গীত নং ১৪৭
অনন্ত জীৱনৰ প্ৰতিজ্ঞা
(গীতমালা ৩৭:২৯)
১. ক-ৰি-লে যাঃ-য়ে প্ৰ-তি-জ্ঞা,
দি-লে জী-ৱ-নৰ আ-শা।
হʼ-ব ন-ম্ৰ-লো-কৰ নি-বাস,
ন-হয় এই ধ-ৰাৰ নাশ।
(কোৰাচ)
চি-ৰ-কা-লৰ জী-ৱন,
যি-হো-ৱাই ক-ৰে পণ।
দি-ছে তেওঁ সেই আ-শা,
আ-ছে ভ-ৰ-সা।
২. মু-ক্ত হʼম এই পা-পৰ প-ৰা,
সি-দ্ধ হʼম যে তে-তি-য়া।
দি-ব যাঃ-য়ে নিৰ্-দে-শ-না,
শা-ন্তি হʼ-ব ধ-ৰা।
(কোৰাচ)
চি-ৰ-কা-লৰ জী-ৱন,
যি-হো-ৱাই ক-ৰে পণ।
দি-ছে তেওঁ সেই আ-শা,
আ-ছে ভ-ৰ-সা।
৩. মৃ-ত-জ-নে জী-ৱন পা-ব,
বে-দ-নাৰ অ-ন্ত হʼ-ব।
দ-য়া-ৰে যাঃ-য়ে স-ক-লোৰ,
ম-চি-ব চ-কু-লো।
(কোৰাচ)
চি-ৰ-কা-লৰ জী-ৱন,
যি-হো-ৱাই ক-ৰে পণ।
দি-ছে তেওঁ সেই আ-শা,
আ-ছে ভ-ৰ-সা।
(যিচ. ২৫:৮; লূক ২৩:৪৩; যোহ. ১১:২৫; প্ৰকা. ২১:৪ পদবোৰো চাওক।)