰ প্ৰয়োজন হৈছিল। অব্ৰাহাম, যাকোব আৰু নয়মীয়ে আনৰ সহায়ৰ অবিহনে কেতিয়াও তেওঁলোকৰ প্ৰয়োজনীয়তাক পূৰণ কৰিব নোৱাৰিলেহেঁতেন। ঠিক তেনেদৰে বৰ্তমান সময়তো আৱশ্যক থকাসকলৰ প্ৰতি প্ৰেমপূৰ্বক দয়া দেখুৱা উচিত। (হিতোপদেশ ১৯:১৭) আমি আদিপুৰুষ ইয়োবৰ আৰ্হিক অনুকৰণ কৰা উচিত, কিয়নো তেওঁ ‘কাতৰোক্তি কৰা দৰিদ্ৰক উদ্ধাৰ আৰু সহায় নথকা পিতৃহীনক ৰক্ষা’ আৰু একেইদৰে ‘বিনষ্ট হবলগীয়া মানুহক’ ৰক্ষা কৰিছিল। আনকি তেওঁ ‘বাঁৰী তিৰোতাৰ মন’ আনন্দিত আৰু ‘অন্ধৰ চকু, খোৰাৰ ভৰিও’ হৈছিল।—ইয়োব ২৯:১২-১৫.

it-১ ৬৫৫ ¶১০

कपड़ा, पहनावा

बाइबल में कई बार कपड़ों या पहनावों का इस्तेमाल एक व्यक्‍ति की पहचान और उसके कामों को दर्शाने के लिए किया गया है। उदाहरण के लिए, आज किसी की यूनिफॉर्म, वर्दी या खास तरह के कपड़ों से पता चलता है कि वह किस संगठन का है या किस आंदोलन का हिस्सा है। उसी तरह, बाइबल में जब पहनावों या कपड़ों की बात की जाती है, तो वे एक व्यक्‍ति की पहचान, उसकी सोच और उसके कामों को दर्शाते हैं।—मत 22:11, 12; प्रक 16:14, 15.

w০৯ ২/১ ১৫ ¶৩-৪

नाम में क्या रखा है?

जब हम पैदा होते हैं तो हम अपना नाम खुद नहीं रख सकते। पर आगे चलकर हम कैसा नाम बनाएँगे, यह हमारे हाथ में होता है। (नीतिवचन 20:11) ज़रा सोचिए, ‘अगर यीशु या उसके प्रेषित होते, तो वे मुझे क्या नाम देते? मेरे लिए कौन-सा नाम बिलकुल सही होता जिससे पता चलता कि मेरा खास गुण क्या है या मैं किस बात के लिए जाना जाता हूँ?’

इस बारे में सोचना ज़रूरी है क्योंकि बुद्धिमान राजा सुलैमान ने लिखा, “एक अच्छा नाम बेशुमार दौलत से बढ़कर है।” (नीतिवचन 22:1) समाज में एक अच्छा नाम होना फायदेमंद है। मगर परमेश्‍वर की नज़र में एक अच्छा नाम कमाना और भी ज़रूरी है, क्योंकि यह नाम हमेशा के लिए बना रहेगा। परमेश्‍वर ने वादा किया है कि जो लोग उसका डर मानते हैं, वह “उन्हें याद रखने के लिए” उनका नाम “एक किताब” में लिखेगा। और वह आगे चलकर उन्हें हमेशा की ज़िंदगी देगा।—मलाकी 3:16; प्रकाशितवाक्य 3:5; 20:12-15.

আধ্যাত্মিক ৰত্ন বিচাৰক

g০০ ৭/৮ ২৬ ¶৩

হাঁহি থাকক—মনত আনন্দ লাভ কৰক

হাঁহিলে কিবা লাভ হয়নে? আপোনাৰ এনে কিবা ঘটনা মনত আছেনে, যেতিয়া কাৰোবাৰ হাঁহি দেখি আপুনি শান্ত্বনা পাইছিল আৰু আপোনাৰ চিন্তা দূৰ হৈছিল? বা কাৰোবাক খঙত থকা দেখি আপুনি ভয় খাইছিল আৰু নিৰাশ হৈ পৰিছিল? সঁচাকৈ হাঁহিলে বহুত লাভ হয়। ইয়াৰ প্ৰভাৱ হাঁহি থকা ব্যক্তিজনৰ লগতে তেওঁক চোৱা ব্যক্তিজনৰ ওপৰতো পৰে। উদাহৰণস্বৰূপে, বাইবেলত কোৱা ইয়োবে নিজৰ শত্ৰুসকলৰ বিষয়ে এইদৰে কৈছে, ‘মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, আৰু সিবিলাকে মোৰ মুখৰ দীপ্তি নুগুচালে। শোকাতুৰবিলাকৰ মাজত শান্ত্বনাকাৰী যেনে, মই তেনেকৈ আছিলোঁ।’—ইয়ো ২৯:২৪, ২৫.

