গীত নং ১২৩
আমি যিহোৱা আৰু তেওঁৰ সংগঠনৰ বশীভূত থাকোঁ
১. আ-মি হওঁ যাঃৰ সা-ক্ষী বা-ৰ্তা জ-নাই যাওঁ!
তেওঁৰ ৰা-জ্য আ-হি-ব এই সু-ন্দৰ ধ-ৰাত।
য-দি ক-ৰোঁ পা-লন ঈ-শ্ব-ৰৰ নিৰ্-দেশ,
স-ক-লো স-ম-স্যা, ক-ষ্ট হ’-ব শেষ।
(কোৰাচ)
যাঃৰ ব-শী-ভূত হৈ থা-কি আ-জী-ৱন,
পাম আ-শীৰ্-বাদ, প্ৰেম তেওঁৰ।
ঈ-শ্ব-ৰৰ প্ৰ-জ্ঞাত আ-ৰু সু-ৰ-ক্ষাত,
থা-কিম আ-মি আ-ন-ন্দত।
২. যাঃৰ প-বি-ত্ৰ শ-ক্তি, বি-শ্বা-সী দা-সক,
দি-লে যাঃ-য়ে আ-মাক ব-ঢ়া-ব বি-শ্বাস।
আ-মি যেন দৃ-ঢ় হৈ থা-কোঁ স-ৰ্ব-ক্ষণ,
প্ৰ-চাৰ ক-ৰি-ব-লৈ না-পাওঁ আ-ৰু ভয়।
(কোৰাচ)
যাঃৰ ব-শী-ভূত হৈ থা-কি আ-জী-ৱন,
পাম আ-শীৰ্-বাদ, প্ৰেম তেওঁৰ।
ঈ-শ্ব-ৰৰ প্ৰ-জ্ঞাত আ-ৰু সু-ৰ-ক্ষাত,
থা-কিম আ-মি আ-ন-ন্দত।
(লূক ১২:৪২; ইব্ৰী ১৩:৭, ১৭ পদবোৰো চাওক।)