ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ৪-৫
প্ৰলোভনৰ সন্মুখীন হোৱাৰ সময়ত যীচুৰ দৰে প্ৰতিৰোধ কৰক
চয়তানে আমাৰ মনৰ অভিলাষ কলুষিত কৰি যিহোৱাৰ লগত থকা আমাৰ গভীৰ সম্পৰ্ক ভাঙিবলৈ চেষ্টা কৰে। সি প্ৰতিজন ব্যক্তিৰ ইচ্ছা আৰু পৰিস্থিতি অনুসৰি নিজৰ কৌশল চতুৰতাৰে সলনি কৰে।
সাধাৰণতে উদ্ভৱ হোৱা তিনিটা প্ৰলোভনৰপৰা আঁতৰি থাকিবলৈ যীচুৱে কি কৰিছিল? (ইব্ৰী ৪:১২; ১যোহ ২:১৫, ১৬) মই যীচুৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?