গীত নং ৩
আমাৰ শক্তি, আশা আৰু ভৰসা
(হিতোপদেশ ১৪:২৬)
১. হে যি-হো-ৱা দি-লা যে তু-মি
আ-শা এই জী-ৱ-নৰ।
এই বা-ত-ৰি দি-ব আ-নক
হওঁ আ-মি যে অ-ধীৰ।
স-ম-স্যা ভ-ৰা এই পৃ-থি-ৱীত,
ভয়-ভীত স-ক-লো-ৱে হওঁ;
নি-ৰাশ হৈ যে-তি-য়া আ-মি,
শ-ক্তি হে-ৰাওঁ নি-জৰ।
(কোৰাচ)
তো-মাৰ প-ৰা পা-লোঁ
শ-ক্তি যে আ-মি,
তু-মি দি-লা সা-হস আ-মাক।
স-ত্য শি-কাওঁ আ-মি
নি-ৰ্ভ-য়ে আ-নক,
তো-মাক ক-ৰোঁ বি-শ্বাস অ-টল।
২. দি-য়া তু-মি আ-মাক এ-নে মন
যি ক-ৰে প্ৰেম আ-নক।
ৰা-খি-ছা ধ-ৰি আ-মাক যে,
স-ম-স্যাৰ স-ম-য়ত।
তো-মা-লৈ বি-শ্বাসী হৈ থা-কি,
আ-মি শ-ক্তি লাভ ক-ৰোঁ;
সা-হ-সে-ৰে জ-নাওঁ আ-কৌ,
স-ত্য আ-মি আ-নক।
(কোৰাচ)
তো-মাৰ প-ৰা পা-লোঁ
শ-ক্তি যে আ-মি,
তু-মি দি-লা সা-হস আ-মাক।
স-ত্য শি-কাওঁ আ-মি
নি-ৰ্ভ-য়ে আ-নক,
তো-মাক ক-ৰোঁ বি-শ্বাস অ-টল।
(গীত. ৭২:১৩, ১৪; হিতো. ৩:৫, ৬, ২৬; যিৰি. ১৭:৭ পদবোৰো চাওক।)