ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১০
  • শান্ত্বনা পাবলৈ যিহোৱালৈ দৃষ্টি ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শান্ত্বনা পাবলৈ যিহোৱালৈ দৃষ্টি ৰাখক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • “তোমালোকে কিমান কাললৈ দুই নাওত দুই ভৰি দি থাকিবা?”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • ইষ্টেৰৰ দৰে হওক, ভালদৰে কথা পাতক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপুনি নভবা-নিচিন্তাকৈ কাম কৰেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • ভাবি-চিন্তি জীৱন-সংগী বাছনি কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ১০

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

শান্ত্বনা পাবলৈ যিহোৱালৈ দৃষ্টি ৰাখক

এলিয়াই বৰ ভয় খালে আৰু নিজৰ জীৱন বচাবলৈ পলাই গʼল (১ৰাজা ১৯:৩, ৪; w১৯.০৬-HI ১৫ ¶৫)

যিহোৱাই এলিয়াক সহায় কৰিলে, তেওঁক খাবলৈ পিঠা আৰু পানী দিলে। যিহোৱাৰ ওচৰত কিমান শক্তি আছে, সেয়া তেওঁ আচৰিত কাম কৰাৰ যোগেদি দেখুৱালে (১ৰাজা ১৯:৫-৭, ১১, ১২; ia-HI ১০৩ ¶১৩; ১০৬ ¶২১)

যিহোৱাই এলিয়াক আৰু বহুতো কাম দিলে (১ৰাজা ১৯:১৫-১৮; ia-HI ১০৬ ¶২২)

জেলত বন্দী হৈ থকা এজন ভায়ে জেলৰ এজন ৰখীয়াক প্ৰচাৰ কৰি আছে।

বৰ্তমান সময়ত যিহোৱাই আমাৰ লগত বাইবেলৰ যোগেদি কথা পাতে। তেওঁ আমাৰ বিষয়ে চিন্তা কৰে বুলি আমাক মনত পেলাই দিয়ে আৰু এনে কাম দিয়ে, যিবোৰ কৰি আমি আনন্দ লাভ কৰোঁ।—১কৰি ১৫:৫৮; কল ৩:২৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক