গীত নং ৪৪
নিৰাশাত ভুগি থকা জনৰ প্ৰাৰ্থনা
(গীতমালা ৪:১)
১. মা-তোঁ তো-মাক হে যি-হো-ৱা,
শু-না মোৰ প্ৰা-ৰ্থ-না।
ব্যা-কুল আ-ৰু দুঃ-খিত ম-নে,
ভু-গি-ছে নি-ৰা-শাত।
হ-তাশ আ-ৰু নি-ৰুৎ-সা-হে ক-ৰে
মোক যে দু-ৰ্বল;
মোৰ দুখ-বে-দ-নাক চাই হে যাঃ;
ক-ৰা মোক যে স-বল।
(কোৰাচ)
স-হায় ক-ৰা; দি শা-ন্ত্ব-না।
চি-ন্তাৰ কা-লত দি-য়া আ-শা।
ক-ৰোঁ তো-মাক এই কা-কূ-তি,
যাঃ তু-মি মোক দি-য়া শ-ক্তি।
২. বা-ক্যই দি-য়ে শা-ন্ত্ব-না যে-তি-য়া হওঁ
মই নি-ৰাশ;
কʼ-ব নো-ৱা-ৰা সেই ক-থা
ক-ৰে শা-স্ত্ৰই প্ৰ-কাশ।
বি-শ্বাস যা-তে স-দায় থা-কে দি-য়া
এ-নে শ-ক্তি।
ক-ৰা মোক স-হায় তু-মি যেন
জা-নোঁ তো-মাৰ প্ৰে-মক।
(কোৰাচ)
স-হায় ক-ৰা; দি শা-ন্ত্ব-না।
চি-ন্তাৰ কা-লত দি-য়া আ-শা।
ক-ৰোঁ তো-মাক এই কা-কূ-তি,
যাঃ তু-মি মোক দি-য়া শ-ক্তি।
(গীত. ৪২:৬; ১১৯:২৮; ৰোম. ৮:২৬; ২ কৰি. ৪:১৬; ১ যোহ. ৩:২০ পদবোৰো চাওক।)