ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০০ পৃষ্ঠা ৭
  • কি দৰে শুনে তালৈ মনোযোগ দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কি দৰে শুনে তালৈ মনোযোগ দিয়ক
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • সভাবোৰে কিশোৰ-কিশোৰীসকলক লাভৱান কৰে
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ‘শুনা বাক্যত অধিককৈ মন দিয়ক’
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • এজন গুণ-গ্ৰাহী শ্ৰোতা হওঁক
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ব্যক্তিগত অধ্যয়ন আৰু পাৰিবাৰিক উপাসনাত কি কৰিব পাৰোঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০০ পৃষ্ঠা ৭

কি দৰে শুনে তালৈ মনোযোগ দিয়ক

আমি মণ্ডলীৰ সভা, অধিৱেশন আৰু সন্মিলনৰ কাৰ্য্যক্ৰমত মনোযোগ দিয়া অতি আৱশ্যক। (লূক ৮:১৮) আপুনি শুনাত কি দৰে নিপুণ হʼব পাৰে?

▪ সভা আৰম্ভ হোৱাৰ পূৰ্বেই আমি অতিমাত্ৰাত আহাৰ খোৱা উচিত নহয়।

▪ সভাৰ পৰা নিজৰ মনক বিপথে যাবলৈ নিদিব।

▪ চমুকৈ মুখ্য বিষয়বোৰৰ টোকা লওঁক।

▪ বাইবেলৰ পৰা উল্লেখ কৰা শাস্ত্ৰ পদবোৰক চাওঁক।

▪ সভাত ভাগ লʼবলৈ সুযোগ গ্ৰহণ কৰক।

▪ প্ৰস্তুত কৰা বিষয়বিলাকৰ ওপৰত বিবেচনা কৰক।

▪ যিবোৰ বিষয়ে শুনে সেইবোৰক কেনেকৈ প্ৰয়োগ কৰিব পাৰি তাৰ বাবে চিন্তা কৰক।

▪ যিবোৰৰ বিষয়ে শিকিলে তাক আলোচনা কৰক।

ঈশ্বৰীয় শাসন পৰিচৰ্য্যা স্কুল গাইডবুক (ইংৰাজী) অধ্যয়ন নং ৫ চাওঁক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক