গীত নং ১৪
পৃথিৱীৰ নতুন ৰজাৰ প্ৰশংসা কৰা!
(গীতমালা ২:১২)
১. যি-হো-ৱা আ-ৰু যী-চু-ৱে,
আ-মাক কা-ষত মা-তি-লে;
স-ক-লো দেশ, জা-তিৰ প-ৰা
হʼ-লোঁ আ-মি এ-ক-ত্ৰিত।
জ-ন্ম হʼল স্ব-ৰ্গত ৰা-জ্য যাঃৰ,
পূৰ হওক ধ-ৰা-তো ই-চ্ছা তেওঁৰ।
আ-শাৰ অ-মূ-ল্য উ-প-হা-ৰে,
দি-য়ে আ-মাক সুখ, শা-ন্ত্ব-না।
(কোৰাচ)
ক-ৰোঁ যাঃৰ প্ৰ-শং-সা আ-ৰু পু-ত্ৰ যী-চুৰ!
যি-জন হৈ-ছে ৰ-জা-ৰো ৰ-জা।
এ-ক-তা-ৰে ক-ৰোঁ তেওঁৰ স-ম-ৰ্থন;
দিওঁ যী-চুক আ-মি স-ন্মান।
২. আ-ন-ন্দে-ৰে ক-ৰি গুণ-গান,
ক-ৰোঁ যী-চুৰ প্ৰ-শং-সা।
দি-লে যাঃ-য়ে শা-সন-ভাৰ তেওঁক;
আ-নি-ব শা-ন্তি ধ-ৰাত।
ন-হʼ-ব দুখ বা বে-দ-না:
মু-ক্ত হʼ-ব ক-ষ্টৰ প-ৰা;
মৃ-ত-জন পু-নৰ জী উ-ঠি-ব,
কি-যে উ-ল্লা-সৰ ক্ষণ হʼ-ব!
(কোৰাচ)
ক-ৰোঁ যাঃৰ প্ৰ-শং-সা আ-ৰু পু-ত্ৰ যী-চুৰ!
যি-জন হৈ-ছে ৰ-জা-ৰো ৰ-জা।
এ-ক-তা-ৰে ক-ৰোঁ তেওঁৰ স-ম-ৰ্থন;
দিওঁ যী-চুক আ-মি স-ন্মান।
(গীত. ২:৬; ৪৫:১; যিচ. ৯:৬; যোহ. ৬:৪০ পদবোৰো চাওক।)