ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
নাচৰীয়াৰ দৰে আপোনাৰো উৎসাহ আছেনে?
নাচৰীয়াসকলে বহুতো ত্যাগ কৰিছিল (গণ ৬:২-৪; w০৪ ৮/১ ২৯ ¶৭)
নাচৰীয়াসকলে যিহোৱাৰ অধীনত থাকিছিল আৰু তেওঁৰ ইচ্ছা অনুসৰি কাম কৰিছিল (গণ ৬:৫)
নাচৰীয়াসকলে যিহোৱাৰ দৃষ্টিত শুদ্ধ হৈ থাকিবলৈ কিছুমান নিষেধাজ্ঞা মানি চলিছিল (গণ ৬:৬, ৭)
বৰ্তমান সময়ত পূৰ্ণসময়ৰ সেৱকসকলে বহুতো ত্যাগ কৰে। যিহোৱাৰ অধীনত থাকে আৰু তেওঁলোকক দিয়া নিৰ্দেশনাবোৰ পালন কৰে।