ডিচেম্বৰ ২৫-৩১

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | ইয়োব ৩০-৩১

“ইয়োবে নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ শুদ্ধ কৰি ৰাখিলে?”

w১০ ৪/১৫ ২১ ¶৮

व्यर्थ की चीज़ों से अपनी आँखें हटा दो!

8 सच्चे मसीही भी आँखों और शरीर की ख्वाहिशों के असर से अछूते नहीं हैं। इसलिए परमेश्‍वर का वचन हमें इस मामले में खुद को अनुशासित करने का बढ़ावा देता है कि हम अपनी आँखों से क्या देखते हैं और कैसी बातों की चाहत रखते हैं। (1 कुरिं. 9:25, 27; 1 यूहन्‍ना 2:15-17 पढ़िए।) अय्यूब, जो एक खरा इंसान था, वह अच्छी तरह जानता था कि हमारी आँखों का दिल से गहरा संबंध है, यानी जब कोई चीज़ हमारी आँखों को भा जाती है तो उसे पाने की चाहत दिल में ज़ोर पकड़ने लगती है। इसलिए अय्यूब ने कहा: “मैं ने अपनी आंखों के विषय वाचा बान्धी है, फिर मैं किसी कुंवारी पर क्योंकर आंखें लगाऊं?” (अय्यू. 31:1) अय्यूब ने किसी स्त्री को गलत इरादे से कभी नहीं छुआ, उसने तो यहाँ तक ठान लिया था कि वह अपने मन में ऐसा खयाल तक पनपने नहीं देगा। यीशु ने ज़ोर देकर बताया कि अपने मन को शुद्ध रखने के लिए ज़रूरी है कि हम अनैतिक विचारों को कोई जगह न दें। उसने कहा: “हर वह आदमी जो किसी स्त्री को ऐसी नज़र से देखता रहता है जिससे उसके मन में स्त्री के लिए वासना पैदा हो, वह अपने दिल में उस स्त्री के साथ व्यभिचार कर चुका।”—मत्ती 5:28.

w০৮ ১০/১ ৩১ ¶৪

“अन्त” के बारे में पहले से सोचिए

बदचलनी के रास्ते पर कदम रखने से पहले ही अपने आप से पूछिए, ‘यह मुझे कहाँ ले जाएगा?’ अगर हम कुछ पल रुककर इसके “अन्त” के बारे में सोचें, तो यही हमें उस रास्ते पर जाने से रोक लेगा, जिसका अंजाम भयानक हो सकता है। जो परमेश्‍वर की चेतावनियों को नज़रअंदाज़ करते हैं, वे अपने रास्ते में खुद ही काँटे बो लेते हैं। उन्हें एड्‌स और दूसरी लैंगिक बीमारियाँ, अनचाहा गर्भ, गर्भपात, टूटे रिश्‍ते, या कचोटता ज़मीर ही हाथ लगता है। जो बदचलनी की राह पर चलते हैं उनके अंजाम के बारे में प्रेरित पौलुस ने साफ बताया कि वे ‘परमेश्‍वर के राज्य के वारिस न होंगे।’—1 कुरिन्थियों 6:9, 10.

w১০ ১১/১৫ ৫-৬ ¶১৫-১৬

जवानो—परमेश्‍वर के वचन के मार्गदर्शन में चलो

15 आपके हिसाब से, परमेश्‍वर के लिए आपकी वफादारी की सबसे बड़ी परीक्षा कब हो सकती है—जब आप लोगों के बीच होते हैं तब, या जब आप अकेले होते हैं? जब आप स्कूल में या काम पर होते हैं, तो आप आध्यात्मिक तौर पर सचेत रहते हैं। आप हर उस बात से सावधान रहते हैं जो परमेश्‍वर के साथ आपके रिश्‍ते को बिगाड़ सकती है। मगर जब आप अकेले होते हैं तब आप उतने सतर्क नहीं रहते और ऐसे में आपकी नैतिकता पर आसानी से हमला हो सकता है।

16 आपको अकेले में भी क्यों यहोवा की आज्ञा माननी चाहिए? याद रखिए: अकेले में आप जो करते हैं, उससे या तो आप यहोवा का दिल दुखा सकते हैं या उसे खुश कर सकते हैं। (उत्प. 6:5, 6; नीति. 27:11) यहोवा को “तुम्हारी परवाह है” इसीलिए आपके हरेक काम का असर उस पर होता है। (1 पत. 5:7) वह चाहता है कि आप उसकी सुनें, क्योंकि वह जानता है कि उससे आपको फायदा होगा। (यशा. 48:17, 18) जब प्राचीन इसराएल में यहोवा के कुछ सेवकों ने उसकी सलाह पर कान नहीं दिए, तो यहोवा को बड़ा दुख पहुँचा। (भज. 78:40, 41) दूसरी तरफ यहोवा को भविष्यवक्‍ता दानिय्येल से खास लगाव था और एक स्वर्गदूत ने उसे “अति प्रिय पुरुष” कहा। (दानि. 10:11) क्यों? क्योंकि दानिय्येल ने अपनी वफादारी न सिर्फ लोगों के सामने बल्कि अकेले में भी दिखायी।—दानिय्येल 6:10 पढ़िए।

আধ্যাত্মিক ৰত্ন বিচাৰক

w০৫ ১১/১৫ ১১ ¶৩

প্ৰেমেৰে শুনাৰ দক্ষতা

ইয়োবৰ বন্ধুসকলে কমেও দহ বাৰ তেওঁৰ কথা বহু দেৰিলৈকে শুনিলে। তথাপিও ইয়োবে দুখ প্ৰকাশ কৰি এইদৰে কʼলে, “মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল!” (ইয়ো ৩১:৩৫) ইয়োবে এইদৰে কিয় কʼলে? কিয়নো তেওঁৰ বন্ধুসকলে শুনা আৰু নুশুনা একেই আছিল। ইয়োবে তেওঁলোকৰ পৰা একো শান্ত্বনা নাপালে। তেওঁলোকে ইয়োবৰ ভাবনাক সন্মান নকৰিলে আৰু বুজিবলৈও চেষ্টা নকৰিলে। সঁচাকৈ ইয়োবৰ বাবে তেওঁলোকৰ অলপো সহানুভূতি নাছিল। কিন্তু পাঁচনি পিতৰে আমাক এই পৰামৰ্শ দিছে: “তোমালোক সকলো এক মনৰ লোক, পৰৰ দুখত দুঃখিত, ভ্ৰাতৃপ্ৰেমকাৰী, কোমল চিত্তৰ লোক, আৰু নম্ৰ মনৰ লোক হোৱা।” (১ পিত ৩:৮) আমি আনক কেনেকৈ সহানুভূতি দেখুৱাব পাৰোঁ? এটা উপায় হৈছে তেওঁলোকৰ ভাবনাক সন্মান কৰা আৰু তাক বুজিবলৈ চেষ্টা কৰা। তেওঁলোকোৰ বিষয়ে চিন্তা কৰোঁ বুলি দেখুৱাবলৈ এইদৰে কʼব পাৰোঁ, ‘এই কথাৰ বাবে আপোনাক হয়তো নিশ্চয় দুখ লাগিলে’ বা ‘এই ভুল বুজা-বুজিৰ বাবে আপোনাক হয়তো বেয়া লাগিছে।’ সহানুভূতি দেখুৱাৰ আন এটা উপায় হৈছে তেওঁলোকৰ কথা আপুনি পুনৰ কোৱা। এইদৰে কৰাটো দেখুৱাব যে আমি তেওঁলোকৰ কথা বুজি পাইছোঁ। গতিকে, প্ৰেমেৰে শুনাৰ অৰ্থ কাৰোবাৰ কথা কেৱল ধ্যান দি শুনাই যথেষ্ট নহয়, তাৰ পৰিৱৰ্তে ইয়াৰ পাছত লুকাই থকা ভাবনাক বুজি পোৱা।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক