গীত নং ৯৮
ঈশ্বৰৰ প্ৰেৰণাৰে লিখা শাস্ত্ৰ
- ১. শা-স্ত্ৰই দি-য়ে পো-হৰ আ-মাক, - ক-ৰে দূৰ ম-নৰ আ-ন্ধাৰ। - স-ত্যৰ বা-ণী দি-য়ে পো-হৰ, - দে-খাই বাট আ-মাক জী-ৱ-নৰ। 
- ২. যাঃৰ বা-ক্য হয় প্ৰ-দীপ-স্ব-ৰূপ, - দে-খাই বাট এই আ-ন্ধা-ৰত। - য-দি ক-ৰোঁ বা-ক্য পা-লন, - পাম আ-শীৰ্-বাদ এই জী-ৱ-নত। 
- ৩. শা-স্ত্ৰৰ জ্ঞা-নে বু-জাই আ-মাক, - যি-হো-ৱাৰ অ-সীম প্ৰে-মক; - য-দি বা-ক্য প-ঢ়োঁ স-দায়, - স-ফল হ’-ব জী-ৱন আ-মাৰ। 
(গীত. ১১৯:১০৫; হিতো. ৪:১৩ পদবোৰো চাওক।)