গীত নং ৬৭
“বাক্যৰ প্ৰচাৰ কৰা”
১. যাঃ-য়ে দি-ছে আ-মাক যি কাম,
পা-লন ক-ৰোঁ যি-য়ে হওঁক প-ৰি-ণাম;
হৃ-দ-য়ত স-ঞ্চয় ক-ৰি আ-শাক,
বা-ৰ্তাৰ বা-বে ক-ৰোঁ সা-জু নি-জক।
(কোৰাচ)
ক-ৰা প্ৰ-চাৰ,
যি-হো-ৱাৰ বা-ক্যৰ প্ৰ-চাৰ!
এই প্ৰ-চাৰ,
হʼ-ব জ-গ-তৰ চুৰ-মাৰ।
প্ৰ-চা-ৰে,
ন-ম্ৰ লো-কক দি-য়ে জ্ঞান।
প্ৰ-চা-ৰে,
দিয়ে জী-ৱন!
২. কাই-টে-ৰে ভ-ৰা এই প-থত,
ভু-গি-ব লা-গি-ব অ-প-মা-নক;
না-পাই ভাল স-ক-লো-ৱে এই কাম,
ত-থা-পি-ও জ-নাওঁ আমি যাঃৰ নাম।
(কোৰাচ)
ক-ৰা প্ৰ-চাৰ,
যি-হো-ৱাৰ বা-ক্যৰ প্ৰ-চাৰ!
এই প্ৰ-চাৰ,
হʼ-ব জ-গ-তৰ চুৰ-মাৰ।
প্ৰ-চা-ৰে,
ন-ম্ৰ লো-কক দি-য়ে জ্ঞান।
প্ৰ-চা-ৰে,
দিয়ে জী-ৱন!
৩. পাওঁ আ-মি ম-নত আ-ন-ন্দ,
শি-কে যে-তি-য়া লো-কে যাঃৰ বা-ক্য।
দিওঁ আ-মি উ-দ্ধা-ৰৰ সেই বা-ৰ্তা,
ক-ৰোঁ এই-দ-ৰে যাঃৰ নাম ম-হি-মা।
(কোৰাচ)
ক-ৰা প্ৰ-চাৰ,
যি-হো-ৱাৰ বা-ক্যৰ প্ৰ-চাৰ!
এই প্ৰ-চাৰ,
হʼ-ব জ-গ-তৰ চুৰ-মাৰ।
প্ৰ-চা-ৰে,
ন-ম্ৰ লো-কক দি-য়ে জ্ঞান।
প্ৰ-চা-ৰে,
দিয়ে জী-ৱন!
(মথি ১০:৭; ২৪:১৪; পাঁচ. ১০:৪২; ১ পিত. ৩:১৫ পদবোৰো চাওক।)