ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জুন পৃষ্ঠা ৬
  • প্ৰলোভনৰ সন্মুখীন হোৱাৰ সময়ত যীচুৰ দৰে প্ৰতিৰোধ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰলোভনৰ সন্মুখীন হোৱাৰ সময়ত যীচুৰ দৰে প্ৰতিৰোধ কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • জগত বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • ধাৰ্মিকতাক প্ৰেম কৰক আৰু অধাৰ্মিকতাক ঘিণ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • ‘ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰে’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • ‘আপুনি পৰীক্ষাত যেন নপৰে’
    পৰ দি থাকক!
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জুন পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ৪-৫

প্ৰলোভনৰ সন্মুখীন হোৱাৰ সময়ত যীচুৰ দৰে প্ৰতিৰোধ কৰক

চয়তানে আমাৰ মনৰ অভিলাষ কলুষিত কৰি যিহোৱাৰ লগত থকা আমাৰ গভীৰ সম্পৰ্ক ভাঙিবলৈ চেষ্টা কৰে। সি প্ৰতিজন ব্যক্তিৰ ইচ্ছা আৰু পৰিস্থিতি অনুসৰি নিজৰ কৌশল চতুৰতাৰে সলনি কৰে।

সাধাৰণতে উদ্ভৱ হোৱা তিনিটা প্ৰলোভনৰপৰা আঁতৰি থাকিবলৈ যীচুৱে কি কৰিছিল? (ইব্ৰী ৪:১২; ১যোহ ২:১৫, ১৬) মই যীচুৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

  • যীচুৱে শিলবোৰক পিঠালৈ পৰিৱৰ্তন কৰিবলৈ অস্বীকাৰ কৰিছ

    ৪:১-৪

    “মাংসৰ অভিলাষ”

  • চয়তানে আগবঢ়াৱা জগতৰ ৰাষ্টবোৰৰ পলোভনক যীচুৱে অস্বীকাৰ কৰিছ

    ৪:৫-৮

    “চকুৰ অভিলাষ”

  • মন্দিৰৰ চূড়াত যীচু

    ৪:৯-১২

    “জীৱন কালৰ গৰ্ব্ব”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক