ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | দানিয়েল ৭-৯
মচীহৰ উপস্থিতিৰ বিষয়ে দানিয়েলে কৰা ভৱিষ্যতবাণী
ছপা সংস্কৰণ
৯:২৪-২৭
“সত্তৰ সপ্তাহ” (৪৯০ বছৰ)
“সাত সপ্তাহ” (৪৯ বছৰ)
৪৫৫ খ্ৰীষ্টপূৰ্ব “যিৰূচালেম পুনঃস্থাপন . . . কৰিবৰ আজ্ঞা”
৪০৬ খ্ৰীষ্টপূৰ্ব যিৰূচালেম পুনৰ নিৰ্ম্মাণ কৰা হয়
‘বাষষ্টি সপ্তাহ’ (৪৩৪ বছৰ)
‘এক সপ্তাহ’ (৭ বছৰ)
২৯ খ্ৰীষ্টাব্দ মচীহৰ উপস্থিতি
৩৩ খ্ৰীষ্টাব্দ মচীহক “উচ্ছন্ন কৰা” হয়
৩৬ খ্ৰীষ্টাব্দ ‘সত্তৰ সপ্তাহৰ’ অন্ত হয়