ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জুলাই পৃষ্ঠা ২
  • যিহোৱাই কেনেধৰণৰ উপাসনা বিচাৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই কেনেধৰণৰ উপাসনা বিচাৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • সঠিক ন্যায় কৰাৰ সিদ্ধান্ত
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মোচিৰ নিয়মৰপৰা বুজিব পাৰি যে যিহোৱাই তিৰোতাসকলৰ যত্ন লয়
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ দৃষ্টিত মানুহৰ জীৱন অতি মূল্যৱান
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জুলাই পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাই কেনেধৰণৰ উপাসনা বিচাৰে

ইস্ৰায়েলীসকলে মনে-প্ৰাণে যিহোৱাক প্ৰেম কৰি তেওঁৰ আজ্ঞা পালন কৰিব লাগিছিল আৰু তেওঁৰ সেৱা কৰিব লাগিছিল (দ্বিতী ১১:১৩; it–২–E ১০০৭ ¶৪)

তেওঁলোকে মিছা উপাসনাৰ লগত জড়িত সকলো বস্তু ধ্বংস কৰিবলগীয়া আছিল (দ্বিতী ১২:২, ৩)

সকলোৱে একে ঠাইতে উপাসনা কৰাৰ প্ৰয়োজন আছিল (দ্বিতী ১২:১১-১৪; it–১–E ৮৪ ¶৩)

যিহোৱাৰ লোকসকলে মনে-প্ৰাণে তেওঁৰ সেৱা কৰা, মিছা উপাসনাৰপৰা দূৰে থকা আৰু তেওঁলোকৰ মাজত একতা বজাই ৰখাটো যিহোৱাই বিচাৰে।

ছবি: লোকসকলে যিহোৱাক উপাসনা কৰাৰ যোগেদি তেওঁক আনন্দিত কৰে। ১. এগৰাকী বয়সস্থ ভনীয়ে তাইক চোৱা-চিতা কৰা তিৰোতাগৰাকীক প্ৰচাৰ কৰিছে। ২. এজন ব্যক্তিয়ে দুষ্ট-আত্মাৰ লগত জড়িত থকা বস্তুবোৰ জুইত পুৰি পেলাইছে। ৩. বিভিন্ন জাতিৰ তিনিগৰাকী ভনীয়ে এখন আন্তঃৰাষ্ট্ৰীয় অধিৱেশনত উপস্থিত হৈছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক