ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 এপ্ৰিল পৃষ্ঠা ৬
  • কুসংগতিৰ দুখজনক পৰিণাম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কুসংগতিৰ দুখজনক পৰিণাম
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • কথোপকথন যি আধ্যাত্মিকতা বৃদ্ধি কৰে
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • সমকক্ষৰ হেঁচা আৰু প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা আপোনাৰ বিশেষ অধিকাৰ
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত সময় অতিবাহিত কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • ঈশ্বৰক প্ৰেম কৰা লোকসকলক প্ৰেম কৰক
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 এপ্ৰিল পৃষ্ঠা ৬
এজন ভাইয়ে কামৰ পাছত তেওঁৰ কৰ্মচাৰীসকলৰ লগত মদ সেৱন কৰি আছে, কৰ্মচাৰীসকলে কাপোৰ, ভিডিঅ’ গেম, টকা-পইচা আৰু মোবাইলৰ বিষয়ে কথা পাতি আছে আৰু ভাইজনে শুনে আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ৩৪-৩৫

কুসংগতিৰ দুখজনক পৰিণাম

৩৪:১, ২, ৭, ২৫

যদিও আমাৰ ওচৰ-চুবুৰীয়া, সহকৰ্মী বা সহপাঠীৰ কিছুমান ভাল গুণ থাকে, কিন্তু ইয়াৰ অৰ্থ এয়া নেকি যে তেওঁলোকে আমাৰ ভাল বন্ধু হʼব পাৰে? ভাল বন্ধু বাচনি কৰিবলৈ কিহে আমাক সহায় কৰিব?

  • এই বন্ধুত্বই যিহোৱাৰ লগত থকা মোৰ সম্পৰ্ক দৃঢ় কৰিবলৈ সহায় কৰিবনে?

  • তেওঁলোকৰ কথা-বতৰাই কেনেকৈ প্ৰকাশ কৰে যে তেওঁলোকৰ বাবে কি গুৰুত্বপূৰ্ণ?—মথি ১২:৩৪

নিজকে সোধক: ‘যিহোৱাৰ লগত থকা মোৰ সম্পৰ্কত মোৰ বন্ধত্বই কেনে প্ৰভাৱ পেলাই?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক