ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 মে’ পৃষ্ঠা ৩২
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী
  • অনুসন্ধানৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • “যিহোৱাক বিচাৰি জীয়াই থাকা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • ৰাজ্যগৃহত থকা লাইব্ৰেৰীৰপৰা আমি কেনেকৈ লাভৱান হওঁ?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 মে’ পৃষ্ঠা ৩২

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী

ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰীয়ে আপোনাক বহুতো বিষয়ত অনুসন্ধান কৰিবলৈ সহায় কৰে।

ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰীত দিয়া অনুসন্ধান কৰা উপায়ৰ সহায়ত আপুনি বেলেগ বেলেগ বিষয়ে জানিব পাৰে। আপুনি অনুসন্ধান বক্সত কিবা শব্দ টাইপ কৰিলে ইয়াৰ লগত জড়িত বহুতো শব্দ ওলাই পৰিব। আপুনি বেছিকৈ ওলোৱা বা তাৰিখৰ মতে ওলোৱা শব্দবোৰ অনুসন্ধান কৰিব পাৰে (নতুন বা পুৰণি)।

কৰি চাওক: অনুসন্ধান বক্সত “যিহোৱা” শব্দটো টাইপ কৰিবলৈ আৰম্ভ কৰক। তাৰ পাছত তলত ওলাই অহা “যিহোৱা” শব্দত ক্লিক কৰক। আপুনি ইয়াৰ লগত জড়িত বহুতো তথ্য চাবলৈ পাব।

“ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰীত” দিয়া অনুসন্ধান বক্স। যʼত “ক” লিখা আছে, তাত অনুসন্ধান বক্সত কিবা শব্দ টাইপ কৰিব পাৰি। অনুসন্ধান বক্সত কিবা শব্দ টাইপ কৰিবলৈ আৰম্ভ কৰিলে তলত বহুতো শব্দ চাবলৈ পাব। কিছুমান শব্দৰ পাছফালে “বিষয়” বুলি লিখা থাকে, যাক “খ”-ত দেখুৱা হৈছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক