ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 আগষ্ট পৃষ্ঠা ৩২
  • আপোনাৰ বাবে এটা বাৰ্তা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ বাবে এটা বাৰ্তা
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 আগষ্ট পৃষ্ঠা ৩২

আপোনাৰ বাবে এটা বাৰ্তা

মৰমৰ বন্ধুসকল

প্ৰহৰীদুৰ্গৰ এই খণ্ডত আমি পাঁচটা অধ্যয়ন লেখৰ ওপৰত আলোচনা কৰিম আৰু তলত দিয়া কথাবোৰ শিকিম:

  • প্ৰথম লেখত আমি শিকিম যে যিহোৱাই আমাক কিমান প্ৰেম কৰে আৰু পাপৰ বিৰোধে যুঁজিবলৈ তেওঁ আমাক কেনেকৈ সহায় কৰিছে।

  • দ্বিতীয় লেখত আমি শিকিম যে অনুতাপ কৰাৰ অৰ্থ কি আৰু যিহোৱাই লোকসকলক অনুতাপ কৰিবলৈ কেনেকৈ সহায় কৰিলে।

  • তৃতীয় লেখত আমি শিকিম যে যেতিয়া কৰিন্থ মণ্ডলীত এজন মানুহে গভীৰ পাপ কৰিছিল আৰু অনুতাপ কৰা নাছিল, তেতিয়া মণ্ডলীক কি নিৰ্দেশনা দিয়া হৈছিল।

  • চতুৰ্থ লেখত আমি শিকিম যে বৰ্তমান সময়ত যেতিয়া কোনোবাই গভীৰ পাপ কৰে, তেতিয়া প্ৰাচীনসকলে সেই সমস্যাটো কেনেকৈ সমাধান কৰে।

  • পঞ্চম লেখত আমি শিকিম যে যেতিয়া এজন ব্যক্তিক মণ্ডলীৰ পৰা বাহিৰ কৰা হয়, তেতিয়া প্ৰাচীন আৰু ভাই-ভনীসকলে তেওঁৰ লগত কেনেকৈ প্ৰেমেৰে আৰু দয়াৰে ব্যৱহাৰ কৰিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক