গীত নং ৪
“যিহোৱা মোৰ ৰক্ষক”
(গীতমালা ২৩)
১. যি-হো-ৱা মোৰ প্ৰেম-ময় পা-লক,
দি-য়ে সু-ৰ-ক্ষা তেওঁ মোক।
জা-নে তেওঁ মোৰ অ-ন্ত-ৰৰ ক-থা,
জা-নে মোৰ ম-নো-বা-ঞ্ছা।
ক-ৰি আ-শীৰ্-বাদ আ-জি মোক,
আ-নি-লে পা-নীৰ কা-ষত।
দে-খু-ৱা-লে দ-য়া, ক-ৰু-ণা, প্ৰেম,
আ-নি-লে নি-জৰ কা-ষত।
দে-খু-ৱা-লে দ-য়া, ক-ৰু-ণা,
আ-নি-লে নি-জৰ কা-ষত।
২. তো-মাৰ দি-য়া প-থত চ-লি,
স-তেজ হ-লোঁ মই আ-জি;
ধ-ৰি ৰা-খা মোৰ এই হাত দু-টি,
না-যাওঁ যেন দূ-ৰত গু-চি।
জা-নোঁ আ-ছা ল-গত তু-মি,
স-ম-স্যাত থ-কাৰ স-ময়।
ভয় ন-ক-ৰিম মই কে-তি-য়াও আ-ৰু,
আ-হক যি-মান বি-প-ত্তি।
ভয় ন-ক-ৰিম কে-তি-য়াও আ-ৰু,
আ-হক যি-মান বি-প-ত্তি।
৩. যি-হো-ৱা মোৰ প্ৰেম-ময় পা-লক,
চ-লিম তো-মাৰ হাত ধ-ৰি,
শ-ক্তি আ-ৰু বি-শ্ৰাম দি-য়া মোক,
না-যাওঁ যেন তো-মাক এ-ৰি।
পি-তা তো-মাৰ কা-ষত থা-কি,
না-পাওঁ মই ভয় যে আ-জি।
গো-টেই জী-ৱন তো-মাৰ এই দ-য়া, প্ৰেম,
থা-কি-ব যে মোৰ ল-গত।
গো-টেই জী-ৱন তো-মাৰ দ-য়া, প্ৰেম,
থা-কি-ব যে মোৰ ল-গত।
(গীত. ২৮:৯; ৮০:১ পদবোৰো চাওক।)