ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ যোহন ১-৫
জগত বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিব
তলত উল্লেখ কৰা তিনিটা প্ৰলোভনৰ যোগেদি চয়তানে লোকসকলক যিহোৱা ঈশ্বৰৰপৰা দূৰ কৰিবলৈ চেষ্টা কৰে। আপুনি আনক কেনেকৈ বুজাব?
“মাংসৰ অভিলাষ”
“চকুৰ অভিলাষ”
“জীৱন কালৰ গৰ্ব্ব”