গীত নং ৬৩
আমি হওঁ যিহোৱাৰ সাক্ষী!
(যিচয়া ৪৩:১০-১২)
১. মা-টি, শি-লৰ প্ৰ-তি-মাক,
ক-ৰে মা-ন-ৱে পূ-জা।
যাঃ স-ৰ্ব-শ-ক্তি-মান,
তেওঁ স-ত্য ঈ-শ্বৰ!
শিল, মা-টিৰ এই দে-ৱ-তাৰ,
নাই কো-নো ভ-ৱি-ষ্যৰ জ্ঞান।
য-দি-ও সি ধ-ৰে ভাও স-ত্যৰ,
কি-ন্তু স-ক-লো হয় ব্য-ৰ্থ।
(কোৰাচ)
সা-ক্ষী আ-মি যি-হো-ৱাৰ,
নিৰ্-ভ-য়ে ক-ৰোঁ প্ৰ-চাৰ।
তেওঁৰ ভ-ৱি-ষ্য-বা-ণী হয় স-ত্য,
স-ক-লো-বোৰ হয় পূ-ৰ্ণ।
২. এই ধ-ৰাত ক-ৰি প্ৰ-চাৰ,
যাঃৰ না-মক ক-ৰোঁ ম-হান।
তেওঁৰ ৰা-জ্যৰ বি-ষ-য়ে,
কওঁ সা-হ-সে-ৰে।
দি-ব পা-ৰে স-ত্য-তাই,
তেওঁ-লো-কক স্বা-ধী-ন-তা।
আ-হে তেওঁ-লো-কে যাঃৰ কা-ষ-লৈ,
এক-গোট হৈ জয়-গীত গা-ব-লৈ।
(কোৰাচ)
সা-ক্ষী আ-মি যি-হো-ৱাৰ,
নিৰ্-ভ-য়ে ক-ৰোঁ প্ৰ-চাৰ।
তেওঁৰ ভ-ৱি-ষ্য-বা-ণী হয় স-ত্য,
স-ক-লো-বোৰ হয় পূ-ৰ্ণ।
৩. আ-জিৰ এই প্ৰ-চাৰ কা-মে,
যাঃৰ নাম প-বি-ত্ৰ ক-ৰে।
এই বা-ৰ্তা দি দু-ষ্টক,
ক-ৰে স-ত-ৰ্ক।
আ-হে য-দি কা-ষত যাঃৰ,
হয় তেওঁ-লোক পা-ত্ৰ দ-য়াৰ।
আ-ন-ন্দ দি-য়ে প্ৰ-চাৰ কা-মে,
এই জী-ৱ-নৰ আ-শা দি-য়ে।
(কোৰাচ)
সা-ক্ষী আ-মি যি-হো-ৱাৰ,
নিৰ্-ভ-য়ে ক-ৰোঁ প্ৰ-চাৰ।
তেওঁৰ ভ-ৱি-ষ্য-বা-ণী হয় স-ত্য,
স-ক-লো-বোৰ হয় পূ-ৰ্ণ।
(যিচ. ৩৭:১৯; ৫৫:১১; যিহি. ৩:১৯ পদবোৰো চাওক।)