ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুলাই পৃষ্ঠা ২
  • “মই ফৰৌণলৈ যি কৰিম, তাক তুমি এতিয়া দেখিবলৈ পাবা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “মই ফৰৌণলৈ যি কৰিম, তাক তুমি এতিয়া দেখিবলৈ পাবা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • এজন দুষ্ট ৰজাৰ শাসন
    বাইবেলৰ কাহিনী
  • চূফ সাগৰ পাৰ কৰা
    বাইবেলৰ কাহিনী
  • যিহোৱা সদায় নিজৰ প্ৰতিজ্ঞা পূৰ কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • ঈশ্বৰে ইস্ৰায়েলীসকলক দাসত্বৰপৰা মুক্ত কৰিলে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুলাই পৃষ্ঠা ২
ইস্ৰায়েলীসকল আৰু মিচৰত বাস কৰা ইস্ৰায়েলী নোহোৱা লোকসকলে তাৰপৰা ওলাই গৈছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৬-৭

“মই ফৰৌণলৈ যি কৰিম, তাক তুমি এতিয়া দেখিবলৈ পাবা”

৬:১, ৬, ৭; ৭:৪, ৫

যিহোৱাই আগতীয়াকৈ ইস্ৰায়েলীসকলক জনাইছিল যে তেওঁ মিচৰ দেশত মহামাৰী আনিব আৰু তেওঁলোকক মুকলি কৰিব। সেইসময়ত ইস্ৰায়েলীসকলে নিজ চকুৰে যিহোৱাৰ আচৰিত কাৰ্য্যবোৰ দেখি, তেওঁৰ শক্তিৰ বিষয়ে বুজি পাব। তেতিয়া মিচৰীয়াসকলেও জানিব যে যিহোৱা কোন। যেতিয়া যিহোৱাৰ এই প্ৰতিজ্ঞা পূৰ হʼল, তেতিয়া ইস্ৰায়েলীসকলৰ বিশ্বাস দৃঢ় হʼল আৰু মিচৰৰ মিছা ধাৰ্ম্মিক শিক্ষাবোৰ ত্যাগ কৰিব পাৰিলে।

বাইবেলৰ এই ঘটনাই আপোনাৰ বিশ্বাস কেনেকৈ দৃঢ় কৰিলে যে যিহোৱাই কৰা সকলো প্ৰতিজ্ঞা ভৱিষ্যতে পূৰ হʼব?

যিহোৱাৰ বিশ্বাসী সেৱকসকল মহা-ক্লেশৰপৰা ওলাই আহিছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক