ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ৬২
  • এক নতুন গীত গাওঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক নতুন গীত গাওঁ
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • অনন্ত জীৱন!
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • তুমি নিজৰ একমাত্ৰ পুত্ৰক দিলা
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱাক মহিমা দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
আৰু চাওক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ৬২

গীত নং ৬২

এক নতুন গীত গাওঁ

(গীতমালা ৯৮)

  1. ১. গাওঁ ম-ধুৰ এই গীত, যাঃৰ ম-হি-মাৰ ন-তুন এই গীত,

    স-ক-লো চ-হ-ৰত জ-নাওঁ তেওঁৰ ম-হান কাম।

    যাঃ প-ৰা-ক্ৰ-মী, দি-ব তেওঁ আ-মাক যে উ-দ্ধাৰ।

    তেওঁ হয় ন্যা-য়ী ঈ-শ্বৰ,

    ক-ৰি-ব সু-বি-চাৰ।

    (কোৰাচ)

    গাওঁ আ-মি!

    আ-ন-ন্দৰ ন-তুন গীত!

    যি-হো-ৱা,

    ম-হান ৰ-জা আ-মাৰ।

  2. ২. গাওঁ আ-মি এই গান, ক-ৰোঁ যি-হো-ৱাৰ বি-জয়-গান!

    স-ক-লো-কে জ-নাওঁ, আ-ন-ন্দে-ৰে তেওঁৰ নাম।

    স-ক-লো জা-তিৰ লো-কে, গাই প্ৰ-শং-সাৰ এই গান।

    বী-ণা, বাঁ-হী ব-জাই

    আ-মিও গাওঁ এক সু-ৰে।

    (কোৰাচ)

    গাওঁ আ-মি!

    আ-ন-ন্দৰ ন-তুন গীত!

    যি-হো-ৱা,

    ম-হান ৰ-জা আ-মাৰ।

  3. ৩. গাই এই ধ-ৰা, স-মু-দ্ৰৰ ত-ৰং-গ-বো-ৰে-ও।

    গাই ম-ধুৰ এই সং-গীত ন-দী, স-ৰো-ব-ৰে।

    না-চে এই আ-কাশ, ক-ৰে যে ভূ-মি-ও উ-ল্লাস।

    আ-ৰু ল-গ-তে যাঃৰ

    শ-ক্তি ক-ৰে প্ৰ-কাশ।

    (কোৰাচ)

    গাওঁ আ-মি!

    আ-ন-ন্দৰ ন-তুন গীত!

    যি-হো-ৱা,

    ম-হান ৰ-জা আ-মাৰ।

(গীত. ৯৬:১; ১৪৯:১; যিচ. ৪২:১০ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক