ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 অক্টোবৰ পৃষ্ঠা ৬
  • অক্টোবৰ ২৮–নৱেম্বৰ ৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ২৮–নৱেম্বৰ ৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 অক্টোবৰ পৃষ্ঠা ৬

অক্টোবৰ ২৮–নৱেম্বৰ ৩

২ পিতৰ ১-৩

  • গীত ১১৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ঈশ্বৰৰ সেই দিনৰ আগমনৰ আকাঙ্ক্ষা কৰি থাকক”: (১০ মি.)

    • [২ পিতৰ কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • ২পিত ৩:৯, ১০—যিহোৱাৰ দিন নিৰ্দ্ধাৰিত সময়ত আহিব (w০৭-HI ১/১ ১৯ ¶১১)

    • ২পিত ৩:১১, ১২—আমি কেনেকুৱা ব্যক্তি হʼব লাগে, তাৰ বিষয়ে বিবেচনা কৰা উচিত (w০৭-HI ১/১ ১১-১২ ¶১৮)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ২পিত ১:১৯—“প্ৰভাতীয় তৰা” কোন হয় আৰু ই কেতিয়া ওলাইছিল? আমি কেনেকৈ জানিব পাৰোঁ যে এই ঘটনাটো ঘটিছিল? (w০৮-HI ১১/১৫ ২২ ¶২)

    • ২পিত ২:৪—‘অন্ধকূপ’ কি হয় আৰু বিৰোধী স্বৰ্গদূতবিলাকক ইয়াত কেতিয়া পেলাই দিয়া হৈছিল? (w০৮-HI ১১/১৫ ২২ ¶৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) ২পিত ১:১-১৫ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৭)

  • বাইবেল অধ্যয়ন: (৫ মি. বা কম) bh ১৪৫-১৪৬ ¶৩-৪ (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৯৬

  • “আপুনি ঈশ্বৰৰ বাক্যক মূল্যৱান বুলি গণ্য কৰেনে?”: (১৫ মি.) আলোচনা। তেওঁলোকে বাইবেলক অমূল্য বুলি গণ্য কৰিছিল—এক আভাস (উইলিয়াম টিডেল) নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১১ ¶১৫-২১

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৭৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক