ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০৫ পৃষ্ঠা ২
  • ভিচিডিত ভিডিঅ’ কাৰ্য্যক্ৰমসমূহ উপলব্ধ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভিচিডিত ভিডিঅ’ কাৰ্য্যক্ৰমসমূহ উপলব্ধ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০৫ পৃষ্ঠা ২

ভিচিডিত ভিডিঅ’ কাৰ্য্যক্ৰমসমূহ উপলব্ধ

ভিচিডিত ধাৰাবাহিকৰূপে প্ৰস্তুত কৰা কাৰ্য্যক্ৰমৰ শিৰোনামা হৈছে ট্ৰন্সফিউশ্বন অল্টাৰনেটিভচ্‌​—⁠ডকোমেনট্ৰী চিৰিজ। এই ডকোমেনট্ৰীত সন্মিলিত আছে, ট্ৰান্সফিউশ্বন​—⁠অল্টাৰনেটিভ্‌​—⁠চিম্পল, চেফ, ইফেক্‌টিভ্‌, এই কাৰ্য্যক্ৰম চিকিৎসক আৰু চিকিৎসা বিদ্যাৰ্থীসকলৰ বাবে তৈয়াৰ কৰা হৈছে আৰু সেয়েহে ইয়াত আন দুখনতকৈ অধিক চিকিৎসা সম্বন্ধীয় দৃশ্য দেখুৱা হৈছে। ট্ৰান্সফিউশ্বন​—⁠অল্টাৰনেটিভ্‌ হেল্থ কেয়াৰ​—⁠মিটিং পেইচেন্টচ্‌ নিডচ্‌ এণ্ড ৰাইটচ্‌, এই কাৰ্য্যক্ৰম বিশেষকৈ সম্পাদক, স্বাথ্য সম্বন্ধীয় অধিকাৰী, সমাজ সেৱক বা সেৱিকা আৰু আদালতৰ ন্যায়াধীশৰ বাবে তৈয়াৰ কৰা হৈছে। ইয়াত আলোচনা কৰা হৈছে চিকিৎসা সম্বন্ধে থকা ৰোগীৰ ব্যক্তিগত আৰু আইনগত অধিকাৰবোৰক কেনেকৈ বিবেচনা কৰা হয়। ন’ ব্লাড​—⁠মেডিশ্বিন মিটচ্‌ দ্য চেলেঞ্জ, এই কাৰ্য্যক্ৰম সাধাৰণতে ৰাইজৰ বাবে প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ’ কাৰ্য্যক্ৰমবোৰ বৰ্তমান কেৱল ইংৰাজী ভাষাত উপলব্ধ আছে। যিসকল পৰিয়ালৰ ভিচিডি প্লেয়াৰ আছে তেওঁলোকে মণ্ডলীৰ জড়িয়তে নিজ নিজ নিৱেদন পঠিয়াব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসক, বাইবেল বিদ্যাৰ্থী, যিহোৱাৰ সাক্ষী নোহোৱা পৰিয়ালৰ সদস্য, সহকৰ্ম্মী আৰু স্কুলৰ সহপাঠীসকলক এই ভিডিঅ’ কেইখন দেখুৱাবলৈ সঙ্কুচবোধ নকৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক