গীত নং ২
যিহোৱা তোমাৰ নাম
(গীতমালা ৮৩:১৮)
- ১. ঈ-শ্বৰ তু-মি আ-মাৰ, - এই জ-গ-তৰ ৰ-চোঁ-তা; - আ-মি জা-নি-ব পা-লোঁ, - যি-হো-ৱা নাম তো-মাৰ। - দি-লা তু-মি আ-মাক, - আ-শীৰ্-বাদ এই জ-গ-তত; - লওঁ আ-মি গৌ-ৰ-ৱে-ৰে, - ম-হান তো-মাৰ এই নাম। - (কোৰাচ) - যি-হো-ৱা, যি-হো-ৱা, - তু-মি ঈ-শ্বৰ আ-মাৰ। - পৃ-থি-ৱী আ-ৰু স-ৰ-গৰ, - শ-ক্তি-শা-লী ঈ-শ্বৰ। - এ-য়া জ-নাওঁ স-ক-লো-কে, - চ-হ-ৰে, ন-গ-ৰে। - যি-হো-ৱা, যি-হো-ৱা, - আ-মাৰ ঈ-শ্বৰ হো-ৱা, তু-মি। 
- ২. ই-চ্ছা তো-মাৰ ম-নৰ, - পূৰ ক-ৰা আ-মাৰ যো-গে। - যা-তে স-ক-লে জা-নে, - যি-হো-ৱা নাম তো-মাৰ। - সা-ক্ষী তো-মাৰ আ-মি, - এই নাম গৈ জ-নাওঁ আ-নক, - বা-ঢ়ি-ছে ই-য়াৰ বা-বে, - স-ন্মা-নো যে আ-মাৰ। - (কোৰাচ) - যি-হো-ৱা, যি-হো-ৱা, - তু-মি ঈ-শ্বৰ আ-মাৰ। - পৃ-থি-ৱী আ-ৰু স-ৰ-গৰ, - শ-ক্তি-শা-লী ঈ-শ্বৰ। - এ-য়া জ-নাওঁ স-ক-লো-কে, - চ-হ-ৰে, ন-গ-ৰে। - যি-হো-ৱা, যি-হো-ৱা, - আ-মাৰ ঈ-শ্বৰ হো-ৱা, তু-মি। 
(২ বং. ৬:১৪; গীত. ৭২:১৯; যিচ. ৪২:৮ পদবোৰো চাওক।)