গীত নং ৮২
তোমালোকৰ পোহৰ জিলিকি থাকক
(মথি ৫:১৬)
১. এ-য়া যী-চুৰ আ-দেশ,
হওঁ আ-মি পো-হৰ,
বে-লিৰ দ-ৰে উ-জ্জ্বল,
হৈ যেন জি-লি-কো।
যে-তি-য়া বাই-বে-লৰ
স-ত্য শি-কাই যাওঁ,
পো-হৰ যি-হো-ৱাৰ মই;
ক-ৰোঁ প্ৰ-জ্ব-লিত।
২. স-ত্যৰ বা-ক্যই জ্ঞা-নৰ,
পো-হৰ বি-লাই যায়,
আ-মাৰ ম-নৰ আ-ন্ধাৰ,
দি-য়ে আঁ-ত-ৰাই।
আ-হা স-ত্যৰ পো-হৰ,
ক-ৰোঁ বা-ছ-নি,
সেই পো-হ-ৰে আ-মাৰ;
জী-ৱ-নক ব-চায়।
৩. ভাল কা-মৰ যো-গে-দি,
হয় বি-শ্বত পো-হৰ,
ক-থা, কা-মে-ৰে যেন,
দ-য়া দে-খাই যাওঁ।
আ-হা উ-জ্জ্বল ৰা-খোঁ,
আ-মাৰ এই পো-হৰ,
এই ভাল কা-মৰ বা-বে,
যাঃ হয় আ-ন-ন্দিত।
(গীত. ১১৯:১৩০; মথি ৫:১৪, ১৫, ৪৫; কল. ৪:৬ পদবোৰো চাওক।)