গীত নং ১৪
পৃথিৱীৰ নতুন ৰজাৰ প্ৰশংসা কৰা!
(গীতমালা ২:১২)
- ১. যি-হো-ৱা আ-ৰু যী-চু-ৱে, - আ-মাক কা-ষত মা-তি-লে; - স-ক-লো দেশ, জা-তিৰ প-ৰা - হʼ-লোঁ আ-মি এ-ক-ত্ৰিত। - জ-ন্ম হʼল স্ব-ৰ্গত ৰা-জ্য যাঃৰ, - পূৰ হওক ধ-ৰা-তো ই-চ্ছা তেওঁৰ। - আ-শাৰ অ-মূ-ল্য উ-প-হা-ৰে, - দি-য়ে আ-মাক সুখ, শা-ন্ত্ব-না। - (কোৰাচ) - ক-ৰোঁ যাঃৰ প্ৰ-শং-সা আ-ৰু পু-ত্ৰ যী-চুৰ! - যি-জন হৈ-ছে ৰ-জা-ৰো ৰ-জা। - এ-ক-তা-ৰে ক-ৰোঁ তেওঁৰ স-ম-ৰ্থন; - দিওঁ যী-চুক আ-মি স-ন্মান। 
- ২. আ-ন-ন্দে-ৰে ক-ৰি গুণ-গান, - ক-ৰোঁ যী-চুৰ প্ৰ-শং-সা। - দি-লে যাঃ-য়ে শা-সন-ভাৰ তেওঁক; - আ-নি-ব শা-ন্তি ধ-ৰাত। - ন-হʼ-ব দুখ বা বে-দ-না: - মু-ক্ত হʼ-ব ক-ষ্টৰ প-ৰা; - মৃ-ত-জন পু-নৰ জী উ-ঠি-ব, - কি-যে উ-ল্লা-সৰ ক্ষণ হʼ-ব! - (কোৰাচ) - ক-ৰোঁ যাঃৰ প্ৰ-শং-সা আ-ৰু পু-ত্ৰ যী-চুৰ! - যি-জন হৈ-ছে ৰ-জা-ৰো ৰ-জা। - এ-ক-তা-ৰে ক-ৰোঁ তেওঁৰ স-ম-ৰ্থন; - দিওঁ যী-চুক আ-মি স-ন্মান। 
(গীত. ২:৬; ৪৫:১; যিচ. ৯:৬; যোহ. ৬:৪০ পদবোৰো চাওক।)