গীত নং ১৩৫
যিহোৱাৰ অনুৰোধ: “হে মোৰ পুত্ৰ, জ্ঞানৱান হোৱা।”
(হিতোপদেশ ২৭:১১)
১. ক-ৰোঁ অ-নু-ৰোধ মই,
শু-না ক-থা যে মোৰ।
ক-ৰা প্ৰ-তি-ৰোধ
চয়-তা-নক এই জী-ৱ-নত।
আ-ন-ন্দে-ৰে গ্ৰ-হণ ক-ৰা
মোৰ এই শি-ক্ষা,
জ-গ-তক দি-য়া প্ৰ-মাণ
থা-কি বি-শ্বা-সত।
(কোৰাচ)
শু-না প্ৰি-য় মোৰ স-ন্তান-স-কল,
হো-ৱা তো-মা-লোক জ্ঞা-ন-ৱান।
স্ব-ই-চ্ছা-ৰে ক-ৰা মোৰ সে-ৱা,
এই-দ-ৰে দি-য়া মোক স-ন্মান।
২. দি-লে স-ক-লো মোক,
পা-বা জী-ৱ-নত সুখ।
হ’-ব পা-ৰে এই জী-ৱ-নত,
মা-নুহ নি-ষ্ঠুৰ।
যি-য়ে হওক জী-ৱ-নত
নে-ৰি-বা মোৰ এই হাত।
জা-নি থো-ৱা মই,
কে-তি-য়াও নে-ৰিম তো-মাক।
(কোৰাচ)
শু-না প্ৰি-য় মোৰ স-ন্তান-স-কল,
হো-ৱা তো-মা-লোক জ্ঞা-ন-ৱান।
স্ব-ই-চ্ছা-ৰে ক-ৰা মোৰ সে-ৱা,
এই-দ-ৰে দি-য়া মোক স-ন্মান।
(দ্বিতী. ৬:৫; উপ. ১১:৯; যিচ. ৪১:১৩ পদবোৰো চাওক।)