গীত নং ৭৫
“মই ইয়াত আছোঁ, মোক পঠাওঁক।“
(যিচয়া ৬:৮)
১. যি-হো-ৱাৰ না-মক না-জা-নি,
দোষ দি-য়ে অ-প-মান ক-ৰি।
কো-নো-ৱে কয় তেওঁ নি-ৰ্দ-য়ী,
দুখ-ক-ষ্টৰ বা-বে তেওঁ দা-য়ী।
মি-ছা আ-ৰোপ ম-চি-ব কোন?
দূ-ৰ্নাম যাঃৰ দূৰ ক-ৰি-ব কোন?
(কোৰাচ ১)
প্ৰ-ভু আ-জি মোক প-ঠা-ওঁক,
গুণ-গান ক-ৰাৰ সু-যোগ দি-য়ক।
ই-য়াত-কৈ পাওঁ আ-মি স-ন্মান ক’ত?
মই আ-ছোঁ, মোক প-ঠা-ওঁক।
২. আ-জি অ-প-বাদ দি-য়ে তেওঁক
কয় ক-ঠোৰ ম-নৰ যি-হো-ৱাক।
ক-ৰে তেওঁ-লোক মূ-ৰ্ত্তিক পূ-জা,
দেশ-ভ-ক্তিৰ না-মত লৈ বো-জা।
স-জাগ তেওঁ-লো-কক ক-ৰে কোন?
দু-ষ্ট-লো-কৰ মন ঘু-ৰাই কোন?
(কোৰাচ ২)
প্ৰ-ভু আ-জি মোক প-ঠা-ওঁক,
গুণ-গান ক-ৰাৰ সু-যোগ দি-য়ক।
ই-য়াত-কৈ পাওঁ আ-মি স-ন্মান ক’ত?
মই আ-ছোঁ, মোক প-ঠা-ওঁক।
৩. আ-জি ন-ম্ৰ-লোক হয় হ-তাশ,
দে-খি দু-ষ্ট-লো-কৰ প্ৰ-তাপ।
স-ত্যৰ প্ৰ-তি হয় হা-বি-য়াস
শা-ন্তি-লৈ ক-ৰে অ-ভি-লাষ।
দি-ব আ-জি শা-ন্ত্ব-না কোন?
শা-ন্তিৰ সেই পথ দে-খা-ব কোন?
(কোৰাচ ৩)
প্ৰ-ভু আ-জি মোক প-ঠা-ওঁক,
গুণ-গান ক-ৰাৰ সু-যোগ দি-য়ক।
ই-য়াত-কৈ পাওঁ আ-মি স-ন্মান ক’ত?
মই আ-ছোঁ, মোক প-ঠা-ওঁক।
(গীত. ১০:৪; যিহি. ৯:৪ পদবোৰো চাওক।)