এক আভাস
বহুতো লোকে ভাবে যে ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা নুশুনে, কিয়নো তেওঁলোকে বহু বাৰ প্ৰাৰ্থনা কৰাৰ সত্বেও তেওঁলোকৰ দুখ-কষ্ট দূৰ নহʼল। প্ৰহৰীদুৰ্গৰ এই খণ্ডত কোৱা হৈছে যে আমি কিয় ভৰসা কৰিব পাৰোঁ যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে। ইয়াৰ উপৰিও ইয়াত এয়াও কোৱা হৈছে যে ঈশ্বৰে কিয় কিছুমান প্ৰাৰ্থনা নুশুনে আৰু আমি কেনেদৰে প্ৰাৰ্থনা কৰা উচিত।