ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 এপ্ৰিল পৃষ্ঠা ৩২
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আপুনি কোনো বাইবেল পদৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) দিয়া তথ্যৰ পৰা লাভৱান হৈছেনে?
  • অনুসন্ধানৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 এপ্ৰিল পৃষ্ঠা ৩২

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

আপুনি কোনো বাইবেল পদৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইডত (হিন্দী) দিয়া তথ্যৰ পৰা লাভৱান হৈছেনে?

পদৰ বিষয়ে দিয়া তথ্য পঢ়িলে আপুনি বহুতো কথা শিকিব পাৰিব আৰু সেইবোৰ ভালদৰে বুজি পাব। যেনে, আপুনি জানিব পাৰিব যে বাইবেলৰ কোনো পদত যি ঘটনাৰ বিষয়ে কোৱা হৈছে, সেই সময়ত কেনেকুৱা পৰিস্থিতি আছিল আৰু সেয়া কিয় বা কাৰ বাবে লিখা হৈছিল। আপুনি বাইবেলৰ কোনো পদত দিয়া শব্দৰ অৰ্থও জানিব পাৰিব।

ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী বা JW লাইব্ৰেৰী এপত আপুনি যিয়ে বাইবেল নপঢ়ক কিয়, যিকোনো পদৰ পৰাই তাৰ বিষয়ে অনুসন্ধান গাইডত দিয়া লেখবোৰ চাব পাৰে। সেই পদৰ বিষয়ে অনুসন্ধান গাইডত যদি তথ্য দিয়া আছে, তেনেহʼলে সেই পদটো ক্লিক কৰিলে অনুসন্ধান গাইডৰ চিন দেখিবলৈ পাব। সেই চিনত ক্লিক কৰিলে সেই পদৰ লগত জড়িত আন তথ্যবোৰ স্ক্ৰীনত ( ষ্টাডী পেনত) দেখিবলৈ পাব।

মন কৰক, নতুন লেখবোৰ ওপৰত দিয়া থাকে। তলত পুৰণি লেখবোৰ দেখিবলৈ পোৱা যায়, যʼত সেই পদবোৰৰ পুৰণি বুজাবুজি দিয়া আছে, যি এতিয়া সলনি কৰা হৈছে।

  • ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰীত যিকোনো বাইবেল পদ ক্লিক কৰিলে, সেই পদবোৰৰ বিষয়ে অনুসন্ধান গাইডত দিয়া তথ্যবোৰ নিজে নিজে খুলি যাব।

  • JW লাইব্ৰেৰী এপৰ পৰা কোনো বাইবেল পদৰ বিষয়ে অনুসন্ধান গাইডত তথ্যবোৰ চাবলৈ অনুসন্ধান গাইড ডাউনলʼড কৰক আৰু আপডেট কৰি থাকক। ইয়াৰ বাবে ষ্টাডী পেনৰ ওপৰত দিয়া ডাউনলʼড বুটামত ক্লিক কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক