ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৬
  • তেওঁ লোকসকলৰ লাভৰ বাবে নিজৰ অধিকাৰ ব্যৱহাৰ কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেওঁ লোকসকলৰ লাভৰ বাবে নিজৰ অধিকাৰ ব্যৱহাৰ কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ আনক সহায় কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাই নিজৰ অধীনত থকাসকলৰ লগত যিদৰে ব্যৱহাৰ কৰে, তাৰ পৰা শিকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • সঠিক ন্যায় কৰাৰ সিদ্ধান্ত
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

তেওঁ লোকসকলৰ লাভৰ বাবে নিজৰ অধিকাৰ ব্যৱহাৰ কৰিলে

মৰ্দখয়ক এজন ডাঙৰ অধিকাৰী পতা হʼল (ইষ্টে ৯:৪; it-২-E ৪৩২ ¶২)

তেওঁ যিহোৱাৰ মহিমাৰ বাবে এটা বছৰেকীয়া উৎসৱৰ আৰম্ভ কৰিলে (ইষ্টে ৯:২০-২২, ২৬-২৮; it-২-E ৭১৬ ¶৫)

তেওঁ ঈশ্বৰৰ লোকসকলৰ ভালৰ বাবে কাম কৰিলে (ইষ্টে ১০:৩)

এজন ডেকা প্ৰাচীনে এজনী বৃদ্ধ ভনীৰ লগত মিলি প্ৰচাৰ কৰি আছে। সেই সময়ত তেওঁ ভনীক সহায় কৰিবলৈ তেওঁক ধৰি খোজকাঢ়ি গৈ আছে।

আজি যিসকল লোকক যিহোৱাৰ সংগঠনত দায়িত্ব দিয়া হৈছে, তেওঁলোকে মৰ্দখয়ৰ দৰে হʼবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰে।—cl-HI ১০১-১০২ ¶১২-১৩.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক