ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জুলাই পৃষ্ঠা ১৬
  • আমি সাহসী হʼব পাৰিম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি সাহসী হʼব পাৰিম
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • মোক সাহস দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • ‘নিৰ্ভয় আৰু সাহিয়াল হোৱা!’
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • শেষলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জুলাই পৃষ্ঠা ১৬
এজনী ভনীয়ে নিজৰ সহপাঠীক স্মাৰ্টফোনৰ যোগেদি সাহসেৰে প্ৰচাৰ কৰিছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আমি সাহসী হʼব পাৰিম

এজন সাহসী ব্যক্তিয়ে নিজৰ ইচ্ছাক দৃঢ় কৰে আৰু সহজতে হাৰ মানি নলয়। সাহসী ব্যক্তিকো ভয় লাগে, কিন্তু তেওঁ যি কৰিম বুলি থিৰাং কৰে, সেয়া নিশ্চয় কৰে। প্ৰকৃত সাহস কেৱল যিহোৱাই দিয়ে। (গীত ২৮:৭) কিন্তু এতিয়া প্ৰশ্ন হৈছে, ডেকা ভাই-ভনীসকলে কেনেকৈ সাহসী হʼব পাৰে?

ভয়াতুৰজনাক নহয়, কিন্তু সাহসীজনাক অনুকৰণ কৰক! নামৰ ভিডিঅʼখন দেখুৱাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ডেকা ভাই-ভনীসকলক কেতিয়া সাহসৰ প্ৰয়োজন হয়?

  • বাইবেলত উল্লেখ থকা কোনবোৰ ঘটনাই আমাক সাহসী হʼবলৈ সহায় কৰে?

  • যদি আমি সাহসী হওঁ, তেনেহʼলে আমি আৰু আমাক লক্ষ্য কৰা লোকসকলে কেনেকৈ লাভৱান হʼব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক