ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুন পৃষ্ঠা ৫
  • “ঈশ্বৰৰ আটাই সাজ পিন্ধা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “ঈশ্বৰৰ আটাই সাজ পিন্ধা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • ‘ঈশ্বৰৰ আটাই কবচ পিন্ধা’
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুন পৃষ্ঠা ৫
এজন ব্যক্তিয়ে সকলোবোৰ সাজ পৰিধান কৰিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইফিচীয়া ৪-৬

“ঈশ্বৰৰ আটাই সাজ পিন্ধা”

৬:১১-১৭

পাঁচনি পৌলে খ্ৰীষ্টান ভাই-ভনীসকলক যুদ্ধ কৰা সৈনিকসকলৰ লগত তুলনা কৰিছে। আমাৰ শত্ৰু হৈছে, ‘দুষ্টতাৰ আত্মিক দলবোৰ।’ তেওঁলোকৰ তুলনাত আমি দুৰ্বল আৰু অসুৰক্ষিত। কিন্তু, যদি আমি “ঈশ্বৰৰ আটাই সাজ” পৰিধান কৰিম, তেনেহʼলে আমি যিহোৱাৰ সহায়ত এই যুদ্ধত জয়লাভ কৰিব পাৰিম।

ইয়াত দিয়া অস্ত্ৰ-শস্ত্ৰবোৰৰ নাম কি আৰু ইয়ে কিহক চিত্ৰিত কৰে?

এজন ব্যক্তিয়ে সকলোবোৰ সাজ পৰিধান কৰিছে

ধ্যানৰ বাবে প্ৰশ্ন: মই সকলোবোৰ সাজ পৰিধান কৰিছোঁনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক