গীত নং ১৫
যিহোৱাৰ প্ৰথম সন্তানৰ প্ৰশংসা কৰক
- ১. ক-ৰোঁ যী-চুৰ গুণ-গান, - অ-ভি-ষি-ক্ত ৰ-জা তেওঁ। - দ-য়া আ-ৰু প্ৰে-মে-ৰে; - ন্যায় ক-ৰি-ব তেওঁ নি-শ্চয়। - যি-হো-ৱাৰ ম-হান না-মক, - ক-ৰে প্ৰেম যী-চু-ৱে। - ৰা-জ্যৰ অ-ধি-কাৰ যাঃৰ হয়, - প্ৰ-মা-ণিত তেওঁ ক-ৰে। - (কোৰাচ) - গাওঁ গুণ-গান যে পু-ত্ৰৰ, - অ-ভি-ষি-ক্ত ৰ-জা তেওঁ। - ব-হি ৰাজ-সিং-হা-স-নত; - ক-ৰিল শা-সন আ-ৰ-ম্ভ। 
- ২. গাওঁ আ-মি তেওঁৰ গুণ-গান, - যী-চু দি-লে ব-লি-দান। - সেই মু-ক্তি-প-ণৰ বা-বে, - পা-লোঁ আ-মি প-ৰি-ত্ৰাণ। - ধু-নী-য়া ব-স্ত্ৰত কই-নায়; - ক-ৰে অ-পে-ক্ষা তেওঁৰ, - এই বি-বা-হে দে-খু-ৱায়; - স-ক-লো ই-চ্ছা যাঃৰ। - (কোৰাচ) - গাওঁ গুণ-গান যে পু-ত্ৰৰ, - অ-ভি-ষি-ক্ত ৰ-জা তেওঁ। - ব-হি ৰাজ-সিং-হা-স-নত; - ক-ৰিল শা-সন আ-ৰ-ম্ভ। 
(গীত. ২:৬; ৪৫:৩, ৪; প্ৰকা. ১৯:৮ পদবোৰো চাওক।)