ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ৬
  • জানুৱাৰী ১৮-২৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ১৮-২৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ৬

জানুৱাৰী ১৮-২৪

লেবীয়া পুস্তক ২২-২৩

  • গীত ৮৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ইস্ৰায়েলীসকলৰ উৎসৱৰপৰা লাভ কৰা শিক্ষা”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • লেবী ২২:২১, ২২—আমি যিহোৱাক সম্পূৰ্ণ হৃদয়ৰে প্ৰেম কৰা আৰু তেওঁৰ বিশ্বাসী হৈ থকা কিয় প্ৰয়োজন? (w১৯.০২-HI ৩ ¶৩)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) লেবী ২৩:৯-২৫ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত গৃহস্থই আগ্ৰহী হোৱা বিষয়ৰ কোনো এখন শেহতীয়া প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ১৩)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায়লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা এখন প্ৰকাশন আগবঢ়াওক। (শিক্ষা অধ্যায় ৯)

  • ভাষণ: (৫ মি.) w০৭-E ৭/১৫ ২৬—বিষয়: প্ৰথমে উৎপন্ন হোৱা যৱৰ শস্যৰ ডাঙৰি কাটি পবিত্ৰ-স্থানলৈ কোনে লৈ আহিছিল? (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮৭

  • “অধিৱেশন—প্ৰেম দেখুৱাৰ সুযোগ”: (১৫ মি.) আলোচনা। “প্ৰেম কেতিয়াও লুপ্ত নহব”! আন্তঃৰাষ্ট্ৰীয় অধিৱেশন নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ঈশ্বৰৰ প্ৰেম অধ্যায় ১২ ¶৯-১৪

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৯৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক