গীত নং ১৩৫
যিহোৱাৰ অনুৰোধ: “হে মোৰ পুত্ৰ, জ্ঞানৱান হোৱা।”
(হিতোপদেশ ২৭:১১)
- ১. ক-ৰোঁ অ-নু-ৰোধ মই, - শু-না ক-থা যে মোৰ। - ক-ৰা প্ৰ-তি-ৰোধ - চয়-তা-নক এই জী-ৱ-নত। - আ-ন-ন্দে-ৰে গ্ৰ-হণ ক-ৰা - মোৰ এই শি-ক্ষা, - জ-গ-তক দি-য়া প্ৰ-মাণ - থা-কি বি-শ্বা-সত। - (কোৰাচ) - শু-না প্ৰি-য় মোৰ স-ন্তান-স-কল, - হো-ৱা তো-মা-লোক জ্ঞা-ন-ৱান। - স্ব-ই-চ্ছা-ৰে ক-ৰা মোৰ সে-ৱা, - এই-দ-ৰে দি-য়া মোক স-ন্মান। 
- ২. দি-লে স-ক-লো মোক, - পা-বা জী-ৱ-নত সুখ। - হ’-ব পা-ৰে এই জী-ৱ-নত, - মা-নুহ নি-ষ্ঠুৰ। - যি-য়ে হওক জী-ৱ-নত - নে-ৰি-বা মোৰ এই হাত। - জা-নি থো-ৱা মই, - কে-তি-য়াও নে-ৰিম তো-মাক। - (কোৰাচ) - শু-না প্ৰি-য় মোৰ স-ন্তান-স-কল, - হো-ৱা তো-মা-লোক জ্ঞা-ন-ৱান। - স্ব-ই-চ্ছা-ৰে ক-ৰা মোৰ সে-ৱা, - এই-দ-ৰে দি-য়া মোক স-ন্মান। 
(দ্বিতী. ৬:৫; উপ. ১১:৯; যিচ. ৪১:১৩ পদবোৰো চাওক।)