গীত নং ১২
যিহোৱা মহান ঈশ্বৰ
(যাত্ৰাপুস্তক ৩৪:৬, ৭)
১. পি-তা যি-হো-ৱা, হে ঈ-শ্বৰ আ-মাৰ,
ক-ৰোঁ প্ৰ-শং-সা তো-মাৰ,
ন্যা-য়ী, বু-দ্ধি-মান তু-মি।
তো-মাৰ শ-ক্তি, প্ৰেম, প্ৰ-জ্ঞা, আ-চ-ৰিত;
হে ম-হান ঈ-শ্বৰ তু-মি।
২. প্ৰেম-ময় তু-মি যে হে ঈ-শ্বৰ আ-মাৰ,
মা-টিৰ মা-নুহ হওঁ আ-মি,
মি-ন-তি শু-না আ-মাৰ।
দ-য়া দে-খু-ৱা, শি-ক্ষা-ও দি-য়া;
হে ম-হান ঈ-শ্বৰ তু-মি।
৩. যাঃ তু-মি দা-তা, তু-মি বি-ধা-তা,
ধ-ৰ-ণী, আ-কাশ, আ-মি,
ক-ৰোঁ তো-মাৰ স্তু-তি-গান।
প্ৰ-শং-সাৰ যো-গ্য তু-মি হে পি-তা;
লো-ৱা মোৰ আ-ৰা-ধ-না।
(যাত্ৰা. ৩২:৪; হিতো. ১৬:১২; মথি ৬:১০; প্ৰকা. ৪:১১ পদবোৰো চাওক।)