ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জুলাই পৃষ্ঠা ৪
  • যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • সঠিক ন্যায় কৰাৰ সিদ্ধান্ত
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • লেবীয়াসকলৰ কাম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই কেনেধৰণৰ উপাসনা বিচাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আমাৰে ক্ষতি হয়
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জুলাই পৃষ্ঠা ৪
ছবি: ১. এজন ইস্ৰায়েলী মালিকে নিজৰ ইব্ৰী দাসক দাসত্বৰপৰা মুকলি কৰিছে। ২. এজন ব্যক্তিয়ে আনজন ব্যক্তিক মোহৰ মৰা নুৰা দিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে

যিসকলৰ অধিকাৰত কোনো ভাগ নাছিল আৰু যিসকল দুখীয়া আছিল, তেওঁলোকক ইস্ৰায়েল ৰাষ্ট্ৰই সহায় কৰিছিল (দ্বিতী ১৪:২৮, ২৯; it–২–E ১১১০ ¶৩)

যিসকল ইস্ৰায়েলীয়ে ধাৰ লৈছিল, তেওঁলোকৰ ধাৰ বিশ্ৰাম-বছৰত ক্ষমা কৰা হৈছিল (দ্বিতী ১৫:১-৩; it–২–E ৮৩৩)

যিসকল ইস্ৰায়েলীয়ে নিজকে দাসত্বত বেচি দিছিল, তেওঁলোকক সপ্তম বছৰত মুকলি কৰা হৈছিল আৰু মুকলি কৰাৰ সময়ত মালিকে তেওঁলোকক উপহাৰো দিছিল (দ্বিতী ১৫:১২-১৪; it–২–E ৯৭৮ ¶৬)

নিজকে সোধক, ‘দুখীয়া ভাই-ভনীসকলক মই কি কি উপায়েৰে সহায় কৰিব পাৰোঁ?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক