ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ৮৯
  • আহা আমি আজ্ঞা মানো

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আহা আমি আজ্ঞা মানো
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • আপুনি আজ্ঞা মানিবলৈ সাজু আছেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • আমি কাৰ সম্পত্তি?
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ৮৯

গীত নং ৮৯

আহা, আমি আজ্ঞা মানো

(লূক ১১:২৮)

  1. ১. যী-চুৰ আ-জ্ঞা প্ৰ-কাশ হয় আ-মাৰ কা-মত,

    তেওঁৰ শি-ক্ষাই দি-য়ে পো-হৰ যে আ-মাক।

    সেই ক-থাই সুখ দি-য়ে আ-মাৰ হৃ-দ-য়ত,

    পাম আ-ৰ্শী-বাদ সে-য়া ক-ৰি পা-লন।

    (কোৰাচ)

    আ-হা, যাঃৰ আ-জ্ঞা মা-নো

    তেওঁ আ-মাক যি-য়ে শি-কায়,

    আ-ৰ্শী-বাদ য-দি তু-মি বি-চ-ৰা,

    পা-লন ক-ৰা যাঃৰ আ-জ্ঞা।

  2. ২. আ-মাৰ জী-ৱ-নৰ পথ হয় ঘ-ৰৰ দ-ৰে

    য-দি সেই ঘ-ৰৰ ভে-টি হয় শি-লত,

    ক-ৰি-লে পা-লন যাঃৰ আ-জ্ঞা যে আ-মি,

    গ-ঢ়ি-ব আ-মাৰ জী-ৱন অ-ন-ন্তৰ।

    (কোৰাচ)

    আ-হা, যাঃৰ আ-জ্ঞা মা-নো

    তেওঁ আ-মাক যি-য়ে শি-কায়,

    আ-ৰ্শী-বাদ য-দি তু-মি বি-চ-ৰা,

    পা-লন ক-ৰা যাঃৰ আ-জ্ঞা।

  3. ৩. যি-বোৰ গছ ৰো-ৱা হয় ন-দীৰ পা-ৰ-তে,

    ধ-ৰে যে ফল তাত প্ৰ-তি ঋ-তু-তে,

    ক-ৰি-লে পা-লন যাঃৰ আ-জ্ঞা-বোৰ আমি,

    পাম আ-ৰ্শী-বাদ সেই অ-ন-ন্ত জী-ৱন।

    (কোৰাচ)

    আ-হা, যাঃৰ আ-জ্ঞা মা-নো

    তেওঁ আ-মাক যি-য়ে শি-কায়,

    আ-ৰ্শী-বাদ য-দি তু-মি বি-চ-ৰা,

    পা-লন ক-ৰা যাঃৰ আ-জ্ঞা।

(দ্বিতী. ২৮:২; গীত. ১:৩; হিতো. ১০:২২; মথি ৭:২৪-২৭; লূক ৬:৪৭-৪৯ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক