ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 অক্টোবৰ পৃষ্ঠা ৬
  • ‘ঈশ্বৰৰ সেই দিনৰ আগমনৰ আকাঙ্ক্ষা কৰি থাকক’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘ঈশ্বৰৰ সেই দিনৰ আগমনৰ আকাঙ্ক্ষা কৰি থাকক’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • “তোমালোক পবিত্ৰ হোৱা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • আপুনি “অপেক্ষা” কৰিব পাৰেনে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ধৈৰ্য্যৰে ঈশ্বৰীয় ভক্তি প্ৰকাশ কৰা
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱা ঈশ্বৰে পৃথিৱীত জীৱন সৃষ্টি কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 অক্টোবৰ পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ পিতৰ ১-৩

‘ঈশ্বৰৰ সেই দিনৰ আগমনৰ আকাঙ্ক্ষা কৰি থাকক’

৩:১১, ১২

যিহোৱা ঈশ্বৰে অতি সোনকালে নিজৰ নিৰ্দ্ধাৰিত সময়ত ন্যায় কৰিব। আমি যিহোৱাৰ দিনৰ বাবে সাজু হৈ আছোঁ বুলি আমাৰ কাৰ্য্যৰ যোগেদি দেখুৱাওঁ নে?

‘সকলো পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু ভক্তিত’ কি জড়িত আছে?

  • আমি নৈতিকভাৱে শুচি হোৱা উচিত আৰু যিহোৱাৰ ভাল-বেয়া মানদণ্ডৰ অনুসৰি জীৱন অতিবাহিত কৰা উচিত

  • অকলে বা ৰাজহুৱাভাৱেই হওক, এই দুয়োটা পৰিস্থিতিতে আমি উপাসনাৰ লগত জড়িত থকা কাৰ্য্যবোৰত ভাগ লোৱা উচিত

এহাল দম্পতীয়ে টেলিভিচন চোৱা আৰু বজাৰ কৰাৰ বাবে যথেষ্ট সময় অতিবাহিত কৰাৰ বিষয়ে ধ্যান কৰিছে আৰু এয়া বৰ্তমান সময়ত তেওঁলোকে ৰাজহুৱাভাৱে কৰা ঘোষণা আৰু পাৰিবাৰিক উপাসনাৰ লগত তুলনা কৰিছে

আমি কেনেকৈ দেখুৱাব পাৰোঁ যে আমি যিহোৱাৰ দিনৰ বাবে আকাঙ্ক্ষা কৰি আছোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক