২০০১ চনৰ বাবে ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা
পৰামৰ্শ
২০০১ চনত ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল পৰিচালনা কৰাৰ সময়ত তলত দিয়া অনুসাৰে কৰা হʼব।
মূল বিষয়-বস্তু: কাৰ্য্য-নিযুক্তিৰ বাবে পবিত্ৰ বাইবেল, প্ৰহৰীদুৰ্গ (ইংৰাজী) [w], সচেতন! [g], সুখী পৰিয়ালৰ ৰহস্য [fy], বিশং শতাব্দীত যিহোৱাৰ সাক্ষীসকল [br78] জীৱনৰ উদ্দেশ্য কি? [pr], ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? [rq], গোটেই বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলে ঐক্যতাৰে ঈশ্বৰৰ ইচ্ছাক সম্পন্ন কৰিছে [je], সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল, ব্যৱহাৰ কৰা হʼব।
ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুল, এক চমু আদৰণিৰ সৈতে গীত আৰু প্ৰাৰ্থনাৰে সময়মতে আৰম্ভ কৰা উচিত। যি যি মণ্ডলীত স্থানীয় ভাষাত সভাবোৰৰ কাৰ্য্যক্ৰম চলোৱা হয় তাত সকলোকে স্থানীয় ভাষাৰ গানৰ কিতাপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰ্য্যক্ৰমত কি আছে তাৰ বিষয়ে আভাষ দিয়াটো আৱশ্যক নাই। যেনেকৈ স্কুল ওভাৰচিয়াৰে প্ৰত্যেক ভাগৰ পৰিচয় দিব, তেওঁ ব্যাখ্যা কৰিবলগীয়া বিযয়টোক উল্লেখ কৰিব। নিম্নলিখিত পৰামৰ্শ মতে আগবাঢ়ক:
ভাষণ নং. ১: ১৫ মিনিট। এই ভাষণ প্ৰহৰীদুৰ্গ [w] বা সচেতন! [g], বা সুখী পৰিয়ালৰ ৰহস্য [fy] ওপৰত আধাৰিত হʼব যিটো এজন প্ৰাচীন বা এজন সহায়ক সেৱকৰ দ্বাৰা প্ৰস্তুত কৰা উচিত। ইয়াক ১৫ মিনিটৰ এক ভাষণৰ দ্বাৰা প্ৰস্তুত কৰা আৱশ্যক আৰু ভাষণৰ শেষত কোনো প্ৰশ্ন সোধা নহব। সম্পূৰ্ণ বিষয়ক কোৱাটোৱেই লক্ষ্য হোৱা উচিত নহয় কিন্তু আলোচনা কৰা ব্যৱহাৰিক বিষয়ৰ মূল কাৰণসমূহক বিশেষ মনোযোগ দিয়া উচিত যাতে ইয়াৰ পৰা মণ্ডলীৰ লাভৱান হয়। তাত দিয়া বিষয়বস্তুক ব্যৱহাৰ কৰা আৱশ্যক।
এই ভাষণ দিয়া ভাইসকলে মনোযোগ দিয়া উচিত যে তেওঁলোকে যাতে নিৰ্দ্ধাৰিত সময়ত ভাষণ শেষ কৰে। যদি আৱশ্যক হয় বা বক্তাই আগ্ৰহ কৰে তেনেহʼলে ব্যক্তিগত পৰামৰ্শ দিব পাৰে।
বাইবেল পাঠৰ সাৰাংশ বিষয়: ৬ মিনিট। এই ভাষণ এজন প্ৰাচীন বা সহায়ক সেৱকক দিয়া উচিত যিজনে ভালদৰে বিষয়টোক মণ্ডলীৰ স্থানীয় আৱশ্যকীয় অনুসাৰে কব পাৰে। বিষয়বস্তু হোৱা প্ৰয়োজন নাই। ইয়াত বাইবেল অধ্যায়ৰ মাত্ৰ সাৰাংশ কোৱাটোৱে যথেষ্ট নহয়। ৩০ পৰা ৬০ চেকেণ্ডৰ ভিতৰত বিষয়টো সংক্ষিপ্ত পুনৰনিৰীক্ষণ কৰিব পাৰে। কিন্তু ইয়াৰ মূখ্য উদ্দেশ্য এইটো হোৱা উচিত যাতে শ্ৰোতাই বুজি পাই যে ইয়াত দিয়া সংবাদবোৰ তেওঁলোকৰ বাবে কিয় আৰু কেনেকৈ লাভজনক হয়। ইয়াৰ পাছত স্কুল ওভাৰচিয়াৰে বিদ্যাৰ্থীসকলক বিভিন্ন গ্ৰুপলৈ (শ্ৰেণীলৈ) পঠাব।
ভাষণ নং. ২: ৫ মিনিট। এই ভাষণ বাইবেল পাঠৰ এটা ভাগ যিটো এজন ভায়ে প্ৰস্তুত কৰিব। এইটো মূখ্য স্কুল আৰু অনান্য গ্ৰুপবোৰত প্ৰয়োগ হয়। পঢ়িবলৈ প্ৰায় কম পৰিমাণে ভাগ দিয়া হয় যাতে ভাষণৰ আৰম্ভণি আৰু শেষত বিদ্যাৰ্থীজনে তেওঁক নিযুক্তি কৰা বিষয়টো চমুকৈ বৰ্ণনা কৰিব পাৰে। ইয়াত ইতিহাসৰ সংবাদ, ভৱিষ্যতবাণীৰ পূৰ্ণতা বা বাইবেলৰ শিক্ষাবোৰৰ অভিপ্ৰায় আৰু ইয়াক প্ৰয়োগ কৰাৰ বাবে কব পাৰে। নিযুক্ত কৰা সকলো পদক পঢ়া উচিত। বুজাবলৈ মাজতে ৰৈ যোৱা উচিত নহয়। কিন্তু যদি পদবোৰ একেলগে নাই তেনেহʼলে বিদ্যাৰ্থীয়ে কব পাৰে যে আগলৈ কোনটো পদৰ পৰা পঢ়িবলৈ গৈছে।
ভাষণ নং. ৩: ৫ মিনিট। এই ভাষণ এজনী ভনীক নিযুক্ত কৰা হয়। এই ভাষণৰ বিষয় বিশং শতাব্দীত যিহোৱাৰ সাক্ষীসকল [br78], বা জীৱনৰ উদ্দেশ্য কি? [pr], বা ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? [rq], বা গোটেই বিশ্বজুৰি যিহোৱাৰ সাক্ষীসকলে ঐক্যতাৰে ঈশ্বৰৰ ইচ্ছাক সম্পন্ন কৰিছে, [je] ব্ৰচাৰৰ পৰা প্ৰস্তুত কৰা উচিত। ইয়াৰ চেটিং হয়তো এক অনিয়মিত সাক্ষী, পুনৰ সাক্ষাৎ বা এক বাইবেল অধ্যয়নৰ যোগেদি হʼব পাৰে আৰু ইয়াক বহি বা থিয় হৈ কথা-বতৰা পতা মাধ্যমেদি প্ৰস্তুত কৰিব পাৰে। স্কুল ওভাৰচিয়াৰে বিশেষকৈ এইটো লক্ষ্য কৰিব যে বিদ্যাৰ্থীয়ে কেনেকৈ গৃহস্থক বিষয়টো বুজাইছে আৰু বাইবেলৰ পদবোৰক কেনেকৈ পালন কৰিবলৈ শিকাইছে। নিযুক্ত কৰা বিদ্যাৰ্থীয়ে এই ভাগক কিদৰে পঢ়িব লাগে তাক জনা উচিত। যিহেতু স্কুল ওভাৰচিয়াৰে এজন সহায়কক নিযুক্ত কৰে কিন্তু তাৰ ওপৰিও অতিৰিক্ত সহায় অন্যৰ পৰা লব পাৰে। এই নিযুক্তি ভাষণ দিয়াৰ সময়ত চেটিঙৰ ওপৰত নহয় কিন্তু বাইবেলক কিদৰে উপযোগী কৰিব পাৰি তাৰ বিষয়হে বিশেষ মনোযোগ দিয়া আৱশ্যক।
ভাষণ নং. ৪: ৫ মিনিট। এই নিযুক্তিৰ ভাষণ সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল, কিতাপৰ পৰা প্ৰস্তুত কৰা হʼব। ভাষণ নং. ৪ এজন ভাই বা এগৰাকী ভনীক নিযুক্ত কৰা হয়। যেতিয়া এই ভাষণৰ বাবে এজন ভাইক নিযুক্ত কৰা হয়, তেতিয়া সেই বিষয়ক এক ভাষণৰূপে প্ৰস্তুত কৰা উচিত। যেতিয়া এগৰাকী ভনীক এই ভাষণৰ বাবে নিযুক্তি দিয়া হয়, তেতিয়া ইয়াক ৩ নং ভাষণৰ দৰে প্ৰস্তুত কৰা উচিত।
বাইবেল পাঠৰ তালিকা: মণ্ডলীৰ সকলোকে সপ্তাহিক বাইবেল পাঠৰ তালিকাক অনুকৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে আৰু ইয়াত এদিনত এক পৃষ্ঠা পঢ়া আৱশ্যক।
টোকা: পৰামৰ্শ, সময়, লিখিত পুনৰ নিৰীক্ষণ আৰু ভাষণবোৰৰ প্ৰস্তুতিকৰণৰ বিষয়ে ওপৰঞ্চি সূচনা আৰু নিৰ্দ্দেশনাৰ বাবে অনুগ্ৰহ কৰি অক্টোবৰ ১৯৯৬ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ (ইংৰাজী) ৩ পৃষ্ঠাত চাওঁক।
তালিকা
জানু. ১ বাইবেল পাঠ: ২ ৰাজাৱলি ১৩-১৬
গীত নং. ৬২
নং ১: ক্ষমা কৰা কাৰ্য্যই উদ্ধাৰৰ বাবে পথ মুকলি কৰে (w৯৯ ১/১ পৃ. ৩০-৩১)
নং ২: ২ ৰাজাৱলি ১৪:১-১৪
নং ৩: যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? (br78 পৃ. ৩-৫)
নং ৪: স্বৰ্গৰ পৰা বাৰ্ত্তা (gt অধ্যায় ১)
জানু. ৮ বাইবেল পাঠ: ২ ৰাজাৱলি ১৭-২০
গীত ১১৬
নং ১: যি উপদেশ গ্ৰহণ কৰিবলৈ সহজ (w৯৯ ১/১৫ পৃ. ২১-২৪)
নং ২: ২ ৰাজাৱলি ১৮:১-১৬
নং ৩: যিহোৱাৰ সাক্ষীসকল—আধুনিক দিনত তেওঁলোকৰ উন্নতি আৰু বৃদ্ধি? (br78 পৃ. ৬-১১)
নং ৪: তেওঁক জন্মৰ পূৰ্বেই সন্মানিত কৰা হʼল (gt অধ্যায় ২)
জানু. ১৫ বাইবেল পাঠ: ২ ৰাজাৱলি ২১-২৫
গীত নং. ৬১
নং ১: সুখী পৰিয়ালৰ কোনো ৰহস্য আছেনে? (fy পৃ. ৫-১২)
নং ২: ২ ৰাজাৱলি ২১:১-১৬
নং ৩: যিহোৱাৰ সাক্ষীসকল—তেওঁলোকে কি বিশ্বাস কৰে? (br78 পৃ. ১২-১৪)
নং ৪: পথ যুগুত কৰাজনৰ জন্ম হʼল (gt অধ্যায় ৩)
জানু. ২২ বাইবেল পাঠ: ১ বংশাৱলি ১-৫
গীত নং. ১৬
নং ১: সফল বিবাহৰ বাবে তৈয়াৰী (fy পৃ. ১৩-২৬)
নং ২: ১ বংশাৱলি ১:১-২৭
নং ৩: যিহোৱাৰ সাক্ষীসকলে বিচাৰে যে আপুনি যাতে শুভবাৰ্ত্তা শুনে (br78 পৃ. ১৪-১৭)
নং ৪: গৰ্ভৱতী কিন্তু অবিবাহিত (gt অধ্যায় ৪)
জানু. ২৯ বাইবেল পাঠ: ১ বংশাৱলি ৬-১০
গীত নং. ৭৩
নং ১: কেনেকৈ প্ৰকৃত নম্ৰতা দেখুৱাব পাৰি? (w৯৯ ২/১ পৃ. ৬-৭)
নং ২: ১ বংশাৱলি ৯:১-২১
নং ৩: আপোনাক শুভবাৰ্ত্তা কবলৈ যিহোৱা সাক্ষীসকলে ব্যৱহাৰ কৰা পদ্ধতিবোৰ (br78 পৃ. ১৮-২২)
নং ৪: যীচুৰ জন্ম—কʼত আৰু কেতিয়া? (gt অধ্যায় ৫)
ফেব্ৰু. ৫ বাইবেল পাঠ: ১ বংশাৱলি ১১-১৬
গীত নং. ৬৫
নং ১: উৎসাহৰ উৎস হওঁক? (w৯৯ ২/১৫ পৃ. ২৬-৯)
নং ২: ১ বংশাৱলি ১১:১-১৯
নং ৩: শুভবাৰ্ত্তাই আপোনাৰ সম্প্ৰদায়ৰ বাবে ব্যৱহাৰিক মূল্য প্ৰদান কৰে (br78 পৃ. ১৮-২২)
নং ৪: প্ৰতিজ্ঞাত সন্তান (gt অধ্যায় ৬)
ফেব্ৰু. ১২ বাইবেল পাঠ: ১ বংশাৱলি ১৭-২৩
গীত নং. ১২২
নং ১: সকলোৱে নম্ৰতাৰূপ বস্ত্ৰেৰে কঁকাল বন্ধা (w৯৯ ৩/১ পৃ. ৩০-৩১)
নং ২: ১ বংশাৱলি ১৮:১-১৭
নং ৩: যিহোৱাৰ সাক্ষীসকল—তেওঁলোকৰ বিশ্বব্যাপী সংগঠন আৰু কাৰ্য্য (br78 পৃ. ২৫-৬)
নং ৪: যীচু আৰু জ্যোতিষীসকল (gt অধ্যায় ৭)
ফেব্ৰু. ১৯ বাইবেল পাঠ: ১ বংশাৱলি ২৪-২৯
গীত নং. ১১৯
নং ১: স্থায়ী বিবাহৰ দুটা চাবি (fy পৃ. ২৭-৩৮)
নং ২: ১ বংশাৱলি ২৯:১-১৩
নং ৩: আগ্ৰহী ব্যক্তিসকলে প্ৰায়ে সুধা প্ৰশ্নসমূহ—ভাগ-১ (br78 পৃ. ২৬ অনু. ২-পৃ. ২৭ অনু. ৪)
নং ৪: এজন স্বেচ্ছাচাৰী ব্যক্তিৰ পৰা ৰক্ষা পোৱা (gt অধ্যায় ৮)
ফেব্ৰু. ২৬ বাইবেল পাঠ: ২ বংশাৱলি ১-৫
গীত ১৬৮
নং ১: আপুনি কেনেকৈ এখন গৃহস্থী চলাব পাৰে? (fy পৃ. ৩৯-৫০)
নং ২: ২ বংশাৱলি ১:১-১৭
নং ৩: আগ্ৰহী ব্যক্তিসকলে প্ৰায়ে সুধা প্ৰশ্নসমূহ—ভাগ-২ (br78 পৃ. ২৮ অনু. ১-৩)
নং ৪: যীচুৰ শিশুকালৰ পৰিয়াল জীৱন (gt অধ্যায় ৯)
মাৰ্চ. ৫ বাইবেল পাঠ: ২ বংশাৱলি ৬-৯
গীত ১০৩
নং ১: দুচিন্তাৰ ওপৰত বিজয়ী হোৱা (w৯৯ ৩/১৫ পৃ. ২১-৩)
নং ২: ২ বংশাৱলি ৮:১-১৬
নং ৩: আগ্ৰহী ব্যক্তিসকলে প্ৰায়ে সুধা প্ৰশ্নসমূহ—ভাগ-৩ (br78 পৃ. ২৯ অনু. ১-৩)
নং ৪: যিৰূচালেমলৈ যাত্ৰা (gt অধ্যায় ১০)
মাৰ্চ. ১২ বাইবেল পাঠ: ২ বংশাৱলি ১০-১৫
গীত ৫৯
নং ১: কোনে আপোনাৰ বিচাৰ-ধাৰাক গঢ় দিয়ে? (w৯৯ ৪/১ পৃ. ২০-২)
নং ২: ২ বংশাৱলি ১০:১-১৬
নং ৩: আগ্ৰহী ব্যক্তিসকলে প্ৰায়ে সুধা প্ৰশ্নসমূহ—ভাগ-৪ (br78 পৃ. ৩০ অনু. ১-৫)
নং ৪: যোহনে পথ যুগুত কৰে (gt অধ্যায় ১১)
মাৰ্চ. ১৯ বাইবেল পাঠ: ২ বংশাৱলি ১৬-২০
গীত ৬৯
নং ১: বাল উপাসনাৰ পৰা নিজ হৃদয়ক বচাই ৰাখক (w৯৯ ৪/১ পৃ. ২৮-৩১)
নং ২: ২ বংশাৱলি ১৬:১-১৪
নং ৩: জীৱনৰ কোনো উদ্দেশ্য আছেনে? (pr পৃ. ৪-৬ অনু. ১-১৭)
নং ৪: যীচুৰ বাপ্তিষ্মা (gt অধ্যায় ১২)
মাৰ্চ. ২৬ বাইবেল পাঠ: ২ বংশাৱলি ২১-২৫
গীত ২১২
নং ১: পৰিস্থিতি যিয়েই নহওঁক কিয় কৃতজ্ঞতা দেখুৱাবলৈ কুণ্ঠবোধ নকৰিব (w৯৯ ৪/১৫ পৃ. ১৫-১৭)
নং ২: ২ বংশাৱলি ২২:১-১২
নং ৩: কোনে আমাক জীৱনৰ উদ্দেশ্যৰ বিষয়ে কʼব পাৰে? (pr পৃ. ৬-১০ অনু. ১-২৬)
নং ৪: যীচুৱে পৰীক্ষিত হোৱা কাৰ্য্যৰ পৰা আমি শিক্ষা লাভ কৰোঁ (gt অধ্যায় ১৩)
এপ্ৰি. ২ বাইবেল পাঠ: ২ বংশাৱলি ২৬-২৯
গীত ৪৯
নং ১: ঈশ্বৰে “কঠোৰ” পদ্ধতিৰে কাৰ্য্য কৰেনে? (w৯৯ ৫/১ পৃ. ২৮-২৯)
নং ২: ২ বংশাৱলি ২৮:১-১৫
নং ৩: উচ্চ বুদ্ধিৰ এক অদ্বিতীয় উৎস—বৈজ্ঞানিকৰূপে প্ৰমাণিত (pr পৃ. ১০-১৩ অনু. ১-১৭)
নং ৪: যীচুৰ প্ৰথম শিষ্যসকল (gt অধ্যায় ১৪)
এপ্ৰি. ৯ বাইবেল পাঠ: ২ বংশাৱলি ৩০-৩৩
গীত ১
নং ১: মানুহে কেনেকৈ যিহোৱা ঈশ্বৰৰ ধন্যবাদ কৰিব পাৰে? (w৯৯ ৫/১৫ পৃ. ২১-২৪)
নং ২: ২ বংশাৱলি ৩৩:১-১৩
নং ৩: উচ্চ বুদ্ধিৰ এক অদ্বিতীয় উৎস—ঐতিহাসিকৰূপে প্ৰমাণিত (pr পৃ. ১৩-১৫ অনু. ১৮-৩১)
নং ৪: যীচুৱে কৰা প্ৰথম আচৰিত কাৰ্য্য (gt অধ্যায় ১৫)
এপ্ৰি. ১৬ বাইবেল পাঠ: ২ বংশাৱলি ৩৪-৩৬
গীত ১৪৪
নং ১: আপোনাৰ সন্তানক শিশুকালৰ পৰাই শিক্ষা দিয়ক (fy পৃ. ৫১-৬৩)
নং ২: ২ বংশাৱলি ৩৬:১-১৬
নং ৩: উচ্চ বুদ্ধিৰ এক অদ্বিতীয় উৎস—ইয়াৰ পূৰ্ণ হোৱা ভৱিষ্যতবাণী (pr পৃ. ১৫-১৬ অনু. ৩১-৩৭)
নং ৪: যিহোৱাৰ উপাসনাৰ বাবে উৎসাহ (gt অধ্যায় ১৬)
এপ্ৰি. ২৩ বাইবেল পাঠ: ইজ্ৰা ১-৬
গীত ৯০
নং ১: আপোনাৰ সন্তানক কিশোৰ অৱস্থাৰ পৰাই আগবাঢ়িবলৈ সহায় কৰক (fy পৃ. ৬৪-৭৫)
নং ২: ইজ্ৰা ৪:১-১৬
নং ৩: খ্ৰীষ্টীয়জগতে ঈশ্বৰ আৰু বাইবেলক প্ৰতাৰণা কৰিলে (pr পৃ. ১৬-১৯ অনু. ১-১৯)
নং ৪: নীকদীমক শিক্ষাদান কৰা (gt অধ্যায় ১৭)
এপ্ৰি. ৩০ লিখিত পুনৰ নিৰীক্ষণ। বাইবেল পাঠ: ইজ্ৰা ৭-১০
গীত ২০৩
মে ৭ বাইবেল পাঠ: নহিমিয়া ১:৫
গীত ৫৬
নং ১: ঘৰত কোনো বিদ্ৰোহী লোক আছেনে? (fy পৃ. ৭৬-৮৯)
নং ২: নহিমিয়া ১:১-১১
নং ৩: জীৱনৰ এক মহান উদ্দেশ্য আছে (pr পৃ. ২০-২২ অনু. ১-১৩)
নং ৪: যোহনৰ হ্ৰাস হয়, যীচুৰ বৃদ্ধি হয় (gt অধ্যায় ১৮)
মে ১৪ বাইবেল পাঠ: নহিমিয়া ৬:৯
গীত ১৫৫
নং ১: খ্ৰীষ্টান মণ্ডলীয়ে হৈছে আমাক শক্তিশালী কৰাৰ এটা মাধ্যম (w৯৯ ৫/১৫ পৃ. ২৫-২৮)
নং ২: নহিমিয়া ৯:১-১৫
নং ৩: কিয় ইমান কষ্ট আৰু অন্যায়? (pr পৃ. ২২-২৫ অনু. ১-১৫)
নং ৪: এগৰাকী চমৰীয়া তিৰোতাক শিক্ষাদান কৰা (gt অধ্যায় ১৯)
মে ২১ বাইবেল পাঠ: নহিমিয়া ১০-১৩
গীত ৪৬
নং ১: ধ্বংসকাৰী প্ৰভাৱৰ পৰা নিজৰ পৰিয়ালক ৰক্ষা কৰা (fy পৃ. ৯০-১০২)
নং ২: নহিমিয়া ১২:২৭-৪৩
নং ৩: অতি শীঘ্ৰেই ঈশ্বৰৰ উদ্দেশ্যক জানিব পৰা যাব (pr পৃ. ২৫-২৮ অনু. ১-২২)
নং ৪: কান্নাত থকাৰ সময় দ্বিতীয়টো আচৰিত কাৰ্য্য কৰা (gt অধ্যায় ২০)
মে ২৮ বাইবেল পাঠ: ইষ্টেৰ ১-৪
গীত ৩৮
নং ১: এক-জনক পিতৃ বা মাতৃৰ পৰিয়ালে সফলতা লাভ কৰিব পাৰে! (fy পৃ. ১০৩-১১৫)
নং ২: ইষ্টেৰ ১:১-১৫
নং ৩: এখন পৰমদেশীয় পৃথিৱীত অনন্ত জীৱন (pr পৃ. ২৯-৩০ অনু. ১-২৭)
নং ৪: যীচুৰ নিজ বাসস্থানৰ উপাসনা গৃহ (gt অধ্যায় ২১)
জুন ৪ বাইবেল পাঠ: ইষ্টেৰ ৫-১০
গীত ৩৭
নং ১: পৰিয়ালত যেতিয়া কোনো এজন ব্যক্তিৰ বেমাৰ হয় (fy পৃ. ১১৬-১২৭)
নং ২: ইষ্টেৰ ৫:১-১৪
নং ৩: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে তাক আপুনি কেনেকৈ বিচাৰি উলিয়াব? (rq পৃ. ৩)
নং ৪: চাৰিজন শিষ্যক আমন্ত্ৰণ কৰা (gt অধ্যায় ২২)
জুন ১১ বাইবেল পাঠ: ইয়োব ১-৭
গীত ৮৪
নং ১: পৰিয়ালত শান্তি বজাই ৰাখক (fy পৃ. ১২৮-১৪১)
নং ২: ইয়োব ১:৬-২২
নং ৩: ঈশ্বৰ কোন? (rq পৃ. ৪-৫)
নং ৪: কফৰনাহূমত আৰু বহুতো আচৰিত কাৰ্য্য কৰা (gt অধ্যায় ২৩)
জুন ১৮ বাইবেল পাঠ: ইয়োব ৮-১৪
গীত ১৯২
নং ১: চৌল—প্ৰভুৰ নিৰ্বাচিত পাত্ৰ হʼল (w৯৯ ৫/১৫ পৃ. ২৯-৩১)
নং ২: ইয়োব ৮:১-২২
নং ৩: যীচু কোন? (rq পৃ. ৬-৭)
নং ৪: যীচু কিয় পৃথিৱীলৈ আহিছিল (gt অধ্যায় ২৪)
জুন ২৫ বাইবেল পাঠ: ইয়োব ১৫-২১
গীত ৮১
নং ১: নিজৰ প্ৰতিজ্ঞাৰ সমন্ধে ঈশ্বৰে পলম নকৰে (w৯৯ ৬/১ পৃ. ৪-৭)
নং ২: ইয়োব ১৭:১-১৬
নং ৩: চয়তান কোন? (rq পৃ. ৮-৯)
নং ৪: এজন কুষ্ঠ ৰোগীৰ বাবে দয়া দেখুৱা (gt অধ্যায় ২৫)
জুলাই ২ বাইবেল পাঠ: ইয়োব ২২-২৯
গীত ১৭৩
নং ১: আপুনি বহল দৃষ্টিভঙ্গী ৰখা উচিতনে? (w৯৯ ৬/১৫ পৃ. ১০-১৩)
নং ২: ইয়োব ২৭:১-২৩
নং ৩: এই পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি? (rq পৃ. ১০-১১)
নং ৪: নিজ ঘৰ কফৰনাহূমলৈ উলটি অহা (gt অধ্যায় ২৬)
জুলাই ৯ বাইবেল পাঠ: ইয়োব ৩০-৩৫
গীত ১০৮
নং ১: আপুনি কিয় বাইবেলৰ ভৱিষ্যতবাণীত ভৰসা কৰিব পাৰে (w৯৯ ৭/১৫ পৃ. ৪-৮)
নং ২: ইয়োব ৩১:১-২২
নং ৩: ঈশ্বৰৰ ৰাজ্য কি? (rq পৃ. ১২-১৩)
নং ৪: মথিক আমন্ত্ৰণ কৰা (gt অধ্যায় ২৭)
জুলাই ১৬ বাইবেল পাঠ: ইয়োব ৩৬-৪২
গীত ১৬০
নং ১: পৰিয়ালত অনিষ্ট সাধিব পৰা সমস্যাবোৰৰ ওপৰত আপুনি জয় লাভ কৰিব পাৰে (fy পৃ. ১৪২-১৫২)
নং ২: ইয়োব ৩৬:১-২২
নং ৩: প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চপা (rq পৃ. ১৪-১৫)
নং ৪: উপবাসৰ বিষয়ে প্ৰশ্ন কৰা (gt অধ্যায় ২৮)
জুলাই ২৩ বাইবেল পাঠ: গীতমালা ১-১০
গীত ৫
নং ১: যদি বিবাহ ভঙ্গ অৱস্থাত আহি পৰে (fy পৃ. ১৫৩-১৬২)
নং ২: গীতমালা ৩:১-৪:৮
নং ৩: পৰিবাৰিক জীৱন যি ঈশ্বৰক সন্তুষ্ট কৰে (rq পৃ. ১৬-১৭)
নং ৪: বিশ্ৰামবাৰে ভাল কাৰ্য্য কৰা (gt অধ্যায় ২৯)
জুলাই ৩০ বাইবেল পাঠ: গীতমালা ১১-১৮
গীত ৪৮
নং ১: বৃদ্ধ অৱস্থাতো স্বামী স্ত্ৰীয়ে একেলগে জীৱন-যাপন কৰা (fy পৃ. ১৬৩-১৭২)
নং ২: গীতমালা ১১:১-১৩:৬
নং ৩: ঈশ্বৰৰ সেৱকসকল পবিত্ৰ হোৱা উচিত (rq পৃ. ১৮-১৯)
নং ৪: তেওঁৰ বিৰোধীসকলক উত্তৰ দিয়া (gt অধ্যায় ৩০)
আগ. ৬ বাইবেল পাঠ: গীতমালা ১৯-২৬
গীত ১১৭
নং ১: ভালদৰে কথা-বতৰা হোৱাটোৱে হৈছে—সুখী আৰু সফল বিবাহৰ চাবি (w৯৯ ৭/১৫ পৃ. ২১-২৩)
নং ২: গীতমালা ২০:১-২১:১৩
নং ৩: যিবোৰ অভ্যাস ঈশ্বৰে ঘৃণা কৰে (rq পৃ. ২০-২১)
নং ৪: বিশ্ৰামবাৰে শস্যৰ গুটি ছিঙা (gt অধ্যায় ৩১)
আগ. ১৩ বাইবেল পাঠ: গীতমালা ২৭-৩৪
গীত ১৩০
নং ১: ফিলিপ—এজন উৎসাহি হৈ শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰা ব্যক্তি (w৯৯ ৭/১৫ পৃ. ২৪-২৫)
নং ২: গীতমালা ২৮:১-২৯:১১
নং ৩: যিবিলাক বিশ্বাস আৰু ৰীতি-নীতিয়ে ঈশ্বৰক অসন্তুষ্ট কৰে (rq পৃ. ২২-২৩)
নং ৪: বিশ্ৰামবাৰৰ দিনা কি কাৰ্য্য কৰাটো ন্যায়সঙ্গত? (gt অধ্যায় ৩২)
আগ. ২০ বাইবেল পাঠ: গীতমালা ৩৫-৩৯
গীত ১৮
নং ১: সঙ্গী ব্যক্তিসকলৰ পৰা অহা হেঁচা—কি এইটো আপোনাৰ বাবে লাভদায়ক হʼব পাৰেনে? (w৯৯ ৮/১ পৃ. ২২-২৫)
নং ২: গীতমালা ৩৮:১-১১
নং ৩: জীৱন আৰু তেজৰ প্ৰতি সন্মান দেখুৱা (rq পৃ. ২৪-২৫)
নং ৪: যিচয়াৰ ভৱিষ্যতবাণী পূৰ্ণ হোৱা (gt অধ্যায় ৩৩)
আগ. ২৭ লিখিত পুনৰ নিৰীক্ষণ। বাইবেল পাঠ: গীতমালা ৪০-৪৭
গীত ৯১
ছেপ্তে. ৩ বাইবেল পাঠ: গীতমালা ৪৮-৫৫
গীত ৩৬
নং ১: ক্ৰোধ কৰি বিভ্ৰান্তি হোৱাৰ পৰা আঁতৰি থাকক (w৯৯ ৮/১৫ পৃ. ৮-৯)
নং ২: গীতমালা ৪৯:১-২০
নং ৩: আপুনি কেনেকৈ সত্য ধৰ্ম্মক বিচাৰি উলিয়াব পাৰে? (rq পৃ. ২৬-৭)
নং ৪: তেওঁ শিষ্যসকলক বাচঁনি কৰা (gt অধ্যায় ৩৪)
ছেপ্তে. ১০ বাইবেল পাঠ: গীতমালা ৫৬-৬৫
গীত ৪৪
নং ১: চয়তানে আমাক ৰোগগ্ৰস্ত কৰেনে? (w৯৯ ৯/১ পৃ. ৪-৭)
নং ২: গীতমালা ৫৯:১-১৭
নং ৩: যিহোৱাৰ সাক্ষীসকল কেনেকৈ সংগঠিত (rq পৃ. ২৮-২৯)
নং ৪: যীচুৱে দিয়া এক অমূল্য উপদেশ (gt অধ্যায় ৩৫)
ছেপ্তে. ১৭ বাইবেল পাঠ: গীতমালা ৬৬-৭১
গীত ২১০
নং ১: “উত্তম ভাগক” বাচঁনি কৰা (w৯৯ ৯/১ পৃ. ৩০-৩১)
নং ২: গীতমালা ৬৯:১-১৯
নং ৩: ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিবলৈ আনক সহায় কৰক (rq পৃ. ৩০)
নং ৪: এজন সেনাৰ অধিপতিৰ গভীৰ বিশ্বাস (gt অধ্যায় ৩৬)
ছেপ্তে. ২৪ বাইবেল পাঠ: গীতমালা ৭২-৭৭
গীত ২১৭
নং ১: আপুনি যি প্ৰতিজ্ঞা কৰে তাক কিয় সম্পূৰ্ণ কৰা আৱশ্যক? (w৯৯ ৯/১৫ পৃ. ৮-১১)
নং ২: গীতমালা ৭৩:১-২৪
নং ৩: আপোনাৰ সিদ্ধান্ত হৈছে ঈশ্বৰক সেৱা কৰা (rq পৃ. ৩১)
নং ৪: যীচুৱে এগৰাকী বিধৱাৰ দুখ দূৰ কৰা (gt অধ্যায় ৩৭)
অক্টো. ১ বাইবেল পাঠ: গীতমালা ৭৮-৮১
গীত ৮৮
নং ১: প্ৰজ্ঞা আহৰণ কৰা আৰু অনুশাসনক স্বীকাৰ কৰা (w৯৯ ৯/১৫ পৃ. ১২-১৫)
নং ২: গীতমালা ৭৮:১-২২
নং ৩: আমি ঈশ্বৰৰ উদ্দেশ্যৰ পৰিপূৰ্ণতাৰ একেবাৰে কাষ চাপিছোঁহি (je পৃ. ৪-৫)
নং ৪: যোহন বাপ্তাইজকৰ বিশ্বাস হ্ৰাস হৈছিলনে (gt অধ্যায় ৩৮)
অক্টো. ৮ বাইবেল পাঠ: গীতমালা ৮২-৮৯
গীত ২২১
নং ১: তীমথিয়—“বিশ্বাসত থকা মোৰ প্ৰকৃত পুত্ৰ” (w৯৯ ৯/১৫ পৃ. ২৯-৩১)
নং ২: গীতমালা ৮৮:১-১৮
নং ৩: প্ৰথম শতাব্দীৰ খ্ৰীষ্টান মণ্ডলী (je পৃ. ৬-৭)
নং ৪: অহংকাৰী আৰু বিনম্ৰ (gt অধ্যায় ৩৯)
অক্টো. ১৫ বাইবেল পাঠ: গীতমালা ৯০-৯৮
গীত ১৩৪
নং ১: বেয়া কাৰ্য্য কৰাৰ পৰা আঁতৰি থাকিবলৈ সাহস গোটোৱা (w৯৯ ১০/১ পৃ. ২৮-৩১)
নং ২: গীতমালা ৯০:১-১৭
নং ৩: যিহোৱাই নিজৰ লোকসকলক তেওঁৰ কাৰ্য্য কৰিবলৈ একত্ৰিত কৰি প্ৰশিক্ষণ দিয়ে (je পৃ. ৮-১১)
নং ৪: দয়াৰ এটা পাঠ (gt অধ্যায় ৪০)
অক্টো. ২২ বাইবেল পাঠ: গীতমালা ৯৯-১০৫
গীত ৮৯
নং ১: প্ৰেমৰ উত্তম পথত চলিবলৈ শিকক (w৯৯ ১০/১৫ পৃ. ৮-১১)
নং ২: গীতমালা ১০৩:১-২২
নং ৩: মণ্ডলীয়ে প্ৰেম আৰু ঐক্যতাত উন্নতি কৰে (je পৃ. ১২-১৩)
নং ৪: বাদ-বিবাদৰ উৎস (gt অধ্যায় ৪১)
অক্টো. ২৯ বাইবেল পাঠ: গীতমালা ১০৬-১০৯
গীত ২১৪
নং ১: “যিহোৱাই নিজেই বুদ্ধি প্ৰদান কৰে” (w৯৯ ১১/১৫ পৃ. ২৪-২৭)
নং ২: গীতমালা ১০৭:১-১৯
নং ৩: মণ্ডলীৰ হোৱা সভাসমূহে প্ৰেম আৰু ভাল কাৰ্য্যৰ বাবে উৎসাহিত কৰে (je পৃ. ১৪-১৫)
নং ৪: যীচুৱে ফৰীচীবিলাকক তিৰস্কাৰ কৰে (gt অধ্যায় ৪২)
নবে. ৫ বাইবেল পাঠ: গীতমালা ১১০-১১৮
গীত ১৪
নং ১: প্ৰকাশিত বাক্যৰ বাৰ্ত্তা—আতঙ্কিত নে আশাদায়ক? (w৯৯ ১২/১ পৃ. ৫-৮)
নং ২: গীতমালা ১১২:১-১১৩:৯
নং ৩: ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰৰ বাবে মণ্ডলীয়ে সংগঠিত কৰে (je পৃ. ১৬-১৭)
নং ৪: দৃষ্টান্তসমূহৰ সৈতে শিক্ষাদান কৰা (gt অধ্যায় ৪৩)
নবে. ১২ বাইবেল পাঠ: গীতমালা ১১৯
গীত ৩৫
নং ১: আপোনাৰ দক্ষতাক নিজৰ দুৰ্ব্বলতা হʼবলৈ নিদিব (w৯৯ ১২/১ পৃ. ২৬-২৯)
নং ২: গীতমালা ১১৯:১-২৪
নং ৩: অধিবেশনত আনন্দ আৰু প্ৰশংসাৰে ঈশ্বৰক স্তুতি কৰক (je পৃ. ১৯)
নং ৪: প্ৰচণ্ড ধুমুহাক শান্ত কৰা (gt অধ্যায় ৪৪)
নবে. ১৯ বাইবেল পাঠ: গীতমালা ১২০-১৩৭
গীত ২০৩
নং ১: বৃদ্ধ পিতৃ-মাতৃক সন্মান কৰা (fy পৃ. ১৭৬-১৮২)
নং ২: গীতমালা ১২০:১-১২২:৯
নং ৩: চাৰ্কিট ওভাৰচিয়াৰ—সত্যৰ সহকৰ্মী (je পৃ. ২০-২১)
নং ৪: এজন অসাধাৰণ শিষ্য (gt অধ্যায় ৪৫)
নবে. ২৬ বাইবেল পাঠ: গীতমালা ১৩৮-১৫০
গীত ১৩৫
নং ১: নিজৰ পৰিয়ালৰ ভৱিষ্যত স্থায়ীৰূপে সুৰক্ষিত কৰক (fy পৃ. ১৮৩-১৯২)
নং ২: গীতমালা ১৩৯:১-২৪
নং ৩: পূৰ্ণ-সময়ৰ সেৱকসকলে প্ৰচাৰ কাৰ্য্যত আগভাগ লয় (je পৃ. ২২-২৩)
নং ৪: তাই তেওঁৰ কাপোৰ চুলে (gt অধ্যায় ৪৬)
ডিচে. ৩ বাইবেল পাঠ: হিতোপদেশ ১-৭
গীত ১৬৩
নং ১: ঈশ্বৰৰ পবিত্ৰ আত্মা কি? (g৯৯ ১/৮ পৃ. ২৬-২৭)
নং ২: হিতোপদেশ ৪:১-২৭
নং ৩: ঈশ্বৰৰ স্তুতি কৰিবলৈ বাইবেল আধাৰিত আলোচনী ছপা কৰা হৈছে (je পৃ. ২৪-২৫)
নং ৪: নিগৰি ওলোৱা চকুলো, এক মহান আনন্দলৈ পৰিণত হোৱা (gt অধ্যায় ৪৭)
ডিচে. ১০ বাইবেল পাঠ: হিতোপদেশ ৮-১৩
গীত ৫১
নং ১: মৃতজনক সন্মানিত কৰাটো উচিত হʼবনে? (g৯৯ ২/৮ পৃ. ১০-১১)
নং ২: হিতোপদেশ ১৩:১-২৫
নং ৩: ঈশ্বৰৰ জাকক ঐক্যতাৰে চোৱা-চিতা কৰা (je পৃ. ২৬-২৭)
নং ৪: যায়ীৰ ঘৰ ত্যাগ কৰা আৰু নাচৰত চহৰত পুনৰ আগমন কৰা (gt অধ্যায় ৪৮)
ডিচে. ১৭ বাইবেল পাঠ: হিতোপদেশ ১৪-১৯
গীত ৫২
নং ১: ঈশ্বৰৰ নাম লোৱাটো ভুল হʼবনে? (g৯৯ ৩/৮ পৃ. ২৬-২৭)
নং ২: হিতোপদেশ ১৬:১-২৫
নং ৩: স্বইচ্ছাৰে কৰা দানৰ যোগেদি আৰ্থিকভাৱে সহায় লাভ কৰা (je পৃ. ২৮)
নং ৪: গালীলত দ্বিতীয় বাৰৰ বাবে প্ৰচাৰৰ অভিযান (gt অধ্যায় ৪৯)
ডিচে. ২৪ বাইবেল পাঠ: হিতোপদেশ ২০-২৫
গীত ৯
নং ১: দুই বন্ধুৰ মাজত ঋণ লোৱা আৰু ঋণ দিয়া (g৯৯ ৪/৮ পৃ. ১৮-১৯)
নং ২: হিতোপদেশ ২০:১-৩০
নং ৩: ধাৰ্ম্মিকতাৰ বাবে অত্যাচাৰৰ বলি হোৱা (je পৃ. ২৯)
নং ৪: অত্যাচাৰৰ সন্মূখীন হʼবলৈ নিজকে প্ৰস্তুত কৰা (gt অধ্যায় ৫০)
ডিচে. ৩১ লিখিত পুনৰ নিৰীক্ষণ। বাইবেল পাঠ: হিতোপদেশ ২৬-৩১
গীত নং. ১৮০