গীত নং ১১
সৃষ্টিয়ে কৰে যিহোৱাৰ গুণগান
(গীতমালা ১৯)
১. যি-হো-ৱা তো-মাৰ অ-গ-ণিত কাম,
সৃ-ষ্টি-য়ে প্ৰ-কাশ ক-ৰে গুণ তো-মাৰ।
প্ৰ-শং-সা ক-ৰে প্ৰা-ণী মা-ত্ৰে-ই;
না-থা-কে কো-নো না-জা-নি তো-মাক।
প্ৰ-শং-সা ক-ৰে প্ৰা-ণী মা-ত্ৰে-ই;
না-থা-কে কো-নো না-জা-নি তো-মাক।
২. দি-লা তু-মি প্ৰ-খৰ বু-দ্ধি আ-মাক,
স-ত্যৰ প-থত চ-লি-বৰ বা-বে।
নি-য়ম তো-মাৰ সো-ণত-কৈ-ও দা-মী,
বৃ-দ্ধ, যু-ৱা জ্ঞা-নী হয় তাক জা-নি।
নি-য়ম তো-মাৰ সো-নত-কৈ-ও দা-মী,
বৃ-দ্ধ, যু-ৱা জ্ঞা-নী হয় তাক জা-নি।
৩. য-দি চ-লোঁ নি-য়-ম-তে তো-মাৰ,
স-ম-স্যাত থা-কিম সু-ৰ-ক্ষিত আ-মি।
পা-লোঁ স-ন্মান জা-নি তো-মাৰ এই নাম;
জী-ৱ-নৰ বা-টত পা-লোঁ আ-মি স্থান।
পা-লোঁ স-ন্মান জা-নি তো-মাৰ এই নাম;
জী-ৱ-নৰ বা-টত পা-লোঁ আ-মি স্থান।
(গীত. ১২:৬; ৮৯:৭; ১৪৪:৩; ৰোম. ১:২০ পদবোৰো চাওক।)