গীত নং ৫১
নিজকে যিহোৱালৈ সমৰ্পিত কৰিলোঁ!
১. যি-হো-ৱাই মা-তি-লে আ-মাক যী-চুৰ কা-ষত,
তেওঁৰ শি-ষ্য হো-ৱাৰ সু-যোগ পা-লোঁ।
ক-ৰি-লে যাঃ-য়ে কৃ-পা,
দি-লে স-ত্যৰ পো-হৰ তেওঁ।
সেই পো-হৰ দি-লে জী-ৱন।
বা-ঢ়ি-লে আ-মাৰ বি-শ্বাস।
(কোৰাচ)
যি-হো-ৱাক স-ম-ৰ্পণ ক-ৰি পা-লোঁ জী-ৱন।
তেওঁৰ ই-চ্ছা পূৰ ক-ৰিম যে ৰা-তি-দিন।
২. প্ৰ-তি-জ্ঞা ক-ৰি-লোঁ হে পি-তা যি-হো-ৱা,
পা-লন ক-ৰিম মই তো-মাৰ আ-জ্ঞা।
দি-লা তু-মি যে স-ন্মান,
ক-ৰি-ব-লৈ তো-মাৰ কাম,
জ-নাওঁ আ-নক তো-মাৰ নাম,
হে পি-তা তু-মি ম-হান।
(কোৰাচ)
যি-হো-ৱাক স-ম-ৰ্পণ ক-ৰি পা-লোঁ জী-ৱন।
তেওঁৰ ই-চ্ছা পূৰ ক-ৰিম যে ৰা-তি-দিন।
(গীত. ৪৩:৩; ১০৭:২২; যোহ. ৬:৪৪ পদবোৰো চাওক।)