গীত নং ১২৪
চিৰকাল বিশ্বাসী হৈ থাকিম
(গীতমালা ১৮:২৫)
- ১. হে যি-হো-ৱা, থা-কিম আ-মি, - চি-ৰ-কাল হৈ বি-শ্বা-সী; - ক-ৰিম পা-লন, তো-মাৰ আ-জ্ঞা, - ক-ৰি-লোঁ এই প্ৰ-তি-জ্ঞা। - মা-নো য-দি নিৰ্-দেশ তো-মাৰ, - পাম জী-ৱ-নত আ-শীৰ্-বাদ। - স-দায় ল-গত তু-মি থা-কা, - আ-ছে আ-মাৰ ভ-ৰ-সা। 
- ২. হৈ বি-শ্বা-সী ভাই-স-ক-লৰ, - স-ম-স্যাত থা-কোঁ কা-ষত; - দ-য়া আৰু প্ৰেম দে-খু-ৱায়, - ক-ৰোঁ স-হায় তেওঁ-লো-কক। - ক-ৰি বি-শ্বাস ভাই-স-ক-লক, - অ-ন্ত-ৰে-ৰে দিওঁ স-ন্মান। - বি-শ্বা-সী হৈ এ-ক-তা-ৰে, - থা-কিম আ-মি প্ৰে-মে-ৰে। 
- ৩. হৈ বি-শ্বা-সী ভাই-স-ক-লৰ, - নে-তৃ-ত্বত চ-লিম আ-মি; - শু-নিম আ-মি ম-নো-যোগ দি, - স-ক-লো নিৰ্-দে-শ-না। - আ-শীৰ্-বাদ দি যাঃ-য়ে আ-মাক, - ক-ৰে যে শ-ক্তি-শা-লী। - থা-কি আ-মি হৈ নি-ষ্ঠা-ৱান, - চা-পোঁ কা-ষত যে তো-মাৰ। 
(গীত. ১৪৯:১; ১ তীম. ২:৮; ইব্ৰী ১৩:১৭ পদবোৰো চাওক।)