ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwbr25 মে’ পৃষ্ঠা ১-১৩
  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৫
  • উপশীৰ্ষক
  • মে’ ৫-১১
  • ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১৩
  • ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১৪
  • আমাৰ বাবে কি ভাল আৰু কি বেয়া, সেয়া কোৱাৰ যিহোৱাৰ অধিকাৰ আছে। তেওঁ ভাল বেয়াৰ মাজত পাৰ্থক্য কৰিবলৈ আমাক কিছুমান নিয়ম আৰু সিদ্ধান্ত দিছে। ইয়াৰ লগতে তেওঁ আমাক বিবেকো দিছে। (ৰোমীয়া ২:১৪, ১৫) যেতিয়া আমি যিহোৱাৰ নিয়ম আৰু সিদ্ধান্তবোৰ ভালদৰে জানিম আৰু যিকোনো পৰিস্থিতিত পালন কৰিবলৈ চেষ্টা কৰিম, তেতিয়া আমি নিজৰ বিবেকক ভালদৰে প্ৰশিক্ষণ দিয়াৰ দৰে হʼব। এই প্ৰশিক্ষণ পোৱা বিবেকে আমাক ভাল নিৰ্ণয় লʼবলৈ সহায় কৰিব।
  • ২. চিকিৎসা সম্বন্ধীয় কোনো নিৰ্ণয় লোৱাৰ আগতে মই এজনতকৈ বেছি চিকিৎসকৰ পৰামৰ্শ লওঁনে? যদি আপোনাৰ পৰিস্থিতি গুৰুতৰ হয়, তেনেহʼলে ‘মন্ত্ৰীৰ বাহুল্যতা’ অৰ্থাৎ বিভিন্নজনৰ পৰামৰ্শ লাভজনক হʼব।—হিতোপদেশ ১৫:২২.
  • শিক্ষা গ্ৰহণ কৰা আৰু নকৰাৰ পৰিণাম। দুষ্ট আৰু মুৰ্খ লোকসকলে যিহোৱাৰ শিক্ষা গ্ৰহণ নকৰে। (গীত ৫০:১৬, ১৭; হিতো ১:৭) ইয়াৰ ফলত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়, যেনে দৰিদ্ৰতা, বদনাম, বেমাৰ, ইয়াৰ উপৰিও কম বয়সত মৃত্যুও হʼব পাৰে। কেতিয়াবা কেতিয়াবা এই সমস্যাবোৰ তেওঁলোকৰ বাবে শাস্তিও হʼব পাৰে। ইস্ৰায়েলীসকলৰ লগতো এইদৰেই হৈছিল। যিহোৱাই ভৱিষ্যবক্তাসকলৰ যোগেদি শিক্ষা দিছিল, কিন্তু তেওঁলোকে সেয়া গ্ৰহণ নকৰিলে। সেইবাবে যিহোৱাই তেওঁলোকক সুৰক্ষা আৰু আশীৰ্বাদ দিবলৈ বন্ধ কৰি দিলে। অৱশেষত অন্য ৰাষ্ট্ৰৰ লোকসকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিদৰে ভৱিষ্যবাণী কৰা হৈছিল, তেওঁলোকক বন্ধী কৰি আন দেশলৈ লৈ যোৱা হʼল।—যিৰি ২:৩০; ৫:৩; ৭:২৮; ১৭:২৩; ৩২:৩৩; হোচে ৭:১২-১৬; ১০:১০; চফ ৩:২.
  • এজন ব্যক্তিয়ে নিজৰ চকুৰে যি ইছাৰা কৰে, তাৰ পৰা জানিব পাৰি যে তেওঁৰ মনত কি চলি আছে। (দ্বিতী ১৯:১৩; গীত ৩৫:১৯; হিতো ৬:১৩; ১৬:৩০) বাইবেলত লিখা আছে, মূৰ্খৰ চকু বিনা কাৰণত ইফালে-সিফালে ঘূৰি থাকে। তেওঁলোকৰ চকু কেতিয়াও থিৰে নাথাকে। ইয়াৰ পৰা বুজিব পাৰি যে তেওঁলোকে যি বিষয়ে চিন্তা কৰা উচিত, তাৰ বিষয়ে চিন্তা নকৰি অপ্ৰয়োজনীয় কথাৰ ওপৰত চিন্তা কৰে।—হিতো ১৭:২৪.
  • জুন ২৩-২৯
  • জুন ৩০–জুলাই ৬
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণন—২০২৫
mwbr25 মে’ পৃষ্ঠা ১-১৩

জীৱন আৰু পৰিচৰ্য্যা সভাৰ বাবে অধ্যয়ন পুস্তিকাৰ বৰ্ণনা

© 2025 Watch Tower Bible and Tract Society of Pennsylvania

মে’ ৫-১১

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১২

কঠিন পৰিশ্ৰম কৰিলে পুৰস্কাৰ পোৱা যায়

w১৬.০৬ ৩০-৩১ ¶৬

परमेश्‍वर का एक गुण हीरे से भी अनमोल

यहोवा के कुछ सेवकों के लिए शायद अपनी बुनियादी ज़रूरतें पूरी करना भी मुश्‍किल हो। लेकिन इसके लिए वे आसान, मगर बेईमानी का रास्ता नहीं चुनते। वे कड़ी मेहनत करते हैं। इस तरह वे दिखाते हैं कि उनके लिए ईमानदारी और परमेश्‍वर के दूसरे गुण सुख-सुविधा की चीज़ों से ज़्यादा अनमोल हैं।—नीति. 12:24; इफि. 4:28.

w১৫ ২/১ ৫ ¶৪-৬

अपनी मेहनत से खुशी कैसे पाएँ?

सबसे आखिर में जो सवाल है, उस पर सोचना बहुत ज़रूरी है क्योंकि हमें अपने काम से तभी संतुष्टि मिलेगी जब हम यह देख पाएँगे कि इससे दूसरे लोगों को कैसे फायदा होता है। यीशु ने कहा था, “लेने से ज़्यादा खुशी देने में है।” (प्रेषितों 20:35) ग्राहकों और हमारे मालिक को तो हमारे काम से सीधे-सीधे फायदा होता ही है, लेकिन और भी लोग हैं जिन्हें हमारी मेहनत से फायदा होता है। वे हैं, हमारे परिवार के सदस्य और कुछ ज़रूरतमंद लोग।

परिवार के सदस्य। जब परिवार का मुखिया अपने परिवार के सदस्यों की ज़रूरतें पूरी करने के लिए मेहनत करता है, तो इससे वह उन्हें कम-से-कम दो तरीकों से फायदा दे रहा होता है। एक, वह इस बात का खयाल रखता है कि जीने के लिए जो ज़रूरी चीज़ें हैं जैसे रोटी, कपड़ा और मकान, वे उन्हें मिलें। इस तरह वह परमेश्‍वर से मिली अपनी ज़िम्मेदारी पूरी करता है कि एक मुखिया को ‘अपनों की देखभाल करनी’ चाहिए। (1 तीमुथियुस 5:8) दूसरा, वह अपनी मिसाल से अपने घरवालों को सिखाता है कि कैसे कड़ी मेहनत करके रोटी कमाई जाती है। शेन कहता है, “मेरे पिता अच्छी तरह काम करने के मामले में एक अच्छी मिसाल हैं। वे एक ईमानदार इंसान हैं और उन्होंने अपनी ज़िंदगी के ज़्यादातर साल बढ़ई के तौर पर काम करने में लगाए। उनसे मैंने सीखा कि जब हम खुद अपने हाथ से काम करते हैं, तो हम ऐसी चीज़ें बना सकते हैं जो दूसरों के काम आती हैं।”

ज़रूरतमंद लोग। प्रेषित पौलुस ने मसीहियों को सलाह दी कि वे ‘कड़ी मेहनत करें, ताकि किसी ज़रूरतमंद को देने के लिए उनके पास कुछ हो।’ (इफिसियों 4:28) जब हम अपने और अपने परिवार की ज़रूरतों को पूरा करने के लिए कड़ी मेहनत करते हैं, तब हम ज़रूरतमंदों की भी मदद कर पाते हैं। (नीतिवचन 3:27) इस तरह मेहनत करने से हमें वह खुशी मिल सकती है, जो दूसरों को देने से मिलती है।

আধ্যাত্মিক ৰত্ন বিচাৰক

w২৪.০৯ ২৮ ¶১০

আনক দিলে বহুত আনন্দ পোৱা যায়

১০ এয়াও মনত ৰাখক যে আমাৰ কথাত বহুত শক্তি থাকে। সেইবাবে, চিন্তা কৰক আপুনি এনে ভাই বা ভনীৰ বিষয়ে জানে নে যাক উৎসাহৰ প্ৰয়োজন আছে? বা এনে ভাই বা ভনীক যাক শান্ত্বনাৰ প্ৰয়োজন আছে? যদি জানে, তেনেহʼলে নিজে আগবাঢ়ি গৈ তেওঁলোকৰ উৎসাহ বঢ়াওক। আপুনি তেওঁলোকক লগ কৰিবলৈ যাব পাৰে, ফোন কৰিব পাৰে বা কাৰ্ড, ইমেল বা মেছেজ পঠিৱাব পাৰে। আপুনি তেওঁলোকক কি কʼব, তাৰ বিষয়ে চিন্তা নকৰিব। আপুনি তেওঁলোকক ডাঙৰ ডাঙৰ কথা কোৱাৰ প্ৰয়োজন নাই। কিন্তু হৃদয়েৰে তেওঁলোকৰ লগত কথা পাতক। উৎসাহ বঢ়াবলৈ ইমানেই যথেষ্ট। আপোনাৰ কথা শুনি সেই ভাই বা ভনীয়ে হয়তো আৰু এদিন বিশ্বাসী হৈ থাকিব পাৰিব আৰু নিজৰ পৰিস্থিতিৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিব পাৰিব।—হিতো. ১২:২৫; ইফি. ৪:২৯.

মে’ ১২-১৮

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১৩

‘দুষ্টবোৰৰ চাকিত’ ভুল নাযাব

it-২ ১৯৬ ¶২-৩

दीपक, दीया

दूसरे लाक्षणिक मतलब: बाइबल में दीपक या दीए का मतलब कोई ऐसी बात भी हो सकती है, जिससे एक व्यक्‍ति का मार्गदर्शन होता है। इसलिए एक नीतिवचन में नेक जनों और दुष्टों के बीच फर्क बताते हुए लिखा है, “नेक जन की रौशनी तेज़ चमकती है, लेकिन दुष्टों का दीपक बुझ जाएगा।” (नीत 13:9) नेक जनों की रौशनी और भी तेज़ होती जाएगी। लेकिन दुष्ट चाहे कितने भी चमकें या कितने भी कामयाब नज़र आएँ, पर आखिरकार वे अंधेरे में गिर पड़ेंगे। वे जो गलत काम करते हैं, परमेश्‍वर उन्हें उनके अंजाम भुगतने देगा।

“दुष्टों का दीपक बुझ जाएगा,” इन शब्दों का यह भी मतलब है कि उनका कोई भविष्य नहीं है। इसलिए एक और नीतिवचन में लिखा है, “क्योंकि बुराई करनेवालों का कोई भविष्य नहीं, दुष्टों का दीपक बुझा दिया जाएगा।”—नीत 24:20.

w১২ ৭/১৫ ১২-১৩ ¶৩

आज़ादी दिलानेवाले परमेश्‍वर की सेवा कीजिए

৩ अगर शैतान दो सिद्ध इंसानों और कई स्वर्गदूतों को परमेश्‍वर की हुकूमत ठुकराने के लिए बहका सकता है, तो बेशक वह हमें भी बहका सकता है। वह आज भी वही हथकंडे अपनाता है जो उसने पहले अपनाए थे। वह इस सोच को बढ़ावा देता है कि परमेश्‍वर के नियम एक बोझ हैं। ये इतने सख्त हैं कि अगर हम इनके मुताबिक जीएँ तो ज़िंदगी में कोई मस्ती और मज़ा ही नहीं रहेगा। (1 यूह. 5:3) अगर हमारा उठना-बैठना अकसर ऐसे लोगों के साथ हो जो इस तरह की सोच रखते हैं, तो इसका हम पर बहुत बुरा असर पड़ सकता है। चौबीस साल की एक बहन, जो अनैतिकता में फँस गयी थी, बताती है: “मुझ पर बुरी सोहबत का बहुत असर पड़ा, क्योंकि मैं कुछ ऐसा नहीं करना चाहती थी जो मेरे साथियों को पसंद न हो।” शायद आपको भी इसी तरह के दबाव का सामना करना पड़ा हो।

w০৪ ৭/১৫ ৩১ ¶৬

“सब चतुर तो ज्ञान से काम करते हैं”

सच्चे ज्ञान के हिसाब से काम करनेवाले एक अक्लमंद और खरे इंसान को आशीष मिलेगी। सुलैमान हमें यकीन दिलाता है: “धर्मी पेट भर खाने पाता है, परन्तु दुष्ट भूखे ही रहते हैं।” (नीतिवचन 13:25) यहोवा जानता है कि ज़िंदगी के हर दायरे में हमारे लिए क्या अच्छा है, फिर चाहे वह परिवार हो, दूसरों के साथ हमारा रिश्‍ता हो, हमारी सेवा हो या फिर जब हमें ताड़ना मिल रही हो। और अगर हम बुद्धिमानी से उसके वचन की सलाह पर चलें, तो बेशक हमारी ज़िंदगी सबसे बेहतरीन होगी।

আধ্যাত্মিক ৰত্ন বিচাৰক

w২১.০২ ৫ ¶১৩

‘খ্ৰীষ্ট প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ’

১৩ আমি কি শিকিব পাৰোঁ? পৰিয়ালৰ মূৰব্বীয়ে সকলো কাম প্ৰেমৰ বাবে কৰা উচিত। এইদৰে কৰাটো কিয় প্ৰয়োজন? পাঁচনি যোহনে এইদৰে কৈছে, “যি ভাইক [বা পৰিয়ালক] তেওঁ দেখিলে, তেওঁক যদি প্ৰেম নকৰে, তেন্তে যি জনাক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।” (১ যোহ. ৪:১১, ২০) যিজন ব্যক্তিয়ে নিজৰ পৰিয়ালক প্ৰেম কৰে আৰু তেওঁ যিহোৱা আৰু যীচুৰ দৰে হʼব বিচাৰে, তেনেহʼলে তেওঁ নিজৰ সকলো প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিব। তেওঁ নিজৰ পৰিয়ালৰ আধ্যাত্মিক, মানসিক আৰু ভৌতিক প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব। (১ তীম. ৫:৮) তেওঁ নিজৰ সন্তানক শিকাব আৰু প্ৰয়োজন হʼলে শুধৰণিও কৰিব। তেওঁৰ নিৰ্ণয়ৰ পৰা যাতে যিহোৱাৰ মহিমা হয় আৰু পৰিয়ালৰ লাভ হয়, তাৰ প্ৰতিও তেওঁ ধ্যান দিয়ে। আহক এতিয়া আমি প্ৰতিটো বিষয়ৰ ওপৰত আলোচনা কৰোঁ। পৰিয়ালৰ মূৰব্বীয়ে যিহোৱা আৰু যীচুক কেনেকৈ অনুকৰণ কৰিব পাৰে, তাৰ বিষয়েও শিকিম।

মে’ ১৯-২৫

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১৪

দুৰ্যোগৰ সময়ত ভাবি-চিন্তি পদক্ষেপ লওক

w২৩.০২ ২২-২৩ ¶১০-১২

জীৱন ঈশ্বৰে দিয়া উপহাৰ, ইয়াৰ প্ৰতি কৃতজ্ঞ হওক

১০ কিছুমান দুৰ্যোগ আমি ৰখাব নোৱাৰোঁ। যেনে, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আৰু প্ৰতিবাদ। কিন্তু যেতিয়া এনেধৰণৰ দুৰ্যোগ হয়, তেতিয়া আমি নিজকে সুৰক্ষিত ৰাখিবৰ কাৰণে বহুতো কাম কৰিব পাৰোঁ। যেনে, আমি যি এলেকাত থাকোঁ, যদি তাত কাৰ্ফিউ লগোৱা হয় বা নিষেধ কৰা হয় বা সেই ঠাই আমাক খালি কৰিবলৈ কোৱা হয়, তেতিয়া হʼলে আমি সেই পৰামৰ্শ পালন কৰিম। (ৰোম. ১৩:১, ৫-৭) কিছুমান দুৰ্যোগৰ বিষয়ে আগতীয়াকৈ আমি গʼম পাব পাৰোঁ, সেই সময়ত অধিকাৰীসকলে আমাক যি নিৰ্দেশনা দিয়ে, তাক মানি দুৰ্যোগৰ সন্মুখীন হʼবৰ কাৰণে আগতীয়াকৈ তৈয়াৰী কৰিব পাৰোঁ। যেনে, আমাৰ ওচৰত প্ৰচুৰ মাত্ৰাত পানী, সোনকালে বেয়া নোহোৱা খোৱা বস্তু আৰু প্ৰয়োজনীয় দৰৱ থকাৰ প্ৰতিও আমি ধ্যান দিব পাৰোঁ।

১১ আমি যʼত থাকোঁ, তাত যদি কিবা বেমাৰ বিয়পে, যি সহজে এজনে-আনজনলৈ বিয়পি যায়। তেতিয়া আমি কি কৰিব পাৰোঁ? এনে সময়ছোৱাত অধিকাৰীসকলৰ নিৰ্দেশনা মানি চলা উচিত। যেনে, হাত ধুবলৈ, উচিত দূৰত্ব বজাই ৰাখিবলৈ, মাস্ক পিন্ধিবলৈ আৰু যদি বেমাৰৰ কিবা লক্ষণ দেখা দিয়ে, তেতিয়া হʼলে আনৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ হয়তো আমাক কোৱা হয়। যেতিয়া আমি এইদৰে সাৱধান হওঁ, তেতিয়া আমি ঈশ্বৰে দিয়া আমাৰ এই জীৱনৰ প্ৰতি কৃতজ্ঞতা দেখুৱাওঁ।

১২ এনে পৰিস্থিতিত আমাৰ বন্ধু বা আমাৰ ওচৰ-চুবুৰীয়াৰ পৰা বা নিউজত এনে কথা শুনিবলৈ পাওঁ, যি সঁচা নহয়। লোকসকলৰ সকলো কথা বিশ্বাস কৰাৰ পৰিৱৰ্তে আমি চৰকাৰী অধিকাৰী আৰু ডাক্তৰৰ ফালৰ পৰা অহা ভৰসাযোগ্য কথাৰ ওপৰত ধ্যান দিয়া উচিত। (হিতোপদেশ ১৪:১৫ পঢ়ক।) প্ৰশাসন গোষ্ঠী আৰু শাখা কাৰ্য্যালয়ৰ ভাইসকলে সঠিক কথা জানিবলৈ বহুতো পৰিশ্ৰম কৰে আৰু ইয়াৰ পাছতহে সভা আৰু প্ৰচাৰৰ বাবে কিবা নিৰ্দেশনা দিয়ে। (ইব্ৰী ১৩:১৭) এই নিৰ্দেশনাবোৰ মানিলে আমিও আৰু আন লোকসকলে সুৰক্ষিত থাকে আৰু এয়া দেখি আমাৰ এলেকাত থকা লোকসকলে হয়তো যিহোৱাৰ সাক্ষীসকলক আৰু সন্মান কৰিব।—১ পিত. ২:১২.

w২৪.০৭ ০৫ ¶১১

চাদোকৰ দৰে সাহসী হওক!

১১ কোনো এটা বিপদজনক পৰিস্থিতিত ভাই-ভনীসকলক সহায় কৰাৰ সময়ত আমি কেনেকৈ চাদোকৰ দৰে সাহসী হʼব পাৰোঁ? (১) পৰামৰ্শ পালন কৰক। এনে পৰিস্থিতিত আমাৰ মাজত একতা বজাই ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেইবাবে, শাখা কাৰ্য্যালয়ৰ পৰা আমি যি পৰামৰ্শ পাওঁ, সেয়া পালন কৰক। (ইব্ৰী ১৩:১৭) দুৰ্যোগ অহাৰ সময়ত আমি কি কৰিব লাগে, এই বিষয়ে সংগঠনে আগৰে পৰা পৰামৰ্শ দিয়ে আৰু প্ৰতিটো মণ্ডলীয়ে সেয়া পালন কৰে। প্ৰাচীনসকলে মাজে সময়ে সেই ব্যৱস্থা আৰু পৰামৰ্শৰ ওপৰত ধ্যান দি থকা উচিত। (১ কৰি. ১৪:৩৩, ৪০) (২) সাহসেৰে কাম কৰক আৰু সতৰ্ক হৈ থাকক। (হিতো. ২২:৩) কিবা কৰাৰ আগতে চিন্তা কৰক আৰু বিপদ আঁকোৱালি নলʼব। (৩) যিহোৱাৰ ওপৰত ভৰসা ৰাখক। মনত ৰাখক যে যিহোৱাই আপোনাৰ আৰু ভাই-ভনীসকলৰ বাবে বহুত চিন্তা কৰে। তেওঁলোকক ৰক্ষা কৰিবলৈ যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব।

আধ্যাত্মিক ৰত্ন বিচাৰক

lff পাঠ ৩৫ ভাগ ২

ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰি?

২. নিৰ্ণয় লোৱাৰ আগতে আমি কি কি কথাৰ ওপৰত ধ্যান দিব পাৰোঁ?

কিছুমান বিষয়ত বেলেগ বেলেগ নিৰ্ণয় লʼব পাৰি। এনে পৰিস্থিতিত আমি কি কৰা উচিত? বাইবেলত লিখা আছে, “বুদ্ধিমান লোকে নিজ ভৰিৰ খোজ বিবেচনা কৰে।” (হিতোপদেশ ১৪:১৫) ইয়াৰ অৰ্থ হৈছে কোনো এটা নিৰ্ণয় লোৱাৰ আগতে আমি সেই বিষয়ে ভালদৰে চিন্তা কৰা উচিত। আমি নিজকে সুধিব পাৰোঁ, ‘বাইবেলৰ কোনটো সিদ্ধান্তই মোক সহায় কৰিব পাৰে? কি নিৰ্ণয় লʼলে পাছত মই দুখ নকৰিম? আটাইতকৈ গুৰুত্বপূৰ্ণ, এই নিৰ্ণয়ে যিহোৱাক আনন্দিত কৰিবনে?’—দ্বিতীয় বিবৰণ ৩২:২৯.

আমাৰ বাবে কি ভাল আৰু কি বেয়া, সেয়া কোৱাৰ যিহোৱাৰ অধিকাৰ আছে। তেওঁ ভাল বেয়াৰ মাজত পাৰ্থক্য কৰিবলৈ আমাক কিছুমান নিয়ম আৰু সিদ্ধান্ত দিছে। ইয়াৰ লগতে তেওঁ আমাক বিবেকো দিছে। (ৰোমীয়া ২:১৪, ১৫) যেতিয়া আমি যিহোৱাৰ নিয়ম আৰু সিদ্ধান্তবোৰ ভালদৰে জানিম আৰু যিকোনো পৰিস্থিতিত পালন কৰিবলৈ চেষ্টা কৰিম, তেতিয়া আমি নিজৰ বিবেকক ভালদৰে প্ৰশিক্ষণ দিয়াৰ দৰে হʼব। এই প্ৰশিক্ষণ পোৱা বিবেকে আমাক ভাল নিৰ্ণয় লʼবলৈ সহায় কৰিব।

মে’ ২৬–জুন ১

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১৫

আনৰ লগত আনন্দ উপভোগ কৰক

w১০ ১১/১৫ ৩১ ¶১৬

हम खराई से चलते रहेंगे!

16 अय्यूब मेहमान-नवाज़ था। (अय्यू. 31:31, 32) हो सकता है कि हम अमीर न हों, लेकिन फिर भी हम “मेहमान-नवाज़ी” दिखा सकते हैं। (रोमि. 12:13) हम भाई-बहनों को बुलाकर सादा-सा खाना भी खिला सकते हैं, याद रखिए कि “प्रेम वाले घर में सागपात का भोजन, बैर वाले घर में पले हुए बैल का मांस खाने से उत्तम है।” (नीति. 15:17) खराई रखनेवाले भाई-बहनों के साथ एक प्यार भरे माहौल में सादा खाना भी ज़ायकेदार बन जाएगा और उनकी संगति से हमें आध्यात्मिक रूप से फायदा भी होगा।

w১৮.০৪ ২৩-২৪ ¶১৬-১৮

एक-दूसरे की हिम्मत बँधाओ और “यह और भी ज़्यादा किया करो”

16 हो सकता है, आपके लिए दूसरों को यह बताना मुश्‍किल हो कि आप उनके बारे में कैसा महसूस करते हैं। क्या इसका मतलब है कि आप उनका हौसला नहीं बढ़ा सकते? ऐसी बात नहीं। देखा जाए तो हौसला बढ़ाना इतना मुश्‍किल काम नहीं। एक मीठी-सी मुस्कान ही काम कर जाती है। लेकिन अगर कोई भाई या बहन आपकी मुस्कान देखकर नहीं मुस्कुराता, तो शायद वह किसी बात को लेकर परेशान हो। ऐसे में उसकी बात सुनने से उसे काफी राहत मिल सकती है।—याकू. 1:19.

17 हेनरी नाम के एक जवान भाई की मिसाल लीजिए। वह बहुत दुखी था क्योंकि उसके परिवार के कई लोगों ने यहोवा को छोड़ दिया। उनमें से एक उसके पिता थे जो मंडली में प्राचीन थे। सर्किट निगरान ने गौर किया कि हेनरी उदास है इसलिए वह उसे कॉफी पिलाने ले गया। हेनरी जब अपनी दिल की बात बता रहा था, तो भाई ने ध्यान से उसकी सुनी। भाई से बात करने के बाद हेनरी को एहसास हुआ कि अगर वह चाहता है कि उसका परिवार सच्चाई में लौट आए, तो खुद उसे यहोवा का वफादार रहना होगा। इसके अलावा, उसे बाइबल के इन वचनों से भी दिलासा मिला जैसे भजन 46, सपन्याह 3:17 और मरकुस 10:29, 30.

18 मारथा और हेनरी की मिसालों से हम क्या सीखते हैं? यही कि हम सब ज़रूरत की घड़ी में अपने भाई-बहनों का हौसला बढ़ा सकते हैं और उन्हें दिलासा दे सकते हैं। राजा सुलैमान ने लिखा, “सही वक्‍त पर कही गयी बात क्या खूब होती है!” उसने यह भी कहा कि एक अच्छी मुस्कान से “दिल झूम उठता है और अच्छी खबर हड्डियों में जान फूँक देती है।” (नीति. 15:23, 30) क्या आप किसी को जानते हैं जो निराश या दुखी है? आप उसे प्रहरीदुर्ग से या हमारी वेबसाइट से कोई लेख पढ़कर सुना सकते हैं। इसके अलावा, पौलुस ने कहा कि राज-गीत गाने से हमें हिम्मत मिल सकती है। उसने लिखा, “भजन गाकर, परमेश्‍वर का गुणगान करके और एहसान-भरे दिल से उपासना के गीत गाकर एक-दूसरे को सिखाते रहो और एक-दूसरे की हिम्मत बँधाते रहो और अपने दिलों में यहोवा के लिए गीत गाते रहो।”—कुलु. 3:16; प्रेषि. 16:25.

আধ্যাত্মিক ৰত্ন বিচাৰক

ijwbq প্ৰশ্ন ৩৯ ¶৩

এজন সত্য খ্ৰীষ্টানে চিকিৎসালয়ৰ চিকিৎসা গ্ৰহণ কৰিব পাৰেনে?

২. চিকিৎসা সম্বন্ধীয় কোনো নিৰ্ণয় লোৱাৰ আগতে মই এজনতকৈ বেছি চিকিৎসকৰ পৰামৰ্শ লওঁনে? যদি আপোনাৰ পৰিস্থিতি গুৰুতৰ হয়, তেনেহʼলে ‘মন্ত্ৰীৰ বাহুল্যতা’ অৰ্থাৎ বিভিন্নজনৰ পৰামৰ্শ লাভজনক হʼব।—হিতোপদেশ ১৫:২২.

জুন ২-৮

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১৬

সঠিক নিৰ্ণয় লʼবলৈ তিনিটা প্ৰশ্ন

w১৪ ১/১৫ ১৯-২০ ¶১১-১২

जवानी में बुद्धिमानी से फैसले लीजिए

11 यहोवा की सेवा करने से ही हमें सबसे ज़्यादा खुशी मिल सकती है। (नीति. 16:20) लेकिन ऐसा लगता है कि यिर्मयाह का सहायकबारूक यह बात भूल गया था। उसकी ज़िंदगी में एक वक्‍त ऐसा आयाजब उसे यहोवा की सेवा से खुशी नहीं मिल रही थी। इस पर यहोवा ने उससे कहा: “क्या तू अपने लिये बड़ाई खोज रहा हैउसे मत खोजक्योंकि .मैं सारे मनुष्यों पर विपत्ति डालूंगापरन्तु जहां कहीं तू जाएगा वहां मैं तेरा प्राण बचाकर तुझे जीवित रखूंगा।” (यिर्म. 45:35) आपको क्या लगता हैबारूक को किस बात से ज़्यादा खुशी मिलतीअपनी मरज़ी पूरी करके पछताकर या यहोवा की मरज़ी पूरी करके यरूशलेम के नाश से बचकरयाकू. 1:12.

12 रामीरो नाम के एक भाई को दूसरों की सेवा करने से खुशी मिली। वह बताता है: “मैं एक गरीब परिवार से हूँजो एंडीज़ पर्वतमाला में बसे एक गाँव में रहता है। इसलिए जब मेरे बड़े भाई ने यूनिवर्सिटी की पढ़ाई के लिए मेरा खर्च उठाने की पेशकश रखीतो यह मेरे लिए आगे बढ़ने का अच्छा मौका था। लेकिन हाल ही में मैं बपतिस्मा लेकर यहोवा का साक्षी बना था और इसके बाद मुझे एक और न्यौता मिला था। एक पायनियर ने मुझे न्यौता दिया था कि मैं एक छोटे कसबे में जाकर उसके साथ प्रचार करूँ। मैं वहाँ गयावहाँ मैंने बाल काटना सीखा और अपना गुज़ारा चलाने के लिए नाई की दुकान खोल ली। जब हमने लोगों के आगे बाइबल सिखाने की पेशकश रखीतो कई लोगों ने इसे कबूल किया। कुछ समय बादमैं हाल ही में शुरू हुई एक मंडली के साथ जुड़ गयाजिसमें वहाँ बोली जानेवाली एक भाषा में सभाएँ चलायी जाती थीं। आज मुझे पूरे समय की सेवा करते हुए दस साल हो गए हैं। यहाँ दूसरों को उनकी मातृभाषा में सच्चाई सिखाने से मुझे जो खुशी मिल रही हैवह और किसी भी पेशे से नहीं मिल सकती।”

w১৩ ৯/১৫ ১৭ ¶১-৩

क्या आपकी कायापलट हुई है?

हम सभी पर अपनी परवरिश और हमारे आस-पास के माहौल का ज़बरदस्त असर होता है। इसलिए हमें खास किस्म का खान-पान पसंद होता हैहम फलाँ तरीके से पेश आते हैंया फलाँ तरह का पहनावा पसंद करते हैं।

2 लेकिन हमारे माहौल का कुछ दूसरी चीज़ों पर भी असर होता हैजो हमारे खाने-पहनने से कहीं ज़्यादा अहमियत रखती हैं। उदाहरण के लिएहम जैसे-जैसे बड़े होते हैंहमें सिखाया जाता है कि क्या सही है और क्या गलत। मगर सही और गलत के बारे में हरेक की अपनी राय होती है। दूसरों के अलावाकभी-कभी हमारे अंदर की आवाज़यानी हमारा ज़मीर भी हमसे कहता है कि क्या सही है और क्या गलत। बाइबल कहती है कि अकसर “राष्ट्रों के लोगजिनके पास परमेश्‍वर का कानून नहीं हैवे .अपने आप इस कानून के मुताबिक चलते हैं।” (रोमि. 2:14) तो क्या इसका यह मतलब है कि अगर किसी मामले में परमेश्‍वर की तरफ से दिया कोई कानून नहीं हैतो हम आँख मूँदकर उन स्तरों के मुताबिक फैसले ले सकते हैंजिन्हें हमारे परिवारवाले या इलाके के लोग मानते हैं

3 मसीही ऐसा नहीं करते। क्यों इसकी कम-से-कम दो खास वजहें हैं। पहली वजहबाइबल हमें याद दिलाती है: “ऐसा भी मार्ग हैजो मनुष्य को सीधा देख पड़ता हैपरन्तु उसके अन्त में मृत्यु ही मिलती है।” (नीति. 16:25) असिद्ध होने की वजह से हम इंसान अपने कदमों को सही राह नहीं दिखा पाते। (नीति. 28:26; यिर्म. 10:23) और दूसरी वजहबाइबल कहती है कि दुनिया के तौर-तरीकों और स्तरों के पीछे किसी और का नहींइस दुनिया की व्यवस्था के ईश्‍वर” शैतान का हाथ है। (2कुरिं. 4:4; 1 यूह. 5:19) इसलिए अगर हम यहोवा से आशीषें और उसकी मंज़ूरी पाना चाहते हैंतो ज़रूरी है कि हम रोमियों 12:2 में दी सलाह मानें।—पढ़िए।

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৬২৯

শিক্ষা

শিক্ষা গ্ৰহণ কৰা আৰু নকৰাৰ পৰিণাম। দুষ্ট আৰু মুৰ্খ লোকসকলে যিহোৱাৰ শিক্ষা গ্ৰহণ নকৰে। (গীত ৫০:১৬, ১৭; হিতো ১:৭) ইয়াৰ ফলত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়, যেনে দৰিদ্ৰতা, বদনাম, বেমাৰ, ইয়াৰ উপৰিও কম বয়সত মৃত্যুও হʼব পাৰে। কেতিয়াবা কেতিয়াবা এই সমস্যাবোৰ তেওঁলোকৰ বাবে শাস্তিও হʼব পাৰে। ইস্ৰায়েলীসকলৰ লগতো এইদৰেই হৈছিল। যিহোৱাই ভৱিষ্যবক্তাসকলৰ যোগেদি শিক্ষা দিছিল, কিন্তু তেওঁলোকে সেয়া গ্ৰহণ নকৰিলে। সেইবাবে যিহোৱাই তেওঁলোকক সুৰক্ষা আৰু আশীৰ্বাদ দিবলৈ বন্ধ কৰি দিলে। অৱশেষত অন্য ৰাষ্ট্ৰৰ লোকসকলে তেওঁলোকক পৰাজয় কৰিলে আৰু যিদৰে ভৱিষ্যবাণী কৰা হৈছিল, তেওঁলোকক বন্ধী কৰি আন দেশলৈ লৈ যোৱা হʼল।—যিৰি ২:৩০; ৫:৩; ৭:২৮; ১৭:২৩; ৩২:৩৩; হোচে ৭:১২-১৬; ১০:১০; চফ ৩:২.

জুন ৯-১৫

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১৭

পতি-পত্নীসকল, নিজৰ ঘৰত শান্তি বজাই ৰাখিবলৈ পৰিশ্ৰম কৰক

g ১০/১৪ ৯ ¶২

नाराज़गी कैसे दूर करें

ईमानदारी से खुद की जाँच कीजिए। बाइबल इस बात को मानती है कि कुछ लोग ‘क्रोध करनेवाले’ और कुछ ‘अत्यन्त क्रोध करनेवाले’ होते हैं। (नीतिवचन 29:22) क्या आपका स्वभाव भी कुछ ऐसा है? अगर हाँ, तो खुद से पूछिए: ‘क्या मैं अकसर कड़वाहट पालता हूँ? मुझे कितनी जल्दी गुस्सा आता है? क्या मैं बात-बात पर राई का पहाड़ बना देता हूँ?’ बाइबल कहती है, “जो [व्यक्‍ति] बात की चर्चा बार बार करता है, वह परम मित्रों में भी फूट करा देता है।” (नीतिवचन 17:9; सभोपदेशक 7:9) यही सिद्धांत शादीशुदा ज़िंदगी में भी लागू होता है। इसलिए नाराज़गी पालना अगर आपकी आदत है, तो खुद से पूछिए, ‘क्या मैं अपने जीवन-साथी के साथ थोड़ा और सब्र से पेश आ सकता हूँ?’—बाइबल सिद्धांत: 1 पतरस 4:8.

w০৮ ৭/১ ১০ ¶৬-১১ ¶১

समस्याओं को सुलझाना

1. मसले पर बात करने के लिए एक समय तय कीजिए। “हर एक बात का . . . एक समय है। . . . चुप रहने का समय, और बोलने का भी समय है।” (सभोपदेशक 3:1, 7) जैसा कि हमने इस लेख की शुरूआत में देखा, कुछ समस्याएँ ऐसी होती हैं, जिनमें पति-पत्नी के लिए अपनी भावनाओं को काबू में रखना मुश्‍किल होता है। अगर आपके साथ भी ऐसा होता है, तो खुद पर संयम रखिए और इससे पहले कि आप या आपका साथी भड़क उठे, कुछ वक्‍त के लिए ‘चुप रहिए।’ यानी उस समस्या के बारे में बात मत कीजिए। बाइबल सलाह देती है: “झगड़े का आरम्भ बान्ध के छेद के समान है, झगड़ा बढ़ने से पहिले उसको छोड़ देना उचित है।” इस सलाह को मानने से आप अपने रिश्‍ते को बिगड़ने से बचा सकते हैं।—नीतिवचन 17:14.

लेकिन “बोलने का भी समय” होता है। समस्याएँ जंगली घास की तरह होती हैं, जिन्हें अगर यूँ ही छोड़ दिया जाए तो वे बहुत जल्द बढ़ जाती हैं। इसलिए यह सोचकर किसी समस्या को अनदेखा मत कीजिए कि वह अपने-आप ही सुलझ जाएगी। अगर किसी मसले पर हो रही चर्चा को आप बीच में ही रोक देते हैं, तो तय कीजिए कि आप फिर कब उस समस्या पर चर्चा करेंगे। ऐसा करके आप अपने साथी के लिए आदर दिखा रहे होंगे। इतना ही नहीं, इससे आप दोनों बाइबल की इस सलाह को मान पाएँगे: “सूर्य अस्त होने तक तुम्हारा क्रोध न रहे।” (इफिसियों 4:26) लेकिन ध्यान रहे कि आप इस समस्या पर बाद में ज़रूर बात करें।

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৭৯০ ¶২

চকু

এজন ব্যক্তিয়ে নিজৰ চকুৰে যি ইছাৰা কৰে, তাৰ পৰা জানিব পাৰি যে তেওঁৰ মনত কি চলি আছে। (দ্বিতী ১৯:১৩; গীত ৩৫:১৯; হিতো ৬:১৩; ১৬:৩০) বাইবেলত লিখা আছে, মূৰ্খৰ চকু বিনা কাৰণত ইফালে-সিফালে ঘূৰি থাকে। তেওঁলোকৰ চকু কেতিয়াও থিৰে নাথাকে। ইয়াৰ পৰা বুজিব পাৰি যে তেওঁলোকে যি বিষয়ে চিন্তা কৰা উচিত, তাৰ বিষয়ে চিন্তা নকৰি অপ্ৰয়োজনীয় কথাৰ ওপৰত চিন্তা কৰে।—হিতো ১৭:২৪.

জুন ১৬-২২

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১৮

যি ভাই-ভনীসকলৰ স্বাস্থ্য ভাল নহয়, তেওঁলোকক উৎসাহিত কৰক

w২২.১০ ২২ ¶১৭

প্ৰকৃত বুদ্ধিয়ে ৰিঙিয়াই আছে

১৭ ভাবি-চিন্তি কথা কওক। যদি আমি চিন্তা নকৰাকৈ কথা কওঁ, তেনেহʼলে ইয়াৰ যোগেদি বহুত হানি হʼব পাৰে। বাইবেলত এইদৰে লিখা আছে, “কোনো কোনোৱে অবিবেচনাৰূপে অস্ত্ৰাঘাতস্বৰূপ কথা কয়; কিন্তু জ্ঞানৱানবিলাকৰ জিবা সুস্থজনক।” (হিতো. ১২:১৮) যদি আমি আনৰ ভুলবোৰ কৈ ফুৰোঁ, তেনেহʼলে ইয়াৰ যোগেদি হয়তো আমাৰ মাজত থকা সম্বন্ধ বেয়া হʼব পাৰে। (হিতো. ২০:১৯) এইদৰে কৰাৰ পৰিৱৰ্তে আমি নিজৰ কথাবোৰ মলমৰ দৰে ব্যৱহাৰ কৰা উচিত, যাৰ যোগেদি লোকসকলে উৎসাহিত হʼব পাৰে। প্ৰতিদিনে বাইবেল পঢ়িলে আৰু ভাল কথাবোৰ চিন্তা কৰিলেহে আমি এইদৰে কৰিব পাৰিম। (লূক ৬:৪৫) যদি আমি বাইবেলত লিখা কথাবোৰ ধ্যান কৰিম, তেনেহʼলে আমি সদায় বুদ্ধিৰে ভৰা কথা কʼব পাৰিম আৰু লোকসকলক নদীৰ পানীৰ নিচিনা সতেজ কৰিব পাৰিম।—হিতো. ১৮:৪.

mrt লেখ ১৯ বক্স

अचानक बीमार पड़ने पर क्या करें?

ध्यान से सुनिए: अपने किसी दोस्त की मदद करने का एक अच्छा तरीका है, जब उसका बात करने का मन करे तो ध्यान से उसकी सुनना। ज़रूरी नहीं कि आप उसकी कही हर बात का जवाब दें। अकसर उसकी सुनना ही काफी होता है। खुले विचार से उसकी सुनिए और उसके बारे में कोई गलत राय कायम मत कीजिए। यह मत मान बैठिए कि आपको पता है कि आपके दोस्त पर क्या बीत रही है, खासकर अगर उसकी बीमारी के लक्षण साफ नज़र नहीं आते।—नीतिवचन 11:2.

अच्छी बात कहिए: शायद आपको समझ ना आए कि आप क्या बोलें, फिर भी अगर आप चंद शब्द कहकर अपने दोस्त के हालात समझने की कोशिश करें तो इससे उसे काफी दिलासा मिल सकता है। या फिर आप दिल से कुछ ऐसा कह सकते हैं, “मैं बस इतना कहना चाहता हूँ कि मुझे आपकी परवाह है।” ऐसा कुछ मत कहिए जैसे, “इससे भी खराब हो सकता था” या “शुक्र है, कम-से-कम आपको . . . तो नहीं है।”

अपने दोस्त की बीमारी के बारे में जानने की कोशिश कीजिए। उसे यह जानकर बहुत अच्छा लगेगा। और इससे आपको सही बात कहना भी आएगा। नीतिवचन 18:13 सिर्फ इस बात का ध्यान रखिएगा कि आप उसे सलाह तभी दें जब वह माँगे।

मदद कीजिए: यह मत सोचिए कि आपको पता है कि अपने दोस्त की कैसे मदद करनी है। इसके बजाय उससे पूछिए कि आप उसके लिए क्या कर सकते हैं। याद रखिए कि शायद वह मदद लेने से मना कर दे क्योंकि वह किसी पर बोझ नहीं बनना चाहता। ऐसे में आप सीधे-सीधे उससे पूछ सकते हैं कि क्या वह चाहता है कि आप उसके लिए खरीददारी करें, साफ-सफाई में उसकी मदद करें या कुछ और काम करें।—गलातियों 6:2.

हार मत मानिए: कभी-कभी हो सकता है कि आपके दोस्त ने आपके साथ मिलकर कुछ करने की सोची हो पर फिर वह मना कर देता है। या फिर शायद उसका आपसे बात करने का मन ना करे। याद रखिए कि वह बीमारी से जूझ रहा है और इस तरह पेश आना आम है। इसलिए सब्र रखिए और उसकी मदद करते रहिए।—नीतिवचन 18:24.

wp২৩.১ ১৪ ¶৩-১৫ ¶১

मदद का हाथ

“अपनी बातों से तसल्ली दो।”—1 थिस्सलुनीकियों 5:14.

आपका दोस्त शायद बहुत चिंता में हो या खुद को बेकार समझे। ऐसे में आप उसे यकीन दिला सकते हैं कि आपको उसकी परवाह है। आपको शायद समझ न आए कि आप उसे ठीक-ठीक क्या बोलें, फिर भी आप उसे दिलासा देने और उसका हौसला बढ़ाने की कोशिश कर सकते हैं।

“सच्चा दोस्त हर समय प्यार करता है।”—नीतिवचन 17:17.

अलग-अलग तरीकों से मदद कीजिए। खुद-ब-खुद सोचने के बजाय कि आप उसकी कैसे मदद करेंगे, उससे पूछिए कि उसे क्या मदद चाहिए। लेकिन अगर वह आपको बताने से हिचकिचाए, तो फिर आप साथ मिलकर कुछ करने के लिए कह सकते हैं, जैसे आप सैर पर जा सकते हैं। या फिर आप उससे पूछ सकते हैं कि क्या उसे खरीदारी करने, घर की साफ-सफाई करने या दूसरे किसी काम में मदद चाहिए।—गलातियों 6:2.

“सब्र से पेश आओ।”—1 थिस्सलुनीकियों 5:14.

कई बार शायद आपके दोस्त का बात करने का मन न हो। तब आप उससे कह सकते हैं कि जब भी उसका बात करने का मन करे, वह आपको बुला सकता है और आप उसकी सुनेंगे। यह भी हो सकता है कि मानसिक बीमारी की वजह से आपका दोस्त कुछ ऐसा कह दे या कर दे जिससे आपको ठेस पहुँचे। जैसे, आप दोनों को कहीं जाना था या कुछ करना था मगर ऐन मौके पर वह आपको मना कर देता है। या फिर अचानक वह बात-बात पर चिढ़ने लगता है। ऐसे में सब्र रखिए और उसे समझने की कोशिश कीजिए।—नीतिवचन 18:24.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-২ ২৭১-২৭২

চিঠি খেলা

প্ৰাচীন সময়ত যিকোনো নিৰ্ণয় লʼবলৈ চিঠি খেলা হৈছিল। এই চিঠিবোৰ শিলৰ সৰু সৰু টুকুৰা বা কাঠৰ টুকুৰা আছিল। এইবোৰক কাপোৰৰ মোনা বা বৰ্তনত থৈ জোকৰা হৈছিল। যাৰ নাম লিখা শিল বা কাঠৰ টুকুৰা উলাইছিল বা উলোৱা হৈছিল, তেওঁকে বাচনি কৰা হৈছিল। বহু বাৰ চিঠি খেলাৰ অৰ্থ যিহোৱালৈ প্ৰাৰ্থনা কৰা বা তেওঁৰ ইচ্ছা জনাও বুজাইছিল। (যিহো ১৫:১; গীত ১৬:৫; যিচ ৫৭:৬; যিৰি ১৩:২৫) প্ৰাচীন সময়ত বেছিভাগ কাজিয়াৰ সমাধান কৰিবলৈ চিঠি খেলা হৈছিল।—হিতো ১৮:১৮.

জুন ২৩-২৯

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ১৯

ভাই-ভনীসকলৰ ভাল বন্ধু হওক

w২৩.১১ ১২ ¶১৬-১৭

আমি এজনে-আনজনৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াই থাকিব পাৰোঁ?

১৬ ভাই-ভনীসকলৰ দুৰ্বলতাবোৰলৈ নহয় ভাল গুণবোৰলৈ ধ্যান দিয়ক। অলপ সময় এই বিষয়ে চিন্তা কৰক। কিছুমান ভাই-ভনী একগোট হৈছে আৰু আপুনিও তেওঁলোকৰ লগত আছে। আপোনালোকে সকলোৱে মিলি বহুত আনন্দ-ফুৰ্তি কৰিছে। সকলোৱে যোৱাৰ আগতে আপুনি তেওঁলোকৰ লগত ফটো তুলিছে। আপুনি বহু কেইখন ফটো তুলিছে যাতে যদি এখন বেয়া হৈ যায়, তেনেহʼলে আপোনাৰ ওচৰত আৰু ভাল ফটো থাকিব পাৰে। পাছত আপুনি সেই ফটোবোৰ চাইছে আৰু মন কৰিছে যে এখন ফটোত এজন ভাইৰ চেহেৰা দেখিবলৈ ভাল লগা নাই। তেতিয়া আপুনি কি কৰে? আপুনি সেই ফটো ডিলিট কৰি দিয়ে কাৰণ আপোনাৰ ওচৰত আৰু ফটো আছে যʼত ভাইজনে ভালদৰে হাঁহি আছে।

১৭ আমি যিবোৰ ফটো চম্ভালি ৰাখোঁ, সেইবোৰ ভাল স্মৃতিবোৰৰ দৰে হয়। আমি ভাই-ভনীসকলৰ লগত যি সময় কটাওঁ, তাৰ বহুতো ভাল স্মৃতি আমাৰ লগত থাকে। কিন্তু চিন্তা কৰক, সেই সময়ত কোনো ভাই বা ভনীয়ে আপোনাক এনে কথা কʼলে, যাৰ বাবে আপোনাক বহুত দুখ লাগিছে। তেতিয়া আপুনি কি কৰিব? আপুনি বেয়া ফটোখন ডিলিট কৰাৰ দৰে সেই বেয়া স্মৃতি পাহৰি গʼলে কিমান ভাল হʼব। (হিতো. ১৯:১১; ইফি. ৪:৩২) আমি সেই ভাই বা ভনীৰ সৰু-সুৰা ভুলবোৰ পাহৰি যাব পাৰোঁ বা বেয়া স্মৃতিবোৰ ডিলিট কৰিব পাৰোঁ। কিয়নো তেওঁলোকৰ লগত কটোৱা সময়ৰ বহুতো ভাল স্মৃতি আমাৰ ওচৰত আছে আৰু সকলোৱে এনেধৰণৰ ভাল স্মৃতিবোৰ চম্ভালি ৰাখিব বিচাৰোঁ।

w২৩.০৭ ৯-১০ ¶১০-১১

আনৰ প্ৰতি প্ৰেম বঢ়াই থাকক

১০ আমিও নিজৰ ভাই-ভনীসকলক সহায় কৰাৰ সুযোগ বিচাৰি থাকোঁ। (ইব্ৰী ১৩:১৬) ভনী এনাৰ উদাহৰণলৈ মন কৰক, তাইৰ বিষয়ে ইয়াৰ আগৰ লেখত উল্লেখ কৰা হৈছিল। তেওঁলোকৰ এলেকাত এটা ভয়ংকৰ ধুমুহা আহিছিল। ধুমুহাৰ পাছত তেওঁলোকে এটা পৰিয়ালক লগ কৰিবলৈ গ’ল। তাত গৈ তেওঁলোকে গম পালে যে এই পৰিয়ালৰ ঘৰৰ চাদ পৰি গৈছে। সেইবাবে, এই পৰিয়ালৰ ওচৰত এযোৰো চফা কাপোৰ নাছিল। ভনী এনাই এইদৰে কৈছে, “আমি তেওঁলোকৰ কাপোৰ ল’লোঁ, ধুলোঁ, ইস্ত্ৰী কৰিলোঁ আৰু ভালদৰে ৰাখি তেওঁলোকক দিলোঁ। আমাৰ বাবে এয়া সৰু-সুৰা কাম আছিল, কিন্তু ইয়াৰ বাবে তেওঁলেকৰ লগত আমাৰ বন্ধুত্ব গভীৰ হ’ল আৰু আমি আজিলৈকে ভাল বন্ধু হৈ আছোঁ। ভনী এনা আৰু তেওঁৰ স্বামীয়ে ভাই-ভনীসকলক বহুত প্ৰেম কৰে। সেইবাবে, তেওঁলোকে ভাই-ভনীসকলৰ সহায় কৰিলে।—১ যোহ. ৩:১৭, ১৮.

১১ যেতিয়া আমি আনৰ লগত প্ৰেমেৰে ব্যৱহাৰ কৰোঁ আৰু তেওঁলোকক সহায় কৰোঁ, তেতিয়া তেওঁলোকে প্ৰায়ে ধ্যান দিয়ে যে আমি কেনেকৈ যিহোৱাৰ দৰে চিন্তাধাৰা ৰাখিবলৈ আৰু তেওঁৰ ধৰে হ’বলৈ চেষ্টা কৰি আছোঁ। আমাৰ হয়তো অনুভৱে নহয় যে আমি তেওঁলোকৰ বাবে যি কৰোঁ তাৰ বাবে তেওঁলোক কিমান কৃতজ্ঞ। ভনী কায়লাৰ উদাহৰণলৈ আকৌ মন কৰক। বহু বছৰ আগতে ভনীসকলে যি সহায় কৰিছিল সেই কথা তেওঁৰ আজিও মনত আছে। তেওঁ এইদৰে কৈছে, “মই সেই সকলো ভনীৰ প্ৰতি কৃতজ্ঞ যিসকলে মোক প্ৰচাৰলৈ নিছিল, মোক ঘৰৰ পৰা নিবলৈ আহিছিল, আহাৰৰ বাবে নিছিল আৰু ঘৰত থৈ গৈছিল। আজি যেতিয়া মই তাৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মোৰ অনুভৱ হয় যে তেওঁলোকে মোৰ বাবে কিমান কাম কৰিলে আৰু সেয়া কেৱল প্ৰেমৰ বাবে।” হয়তো আমি যিসকলক সহায় কৰোঁ, তেওঁলোকৰ মাজৰ প্ৰতিজনে আমাৰ বাবে একো নকৰিব পাৰে। ভনী কায়লাক যিসকলে সহায় কৰিছিল, তেওঁলোকৰ বিষয়ে ভনীয়ে এইদৰে কৈছে, “তেওঁলোকে মোৰ বাবে বহুতো কাম কৰিলে মইয়ো তেওঁলোকক সহায় কৰিব পৰা হ’লে কিমান ভাল আছিল। মই নাজানোঁ যে তেওঁলোকে এতিয়া ক’ত আছে কিন্তু যিহোৱাই ইয়াৰ বিষয়ে জানে আৰু মই প্ৰাৰ্থনা কৰোঁ যে যিহোৱাই মোৰ ফালৰ পৰা তেওঁলোকক সহায় কৰক।” ভনী কায়লাই একেবাৰে সচাঁ কথা ক’লে। যদি আমি আনক আলপো সহায় কৰোঁ তেনেহ’লে যিহোৱাই ইয়াৰ ওপৰত ধ্যান দিয়ে আৰু ইয়াক মূল্যৱান বলিদানৰ দৰে ভাবে। যিহোৱাই ভাবে যে আমি আনক সহায় কৰি যেন তেওঁৰ উপকাৰ কৰোঁ আৰু তেওঁ ইয়াৰ বাবে আমাক নিশ্চয় পুৰস্কাৰ দিব।—হিতোপদেশ ১৯:১৭ পঢ়ক।

w২১.১১ ৯ ¶৬-৭

এজনে-আনজনক প্ৰকৃত প্ৰেম কৰি থাকক

৬ যদি এজন ব্যক্তিয়ে বহুবছৰ ধৰি একেটা কোম্পানীত কাম কৰে, তেনেহ’লে তেওঁক বিশ্বাসী কৰ্মচাৰী বুলি কোৱা হয়। কিন্তু সেই সময়ছোৱাত হয়তো তেওঁ সেই কোম্পানীৰ মালিকক এবাৰো দেখা নাই। বহুবাৰ হয়তো তেওঁ মালিকৰ নিৰ্ণয়ত সন্মত নহʼবও পাৰে। তথাপি তেওঁ তাত কিয় কাম কৰি আছে? তেওঁ কোম্পানীটোক ভাল পাই কাম কৰিছে এনে নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁ টকা-পইচা অৰ্জন কৰিবলৈহে কাম কৰিছে। যদি তেওঁ আন ঠাইত ভাল দৰমহা পোৱা চাকৰি পায়, তেনেহ’লে তেওঁ হয়তো সেই কোম্পানীটো এৰি দিব।

৭ ইয়াৰপৰা স্পষ্টকৈ বুজিব পাৰি যে বহুবাৰ এজন ব্যক্তিয়ে বাধ্য হৈ বিশ্বাসী হয় থাকে। কিন্তু বাইবেলত কোৱা হৈছে যে ঈশ্বৰৰ লোকসকলে এজনে-আনজনক প্ৰকৃত প্ৰেম কৰাৰ কাৰণ হৈছে তেওঁলোকৰ হৃদয়ে এইদৰে কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰে। দায়ূদৰ উদাহৰণলৈ মন কৰক। যদিও যোনাথনৰ পিতৃয়ে দায়ূদক হত্যা কৰিবলৈ চেষ্টা কৰিছিল, তথাপি দায়ূদৰ হৃদয়ে তেওঁৰ বন্ধু যোনাথনক প্ৰকৃত প্ৰেম কৰিবলৈ অনুপ্ৰাণিত কৰিলে। যোনাথনৰ মৃত্যুৰ বহুবছৰৰ পাছতো দায়ূদে তেওঁৰ পুত্ৰ মফীবোচৎক প্ৰকৃত প্ৰেম কৰি থাকিল।—১ চমূ. ২০:৯, ১৪, ১৫; ২ চমূ. ৪:৪; ৮:১৫; ৯:১, ৬, ৭.

আধ্যাত্মিক ৰত্ন বিচাৰক

it-১ ৫১৫

পৰামৰ্শ, পৰামৰ্শদাতা

যিহোৱাতকৈ বুদ্ধিমান আৰু কোনো নাই। সেইবাবে, কোনো এটা বিষয়ত তেওঁৰ দৃষ্টিভংগী কি সেয়া মনত ৰাখি আমি আনক পৰামৰ্শ দিয়া উচিত। (যিচ ৪০:১৩; ৰোম ১১:৩৪) তেওঁৰ পুত্ৰ যীচু অতুলনীয় পৰামৰ্শদাতা হয়, কিয়নো তেওঁ নিজৰ পিতৃৰ পৰামৰ্শ মানি চলে আৰু ঈশ্বৰৰ পবিত্ৰ শক্তি তেওঁৰ ওপৰত আছে। (যিচ ৯:৬; ১১:২; যোহ ৫:১৯, ৩০) যদি আমি যিহোৱাৰ পৰা সহায় লৈ পৰামৰ্শ দিওঁ, তেনেহʼলে আমাৰ পৰামৰ্শৰ পৰা আনে লাভৱান হʼব। কিন্তু যদি কোনো ব্যক্তিয়ে নিজৰ বুদ্ধিৰে আনক পৰামৰ্শ দিয়ে আৰু যিহোৱাৰ চিন্তাধাৰাৰ লগত মিল নোখোৱা পৰামৰ্শ দিয়ে, তেনেহʼলে তেওঁৰ পৰামৰ্শ কোনো কামত নাহিব।—হিতো ১৯:২১; ২১:৩০.

জুন ৩০–জুলাই ৬

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান | হিতোপদেশ ২০

ডেটিং কেনেকৈ কৰিব, যাতে সঠিক নিৰ্ণয় লʼব পাৰে

w২৪.০৫ ২৬-২৭ ¶৩-৪

ডেটিং কৰাৰ সময়ত ভাবি-চিন্তি নিৰ্ণয় লওক!

৩ সঁচাকৈ ডেটিং কৰাৰ সময়ত বহুত ভাল লাগে, কিন্তু এয়া সৰু কথা নহয়। কাৰণ ডেটিং কৰাৰ যোগেদি এজন লʼৰা আৰু ছোৱালীয়ে নিৰ্ণয় লয় যে তেওঁলোকে বিয়া পাতিব নে নাই। যদি তেওঁলোকে বিয়া পতাৰ নিৰ্ণয় লয়, তেনেহʼলে চিৰজীৱন লগতে থাকিব বুলি যিহোৱাৰ আগত শপত লʼব আৰু সদায় এজনে-আনজনক প্ৰেম আৰু আদৰ কৰিব বুলি প্ৰতিজ্ঞা কৰিব। যিহোৱাৰ আগত শপত লোৱাটো গভীৰ কথা। বাইবেলত কোৱা হৈছে যে আমি ভাবি-চিন্তি শপত লোৱা উচিত। (হিতোপদেশ ২০:২৫ পঢ়ক।) এজন লʼৰা আৰু ছোৱালীয়ে ডেটিং কৰাৰ সময়ত এজনে-আনজনক জনাৰ ভাল সুযোগ পাই আৰু সঠিক নিৰ্ণয় লʼব পাৰে। কিছুমানে বিয়া পতাৰ নিৰ্ণয় লয়, আন কিছুমানে ডেটিং তাতে শেষ কৰাৰ নিৰ্ণয় লয়। যদি তেওঁলোকে ডেটিং বন্ধ কৰি দিয়ে, তেনেহʼলে এয়া কোনো বেয়া কথা নহয়। আমি বুজিব লাগিব যে ডেটিং কৰাৰ তেওঁলোকৰ উদ্দেশ্য পূৰ হʼল অৰ্থাৎ তেওঁলোকে এজনে-আনজনক ভালদৰে জানিব পাৰিলে আৰু বুজি পালে যে তেওঁলোকে এজনে-আনজনৰ বাবে ভাল জীৱন সংগী হʼব নে নাই?

৪ আমি ডেটিঙৰ বিষয়ে সঠিক দৃষ্টিভংগী কিয় বজাই ৰখা উচিত? কাৰণ লʼৰা বা ছোৱালীয়ে ডেটিঙৰ বিষয়ে সঠিক দৃষ্টিভংগী বজাই ৰাখিলে, এনে এজন ব্যক্তিৰ লগত ডেটিং নকৰিব যাৰ লগত তেওঁৰ বিয়া পতাৰ কোনো উদ্দেশ্য নাই। এই বিষয়ে অবিবাহিত ভাই-ভনীৰ লগতে আমি সকলোৱে সঠিক দৃষ্টিভংগী বজাই ৰখা উচিত। কিছুমান লোকে ভাবে যে যদি এজন লʼৰা আৰু ছোৱালীয়ে ডেটিং কৰি আছে, তেনেহʼলে তেওঁলোকে বিয়া পাতিবই লাগিব। এনেধৰণৰ চিন্তাধাৰা তেওঁলোকৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে? আমেৰিকাৰ এজনী অবিবাহিত ভনী মেলিচাই এইদৰে কৈছে, “ডেটিং কৰিলে বিয়া পাতিবই লাগিব বুলি কিছুমান ভাই-ভনীয়ে ভাবে। সেইবাবে, কিছুমান লʼৰা-ছোৱালীয়ে ডেটিং বন্ধ কৰিব বিচাৰে কিন্তু তেওঁলোকে লোকসকলৰ ভয়ত এইদৰে নকৰে। আন কিছুমানে ডেটিং কৰিবই নিবিচাৰে। এইবোৰৰ বিষয়ে ভাবি লʼৰা-ছোৱালীয়ে বহুত চিন্তিত হৈ পৰে।”

w২৪.০৫ ২২ ¶৮

ভাল জীৱন সংগী কেনেকৈ বিচাৰি পাম?

৮ আপুনি যদি কাৰোবাক পচন্দ কৰে, তেনেহʼলে আপুনি তেওঁৰ বিষয়ে আৰু কেনেকৈ জানিব পাৰে? সভা বা আন সময়ত যেতিয়া ভাই-ভনীসকলে গোট খায়, তেতিয়া মন কৰক যে তেওঁ আনৰ লগত কেনেদৰে ব্যৱহাৰ কৰে, তেওঁৰ স্বভাৱ কেনেকুৱা। যিহোৱাৰ লগত তেওঁৰ এটা ভাল সম্পৰ্ক আছে বুলি তেওঁৰ কথা আৰু কামৰ পৰা জানিব পাৰি নে? তেওঁৰ বন্ধুসকল কেনেকুৱা, তেওঁ প্ৰায়ে কি বিষয়ে কথা পাতে? (লূক ৬:৪৫) তেওঁৰ লক্ষ্য কি? তেওঁৰ লক্ষ্যবোৰ আপোনাৰ লক্ষ্যৰ লগত মিল খাই নে? আপুনি তেওঁৰ মণ্ডলীৰ প্ৰাচীন বা তেওঁৰ বিষয়ে ভালদৰে জনা কোনো অভিজ্ঞ ভাই বা ভনীৰ লগত কথা পাতিব পাৰে। (হিতো. ২০:১৮) আপুনি তেওঁলোকক সুধিব পাৰে যে তেওঁৰ কি কি ভাল গুণ আছে আৰু তেওঁ আধ্যাত্মিকভাৱে কেনেকুৱা। (ৰূথ ২:১১) কিন্তু তেওঁৰ সৰু সৰু কথাও জানিবলৈ চেষ্টা নকৰিব বা সকলো সময়তে তেওঁৰ আশে-পাশে ঘূৰি নাথাকিব অৰ্থাৎ আপুনি এনে কোনো কাম নকৰিব, যাৰ বাবে তেওঁৰ আঘাত লাগিব পাৰে।

w২৪.০৫ ২৮ ¶৭-৮

ডেটিং কৰাৰ সময়ত ভাবি-চিন্তি নিৰ্ণয় লওক!

৭ যদি আপুনি কাৰোবাৰ লগত ডেটিং কৰি আছে, তেনেহʼলে তেওঁ কেনেধৰণৰ ব্যক্তি হয়, এয়া আপুনি কেনেকৈ জানিব পাৰে? এজনে-আনজনৰ লগত খুলি কথা পাতক, প্ৰশ্ন সোধক আৰু মনোযোগেৰে শুনক। (হিতো. ২০:৫; যাকো. ১:১৯) বেছিকৈ কথা পতাৰ সুযোগ পোৱা কাম কৰক। যেনে, একেলগতে আহাৰ খাব পাৰে, ফুৰিবলৈ যাব পাৰে আৰু প্ৰচাৰ কৰিব পাৰে। এজনে-আনজনক আৰু ভালদৰে জানিবলৈ আপুনি বন্ধু আৰু পৰিয়ালৰ লোকসকলৰ লগত একেলগে সময় কটাব পাৰে। ইয়াৰ উপৰিও আপোনালোকে একেলগে মিলি এনে কিছুমান কাম কৰক, যাতে আপুনি জানিব পাৰে যে বেলেগ বেলেগ পৰিস্থিতিত তেওঁ লোকসকলৰ লগত কেনেদৰে ব্যৱহাৰ কৰে। নেডাৰলেণ্ডৰ ভাই আশ্বিনৰ উদাহৰণলৈ মন কৰক। এলিছাৰ লগত ডেটিং কৰাৰ সময়ৰ বিষয়ে তেওঁ এইদৰে কৈছে, “আমি কিছুমান সৰু সৰু কাম কৰিছিলোঁ, যাতে এজনে-আনজনক ভালদৰে জানিব পাৰোঁ। যেনে, আমি একেলগে মিলি আহাৰ ৰান্ধিছিলোঁ, ঘৰৰ কাম কৰিছিলোঁ। এইদৰে কৰাৰ বাবে আমি এজনে-আনজনৰ ভাল গুণ আৰু দুৰ্বলতাবোৰৰ বিষয়ে জানিব পাৰিলোঁ।”

৮ এজনে-আনজনক আৰু ভালদৰে জানিবলৈ আপোনালোকে একেলগে মিলি বাইবেলৰ কোনো এটা বিষয়ত অধ্যয়ন কৰিব পাৰে। যদি আপোনালোকে আগলৈ গৈ বিয়া পাতে, তেনেহʼলে পাৰিবাৰিক উপাসনা নিশ্চয় কৰিব যাতে যিহোৱাৰ লগত আপোনালোকৰ সম্পৰ্ক দৃঢ় হয়। (উপ. ৪:১২) একেলগে অধ্যয়ন কৰিবলৈ সময় উলিয়াব পাৰে। যদিও আপোনালোকৰ বিয়া হোৱা নাই বা ভাই মুৰব্বী হোৱা নাই, তথাপিও একেলগে মিলি অধ্যয়ন কৰিব পাৰে যাতে জানিব পাৰে যে আপোনালোকৰ যিহোৱাৰ লগত সম্পৰ্ক কেনেকুৱা আছে। এইদৰে কৰাৰ বাবে আমেৰিকাত থকা মেক্স আৰু লিছাৰ আৰু এটা লাভ হʼল। তাৰ বিষয়ে মেক্সে এইদৰে কৈছে, “যেতিয়া আমি ডেটিং আৰম্ভ কৰিলোঁ, তেতিয়া এনে প্ৰকাশনবোৰৰ বিষয়ে আলোচনা কৰিলোঁ, যʼত ডেটিং, বিয়া আৰু পাৰিবাৰিক জীৱনৰ বিষয়ে ভালদৰে জনোৱা হৈছিল। এইদৰে কৰাৰ যোগেদি আমি এনে বিষয়ৰ ওপৰত কথা পাতিব পাৰিলোঁ, যাৰ বিষয়ে কথা পাতিবলৈ আমাৰ বাবে কঠিন হʼলহেঁতেন।”

আধ্যাত্মিক ৰত্ন বিচাৰক

w২৩.০৩ ২৪ ¶১৫

সৃষ্টিৰ পৰা লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাওক

১৫ পিতৃ-মাতৃয়ে কেতিয়াবা কেতিয়াবা বুজি নাপায় যে তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ লগত কেনেকৈ কথা পাতিব, যাতে লʼৰা-ছোৱালীয়ে নিজৰ সমস্যাৰ বিষয়ে তেওঁলোকক খুলি কʼব পাৰে। যদি আপোনাৰ লগতো এইদৰে হয়, তেনেহʼলে আপুনি কি কৰিব? আপোনাৰ লʼৰা-ছোৱালীৰ মনত কি চলি আছে আৰু তেওঁলোকে কি ভাবিছে, সেয়া জানিবলৈ চেষ্টা কৰক। (হিতোপদেশ ২০:৫ পঢ়ক।) বহুতো পিতৃ-মাতৃয়ে মন কৰিছে যে যেতিয়া তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ লগত প্ৰকৃতিৰ আনন্দ লয়, তেতিয়া তেওঁলোকে সহজে লʼৰা-ছোৱালীৰ মনৰ কথা জানিব পাৰে। কাৰণ তাত ধ্যান বিচলিত কৰিব পৰা ইমান বস্তু নাথাকে আৰু পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীয়ে খুলি কথা পাতিব পাৰে। টাইৱানত থকা ভাই মোজাহিয়ে কয় যে, “লʼৰা-ছোৱালীৰ লগত বাহিৰত সময় কটালে আৰু এটা লাভ আছে।” তেওঁ এইদৰে কয়, “যেতিয়া আমি লʼৰা-ছোৱালীৰ লগত পাহাৰ বা সমুদ্ৰৰ পাৰ, এনেধৰণৰ ঠাইবোৰত সময় কটাও, তেতিয়া তেওঁলোকৰ মনটো ভাল থাকে। সেইবাবে, আমি তেওঁলোকৰ লগত ভালদৰে কথা পাতিব পাৰোঁ আৰু তেওঁলোকৰ মনত কি চলি আছে জানিব পাৰোঁ। ওপৰত উল্লেখ কৰা কাটয়া নামৰ ভনীয়ে এইদৰে কয়, “স্কুলৰ পাছত মায়ে মোক এখন সুন্দৰ পাৰ্কলৈ নিছিল, তাত মোক বহুত ভাল লাগিছিল আৰু মই সহজে মাৰ লগত কথা পাতিব পাৰিলোঁ যে সেইদিনাখন স্কুলত কি হʼল বা কি কথাই মোক চিন্তিত কৰি তুলিছে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক