গীত নং ১৪০
অনন্ত জীৱন!
১. চো-ৱা-চোন, প্ৰে-মৰ দৃ-শ্য
এই লোক স-ক-লৰ মা-জত;
শা-ন্তি-ভ-ৰা প-ৰি-ৱেশ
আ-ন-ন্দ-ময় জী-ৱন।
(কোৰাচ)
আ-ন-ন্দৰ গীত গো-ৱা!
দিন সু-খৰ দে-খি-বা।
স-ক-লো-ৱে পা-ব সেই
জী-ৱ-নৰ আ-ৰ্শী-বাদ।
২. ঘূ-ৰাই পাম যৌ-ৱ-নৰ কাল,
শা-ন্তি ভ-ৰা যাঃৰ ৰা-জ্যত।
দুখ বে-দ-না, হʼ-ব শেষ,
পাম অ-ন-ন্ত জী-ৱন।
(কোৰাচ)
আ-ন-ন্দৰ গীত গো-ৱা!
দিন সু-খৰ দে-খি-বা।
স-ক-লো-ৱে পা-ব সেই
জী-ৱ-নৰ আ-ৰ্শী-বাদ।
৩. সু-খী হʼম প-ৰম দে-শত
প্ৰ-শং-সা ক-ৰিম তো-মাৰ;
জী-য়াই থা-কি, দিম আ-মি
ধ-ন্য-বাদ যাঃ তো-মাক।
(কোৰাচ)
আ-ন-ন্দৰ গীত গো-ৱা!
দিন সু-খৰ দে-খি-বা।
স-ক-লো-ৱে পা-ব সেই
জী-ৱ-নৰ আ-ৰ্শী-বাদ।
(ইয়ো. ৩৩:২৫; গীত ৭২:৭; প্ৰকা. ২১:৪ পদবোৰো চাওক।)