গীত নং ১৩৭
বিশ্বাসী আমাৰ ভনীসকল
১. ম-ৰি-য়ম, হা-ন্না, চা-ৰা আ-ৰু ই-ষ্টেৰ,
আ-ছিল যি-হো-ৱাৰ বি-শ্বাসী স্ত্ৰী-স-কল।
অ-ধী-নত তেওঁৰ হৈ থা-কিল গো-টেই জী-ৱন,
সেই-দ-ৰে আ-ছিল অ-ন্য বি-শ্বা-সী স্ত্ৰী।
য-দি-ও নাম না-জা-নোঁ তেওঁ-লো-কৰ,
কি-ন্তু যাঃৰ বি-শ্বা-সী আ-ছিল সেই স্ত্ৰী-স-কল।
২. সা-হ-সী, ন-ম্ৰ, প্ৰেম আ-ৰু দ-য়াৰ গুণ,
হৃ-দয় স্প-ৰ্শ ক-ৰে ভাল গুণ তেওঁ-লো-কৰ।
এই গুণ-বোৰ আ-ছিল তেওঁ-লোকৰ আ-ভূ-ষণ,
সেই-বো-ৰে ব-ঢ়াই-ছিল শো-ভা তেওঁ-লো-কৰ।
আ-জি-ও হয় সেই-দ-ৰে স্ত্ৰী-স-কল,
যাঃৰ দৃ-ষ্টিত মূ-ল্য-ৱান আ-মাৰ ভ-নী-স-কল।
৩. ম-ণ্ড-লীৰ প্ৰি-য় আ-মাৰ ভ-নী-স-কল,
ক-ৰা স্ব-ই-চ্ছা-ৰে প-ৰি-শ্ৰম তু-মি।
ন-ম্ৰ আ-ৰু অ-ধী-ন-তা দে-খু-ৱায়,
মূ-ল্য-ৱান হৈ থা-কা যি-হো-ৱাৰ দৃ-ষ্টিত।
থা-কা দৃ-ঢ় হৈ তু-মি বি-শ্বা-সত,
পা-বা তু-মি সু-ন্দৰ এই পৃ-থি-ৱীত জী-ৱন।
(ফিলি. ৪:৩; ১ তীম. ২:৯, ১০; ১ পিত. ৩:৪, ৫ পদবোৰো চাওক।)